বশিষ্ঠ আৰক্ষীৰ জালত ২ দুধৰ্ষ চোৰ
ধৃত চোৰ দুটা ৰাজু আলী ওৰফে পাণ্ডে আৰু ছফিকুল ইছলাম
বৰপেটাৰ মাজদিয়া আৰু নলবাৰীৰ মুকালমুৱাৰ পৰা গ্ৰেপ্তাৰ ২ কুখ্যাত চোৰ

ধৃত চোৰ দুটাৰ পৰা উদ্ধাৰ চুৰি কৰা পিতলৰ বাচন-বৰ্তন, বেল মেটেলৰ সামগ্ৰী
উদ্ধাৰ LAN কেব্ল, কানেকশ্যন তাঁৰ, মোবাইল ফোন আৰু লীড এচিড বেটাৰী
চুৰি কাৰ্যত ব্যৱহৃত এখন হিৰ’ প্লেজাৰ স্কুটী আৰু স্পেনাৰো জব্দ
মহানগৰীৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিনে চুৰিকাৰ্যৰে সন্ত্ৰাস চলাই আহিছিল দুধৰ্ষ দুই চোৰে













