ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Bangladeshi detained : ডাউকী হৈ গুৱাহাটীলৈ অহা বাংলাদেশীৰ ২৭ জনীয়া দলক বঙাইগাঁৱত আটক

নিউজ ডেস্কঃ

News Desk by News Desk
September 17, 2026
Reading Time: 1 min read
A A
0
Bangladeshi detained : ডাউকী হৈ গুৱাহাটীলৈ অহা বাংলাদেশীৰ ২৭ জনীয়া দলক বঙাইগাঁৱত আটক

RELATED POSTS

Mahesh Brahma death : কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা : হাগ্ৰামাৰ ঘনিষ্ঠ মহেশ ব্ৰহ্মৰ মৃতদেহ উদ্ধাৰ

Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ

Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান

New Logo Smal 1 | ASSAM TIMES POST

মেঘালয়ৰ ডাউকী ৰোড হৈ গুৱাহাটীলৈ অহা এটা বাংলাদেশীৰ দলক বঙাইগাঁৱত আটক। গুৱাহাটীত উপস্থিত হোৱাৰ পিছত দেশৰ বিভিন্ন প্ৰান্তলৈ যোৱাৰ পৰিকল্পনা কৰিছিল বাংলাদেশীকেইটাই। এই দলটোক বঙাইগাঁও ৰে’লৱে ষ্টেচনত আটক কৰা হয়। আনহাতে, দলটোৰ লগত অহা আন এটা দলে জম্মু-টাৱে এক্সপ্রেছেৰে যাত্ৰা কৰিছিল। ২৭ জনীয়া বাংলাদেশী দলটো বাগেৰঘাট, সোনাৰঘাট, ঢাকাৰ পৰা আহিছিল। বাংলাদেশৰ মৈমনসিং জিলাৰ পৰা মেঘালয়-বাংলাদেশৰ জিৰ’ পইণ্টেৰে দলটো বাছেৰে আহিছিল। ডাউকী হৈ মেঘালয়ত খোজকাঢ়ি প্ৰৱেশ কৰা দলটোৱে তাৰ পৰা খানাপাৰালৈ চাৰিচকীয়া বাহনেৰে আহিছিল।

bang 1 | ASSAM TIMES POST
ডাউকী হৈ গুৱাহাটীলৈ অহা বাংলাদেশীৰ ২৭ জনীয়া দলক বঙাইগাঁৱত আটক

আনহাতে, খানাপাৰাৰ পৰা পল্টনবজাৰলৈ অটোৰে আহিছিল। জানিব পৰা মতে, দলটোৱে দালালচক্ৰৰ জৰিয়তে ভাৰতত প্ৰৱেশ কৰিছিল। গ্ৰেপ্তাৰ হোৱা বাংলাদেশী দলটোৰ ভিতৰত ১১ গৰাকী মহিলা-শিশুৰ লগতে ১৬ জন পুৰুষ আছিল। বাংলাদেশীকেইটাক কোন দালালে কিমান টকাৰ বিনিময়ত ভাৰতত প্ৰৱেশৰ সুবিধা কৰি দিছিল সেই সন্দৰ্ভত আৰক্ষীৰ সীমান্ত শাখাই তদন্ত অব্যাহত ৰাখিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Bangladeshidetained
Share4Tweet3Send

Related Posts

Mahesh Brahma death : কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা : হাগ্ৰামাৰ ঘনিষ্ঠ মহেশ ব্ৰহ্মৰ মৃতদেহ উদ্ধাৰ
Assam

by News Desk
October 8, 2026
50
Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ
Assam

Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ

by News Desk
October 6, 2026
52
Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান
Assam

Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান

by News Desk
October 6, 2026
51
Moral policing : গোলাঘাটৰ দলৌজানত চাঞ্চল্যকৰ মৰেল পুলিচিংৰ ঘটনা

Drugs : ৬ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সৈতে গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ী

নগাঁও লোকসভা সমষ্টি উপ নিৰ্বাচনত ই ভি এম বিকল

ADVERTISEMENT
Pak spy : ছ’চিয়েল মিডিয়াত বন্ধুত্ব কৰি তথ্য সংগ্ৰহৰ কৌশল, ১০ ৰাজ্যৰ ১৬ নৌসেনাৰ জোৱান কেনেদৰে পাক চোৰাংচোৱাৰ জালত পৰিল
National-International

Pak spy : ছ’চিয়েল মিডিয়াত বন্ধুত্ব কৰি তথ্য সংগ্ৰহৰ কৌশল, ১০ ৰাজ্যৰ ১৬ নৌসেনাৰ জোৱান কেনেদৰে পাক চোৰাংচোৱাৰ জালত পৰিল

October 8, 2026
50
Bangladeshi detained : বিগত দুটা দিনত মেঘালয় হৈ ভাৰতত অনুপ্ৰৱেশ কৰা ১৭ বাংলাদেশী আটক, আশ্ৰয় দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ ৪
Guwahati

Rahul Gandhi : প্ৰতিবাদৰ সময়ত ৰাহুল গান্ধীয়ে মহিলা আৰক্ষী বিষয়াক আপত্তিজনকভাৱে স্পৰ্শ কৰাৰ গুৰুতৰ অভিযোগ বিজেপিৰ

Tripura NDA conflict : ত্ৰিপুৰাত শাসকীয় মিত্ৰজোঁটৰ সংঘৰ্ষ, গাঁও সমিতিৰ নিৰ্বাচনত গুলীত নিহত টিপ্ৰাৰ সমৰ্থক
NORTHEAST

Tripura NDA conflict : ত্ৰিপুৰাত শাসকীয় মিত্ৰজোঁটৰ সংঘৰ্ষ, গাঁও সমিতিৰ নিৰ্বাচনত গুলীত নিহত টিপ্ৰাৰ সমৰ্থক

October 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Pak spy : ছ’চিয়েল মিডিয়াত বন্ধুত্ব কৰি তথ্য সংগ্ৰহৰ কৌশল, ১০ ৰাজ্যৰ ১৬ নৌসেনাৰ জোৱান কেনেদৰে পাক চোৰাংচোৱাৰ জালত পৰিল

Pak spy : ছ’চিয়েল মিডিয়াত বন্ধুত্ব কৰি তথ্য সংগ্ৰহৰ কৌশল, ১০ ৰাজ্যৰ ১৬ নৌসেনাৰ জোৱান কেনেদৰে পাক চোৰাংচোৱাৰ জালত পৰিল

October 8, 2026
Bangladeshi detained : বিগত দুটা দিনত মেঘালয় হৈ ভাৰতত অনুপ্ৰৱেশ কৰা ১৭ বাংলাদেশী আটক, আশ্ৰয় দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ ৪

Bangladeshi detained : বিগত দুটা দিনত মেঘালয় হৈ ভাৰতত অনুপ্ৰৱেশ কৰা ১৭ বাংলাদেশী আটক, আশ্ৰয় দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ ৪

October 8, 2026
Rahul Gandhi : প্ৰতিবাদৰ সময়ত ৰাহুল গান্ধীয়ে মহিলা আৰক্ষী বিষয়াক আপত্তিজনকভাৱে স্পৰ্শ কৰাৰ গুৰুতৰ অভিযোগ বিজেপিৰ

Rahul Gandhi : প্ৰতিবাদৰ সময়ত ৰাহুল গান্ধীয়ে মহিলা আৰক্ষী বিষয়াক আপত্তিজনকভাৱে স্পৰ্শ কৰাৰ গুৰুতৰ অভিযোগ বিজেপিৰ

October 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d