ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

Bangladeshi detained : বিগত দুটা দিনত মেঘালয় হৈ ভাৰতত অনুপ্ৰৱেশ কৰা ১৭ বাংলাদেশী আটক, আশ্ৰয় দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ ৪

নিউজ ডেস্কঃ

News Desk by News Desk
October 8, 2026
Reading Time: 1 min read
A A
0
Bangladeshi detained : বিগত দুটা দিনত মেঘালয় হৈ ভাৰতত অনুপ্ৰৱেশ কৰা ১৭ বাংলাদেশী আটক, আশ্ৰয় দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ ৪

RELATED POSTS

Lovlina Borgohain : লাভলীনালৈ অসম চৰকাৰৰ উপহাৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক পদলৈ পদোন্নতি

Guwahati police : গুৱাহাটী হোমষ্টে কাণ্ডৰ মূল অভিযুক্ত আচিক আলী আৰক্ষীৰ গুলীত আহত

Assam CMO Flags AI Morphed Image of Himanta Biswa Sarma; Case Registered

New Logo Smal 2 | ASSAM TIMES POST

গুৱাহাটীৰ বিভিন্ন স্থানত তালাচী চলাই বিগত দুদিনত ১৭ জন বাংলাদেশীক আৰক্ষীয়ে গ্ৰেপ্তাৰ (Bangladeshi detained) কৰিছে। বুধবাৰে এই গ্ৰেপ্তাৰৰ কথা ঘোষণা কৰে উপ-আৰক্ষী আয়ুক্ত (অপাৰেচনচ) কুলেন্দ্ৰনাথ ডেকাই।

ডিচিপি ডেকাই জনোৱা মতে, মঙলবাৰে পল্টনবজাৰ ৰে’ল ষ্টেচনত মুম্বাই অভিমুখী লোকমান্য তিলক টাৰ্মিনাছ এক্সপ্ৰেছৰ সাধাৰণ দবাত তালাচী অভিযানৰ সময়ত চাৰিজন বাংলাদেশীক গ্ৰেপ্তাৰ কৰা হয়। পূৰ্বে আৰক্ষীয়ে তথ্য লাভ কৰিছিল আৰু সেয়েহে ৰে’লখনত তালাচী চলোৱা হৈছিল। তাতেই চাৰিওজনৰ সন্ধান পোৱা যায়। প্ৰাথমিক তদন্তৰ সময়ত আৰক্ষীয়ে জানিব পাৰে যে বাংলাদেশী নাগৰিককেইজন মেঘালয়ৰ ডাউকী হৈ ভাৰতত প্ৰৱেশ কৰিছিল। তাৰ পৰাই ৫ অক্টোবৰত গুৱাহাটীলৈ আহি হোটেল এখনত আছিল।

bang | ASSAM TIMES POST
বিগত দুটা দিনত মেঘালয় হৈ ভাৰতত অনুপ্ৰৱেশ কৰা ১৭ বাংলাদেশী আটক, আশ্ৰয় দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ ৪

আটকাধীন লোককেইজনক সোধা-পোছাৰ অন্তত গুৱাহাটীৰ এখন হোটেলৰ মালিকে তেওঁলোকৰ আশ্ৰয়ৰ ব্যৱস্থা কৰা বুলি জানিব পৰা গৈছে। কিছুদিন তাত থকাৰ পিছত অনুপ্ৰৱেশকাৰী বাংলাদেশী নাগৰিককেইজনে অসম এৰি দেশৰ বিভিন্ন প্ৰান্তলৈ যায়। আৰক্ষীয়ে তালাচী চলাই হোটেলখন উদ্ধাৰ কৰে। হোটেলৰ মালিক অমিত্ৰাই দৈমাৰী আৰু তেওঁৰ তিনি সহযোগী হজৰত আলী, বিকাশ পাল আৰু ৰঞ্জন ধৰক গ্ৰেপ্তাৰ কৰা হয়। ডিচিপি ডেকাই কয় যে হজৰতে দৈমাৰীৰ হোটেলত থকাৰ ব্যৱস্থা কৰি দিছিল। এই গেঙৰ ‘মূল মাষ্টাৰমাইণ্ড’ আছিল তেওঁ। হজৰতক সহায় কৰিছিল বিকাশ আৰু ৰঞ্জনে। অনুপ্ৰৱেশকাৰী বাংলাদেশীক ধৰিবলৈ বুধবাৰে সমগ্ৰ গুৱাহাটীত এক তালাচী অভিযান চলোৱা হয়। সেই সময়ত আৰু ১৩ জন বাংলাদেশীক আন এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।

ডিচিপি ডেকাই কয় যে ধৃত বাংলাদেশী নাগৰিককেইজনক ভাৰতৰ পৰা বিতাড়নৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। কেৱল সেয়াই নহয়, অনাগত দিনত অনুপ্ৰৱেশকাৰী বাংলাদেশীক ধৰিবলৈ অভিযান তীব্ৰতৰ কৰা হ’ব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Bangladeshidetained
Share4Tweet3Send

Related Posts

Lovlina Borgohain : লাভলীনালৈ অসম চৰকাৰৰ উপহাৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক পদলৈ পদোন্নতি
Guwahati

by News Desk
October 7, 2026
51
Guwahati police : গুৱাহাটী হোমষ্টে কাণ্ডৰ মূল অভিযুক্ত আচিক আলী আৰক্ষীৰ গুলীত আহত
Guwahati

Guwahati police : গুৱাহাটী হোমষ্টে কাণ্ডৰ মূল অভিযুক্ত আচিক আলী আৰক্ষীৰ গুলীত আহত

by News Desk
October 6, 2026
51
Assam CMO Flags AI Morphed Image of Himanta Biswa Sarma; Case Registered
Guwahati

Assam CMO Flags AI Morphed Image of Himanta Biswa Sarma; Case Registered

by News Desk
October 5, 2026
52
Cabinet decision : কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Guwahati

Cabinet decision : কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
October 4, 2026
53
Bamboo cycle : গান্ধীজয়ন্তীৰ উপহাৰ, মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে বাঁহৰ চাইকেল
Guwahati

Bamboo cycle : গান্ধীজয়ন্তীৰ উপহাৰ, মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে বাঁহৰ চাইকেল

by News Desk
October 2, 2026
51
Guwahati : নিশাৰ মহানগৰীত ভয়ংকৰ ঘটনা : ঘৰ মালিকক দা’ৰে খেদি হত্যাৰ চেষ্টা ভাড়াটিয়াৰ

ADVERTISEMENT
Bangladeshi detained : বিগত দুটা দিনত মেঘালয় হৈ ভাৰতত অনুপ্ৰৱেশ কৰা ১৭ বাংলাদেশী আটক, আশ্ৰয় দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ ৪
Guwahati

Bangladeshi detained : বিগত দুটা দিনত মেঘালয় হৈ ভাৰতত অনুপ্ৰৱেশ কৰা ১৭ বাংলাদেশী আটক, আশ্ৰয় দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ ৪

October 8, 2026
50
Rahul Gandhi : প্ৰতিবাদৰ সময়ত ৰাহুল গান্ধীয়ে মহিলা আৰক্ষী বিষয়াক আপত্তিজনকভাৱে স্পৰ্শ কৰাৰ গুৰুতৰ অভিযোগ বিজেপিৰ
National-International

Tripura NDA conflict : ত্ৰিপুৰাত শাসকীয় মিত্ৰজোঁটৰ সংঘৰ্ষ, গাঁও সমিতিৰ নিৰ্বাচনত গুলীত নিহত টিপ্ৰাৰ সমৰ্থক
NORTHEAST

Flight Lightning : ১৭ হাজাৰ ফুট উচ্চতাত বিমানত বজ্ৰপাত, লক্ষ্ণৌত জৰুৰীকালীন অৱতৰণ
National-International

Flight Lightning : ১৭ হাজাৰ ফুট উচ্চতাত বিমানত বজ্ৰপাত, লক্ষ্ণৌত জৰুৰীকালীন অৱতৰণ

October 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bangladeshi detained : বিগত দুটা দিনত মেঘালয় হৈ ভাৰতত অনুপ্ৰৱেশ কৰা ১৭ বাংলাদেশী আটক, আশ্ৰয় দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ ৪

Bangladeshi detained : বিগত দুটা দিনত মেঘালয় হৈ ভাৰতত অনুপ্ৰৱেশ কৰা ১৭ বাংলাদেশী আটক, আশ্ৰয় দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ ৪

October 8, 2026
Rahul Gandhi : প্ৰতিবাদৰ সময়ত ৰাহুল গান্ধীয়ে মহিলা আৰক্ষী বিষয়াক আপত্তিজনকভাৱে স্পৰ্শ কৰাৰ গুৰুতৰ অভিযোগ বিজেপিৰ

Rahul Gandhi : প্ৰতিবাদৰ সময়ত ৰাহুল গান্ধীয়ে মহিলা আৰক্ষী বিষয়াক আপত্তিজনকভাৱে স্পৰ্শ কৰাৰ গুৰুতৰ অভিযোগ বিজেপিৰ

October 8, 2026
Tripura NDA conflict : ত্ৰিপুৰাত শাসকীয় মিত্ৰজোঁটৰ সংঘৰ্ষ, গাঁও সমিতিৰ নিৰ্বাচনত গুলীত নিহত টিপ্ৰাৰ সমৰ্থক

Tripura NDA conflict : ত্ৰিপুৰাত শাসকীয় মিত্ৰজোঁটৰ সংঘৰ্ষ, গাঁও সমিতিৰ নিৰ্বাচনত গুলীত নিহত টিপ্ৰাৰ সমৰ্থক

October 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d