Bangladeshi detained : বিগত দুটা দিনত মেঘালয় হৈ ভাৰতত অনুপ্ৰৱেশ কৰা ১৭ বাংলাদেশী আটক, আশ্ৰয় দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ ৪
গুৱাহাটীৰ বিভিন্ন স্থানত তালাচী চলাই বিগত দুদিনত ১৭ জন বাংলাদেশীক আৰক্ষীয়ে গ্ৰেপ্তাৰ (Bangladeshi detained) কৰিছে। বুধবাৰে এই গ্ৰেপ্তাৰৰ কথা ঘোষণা ...








