ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

লকডাউনৰ মাজতে জিঅ’ৰ ঘৰলৈ আহিল ৬০ হাজাৰ কোটি

News Desk by News Desk
May 9, 2020
Reading Time: 1 min read
A A
0
লকডাউনৰ মাজতে জিঅ’ৰ ঘৰলৈ আহিল ৬০ হাজাৰ কোটি

0 1 e1574345654996 6 1 2 2 4 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

Delhi High Court : ছোৱালীয়ে কি পিন্ধে সেয়া ব্যক্তিগত কথা, দিল্লী উচ্চ ন্যায়ালয়

Minor Murder case : হোটেলত দুই শিশু কন্যাক হত্যা কৰি ডিঙি কাটি আত্মহত্যাৰ চেষ্টা পিতৃৰ

নিউজ ডেস্ক : ফেচবুক, ছিলভাৰ লে’কৰ পিছত এইবাৰ ভিস্তা। তিনি সপ্তাহৰো কম সময়ত জিঅ’ প্ল্যাটফর্মৰ মুঠ ১৩.৪৬% শ্বেয়াৰ বিক্ৰী কৰি মুকেশ অম্বানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ (আৰআইএল) লিমিটেডৰ ঘৰলৈ আহিল ৬০ হাজাৰ কোটিৰো অধিক টকা। আৰু বৰ্তমান ১১,৩৬৭ কোটি বিনিয়োগ কৰি জিঅ’ প্ল্যাটফর্মত আপাতত তৃতীয় বৃহত্তম অংশীদাৰ হ’ল মার্কিন প্রযুক্তি তথা প্রাইভেট ইকুইটি সংস্থা ভিস্তা।

বিশ্ব যেতিয়া গৃহবন্দী, ঋণৰ বোজা কমাবলৈ আগবাঢ়িছে মুকেশ। যাৰ অঙ্ক প্রায় ১.৬১ লক্ষ কোটি। জিঅ’ৰ মুঠ ২০% অংশীদাৰিত্ব বিক্ৰীৰ বার্তা দিছিল পূৰ্বতেই। সংশ্লিষ্ট মহলৰ ইঙ্গিত, কৰোনাৰ আঘাতত তেলৰ ব্যৱসায়ত আঘাত পাই প্ৰায় ধৰাশায়ী তেওঁ। বিশেষকৈ বিশ্ব বজাৰত তেলৰ চাহিদা আৰু মূল্যৰ অৱনমনৰ ফলত চৌদি এৰামকোকক ৰিলায়েন্সৰ তেল ব্যৱসায়ৰ অংশীদাৰিত্ব বিক্ৰীৰ প্রক্রিয়াতো লাগিছে প্রশ্নচিহ্ন।

এক অৱলোকন

• জিঅ’ প্ল্যাটফর্মৰ ২.৩২% হাতলৈ নিছে মার্কিন প্রাইভেট ইকুইটি সংস্থা ভিস্তা ইকুইটি পার্টনানাৰ্চে। বিনিয়োগ কৰিব ১১,৩৬৭ কোটি টকা।
• ২২ এপ্রিলত ৪৩,৫৭৪ কোটি টকাত ৯.৯৯% কিনিছে ফেচবুকে।
• বিগত সোমবাৰে ৫৬৫৫.৭৫ কোটি বিনিয়োগ কৰি ১.১৫% অংশীদাৰিত্ব কিনাৰ কথা জনাইছে মার্কিন প্রযুক্তি সংস্থা ছিলভাৰ লে’কে।
• ইয়াকে লৈ তিনিটামার্কিন সংস্থাই জিঅ’ প্ল্যাটফর্মত মুঠ ৬০,৫৯৬.৩৭ কোটি টকা লগ্নিৰ কথা জনালে। আনহাতে, হাতলৈ নিয়ে ১৩.৪৬%।
• মার্চ পর্যন্ত জিঅ’ৰ মূল সংস্থা ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ ঋণ ১.৬১ লক্ষ কোটি। তাক কমাবলৈ জিঅ’ প্ল্যাটফর্মৰ ২০% পর্যন্ত বিক্ৰীৰ ইঙ্গিত দিছে মুকেশ অম্বানীয়ে।

Tags: Featured
Share4Tweet3Send

Related Posts

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ
National-International

by News Desk
August 11, 2026
50
Delhi High Court : ছোৱালীয়ে কি পিন্ধে সেয়া ব্যক্তিগত কথা, দিল্লী উচ্চ ন্যায়ালয়
National-International

Delhi High Court : ছোৱালীয়ে কি পিন্ধে সেয়া ব্যক্তিগত কথা, দিল্লী উচ্চ ন্যায়ালয়

by News Desk
August 11, 2026
50
Minor Murder case : হোটেলত দুই শিশু কন্যাক হত্যা কৰি ডিঙি কাটি আত্মহত্যাৰ চেষ্টা পিতৃৰ
National-International

Minor Murder case : হোটেলত দুই শিশু কন্যাক হত্যা কৰি ডিঙি কাটি আত্মহত্যাৰ চেষ্টা পিতৃৰ

by News Desk
August 11, 2026
50
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ
National-International

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

by News Desk
August 10, 2026
50
ADVERTISEMENT
Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ
National-International

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

August 11, 2026
50
Delhi High Court : ছোৱালীয়ে কি পিন্ধে সেয়া ব্যক্তিগত কথা, দিল্লী উচ্চ ন্যায়ালয়
National-International

Delhi High Court : ছোৱালীয়ে কি পিন্ধে সেয়া ব্যক্তিগত কথা, দিল্লী উচ্চ ন্যায়ালয়

August 11, 2026
50
Minor Murder case : হোটেলত দুই শিশু কন্যাক হত্যা কৰি ডিঙি কাটি আত্মহত্যাৰ চেষ্টা পিতৃৰ
National-International

Minor Murder case : হোটেলত দুই শিশু কন্যাক হত্যা কৰি ডিঙি কাটি আত্মহত্যাৰ চেষ্টা পিতৃৰ

August 11, 2026
50
Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ
KARBI ANGLONG

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

August 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

August 11, 2026
Delhi High Court : ছোৱালীয়ে কি পিন্ধে সেয়া ব্যক্তিগত কথা, দিল্লী উচ্চ ন্যায়ালয়

Delhi High Court : ছোৱালীয়ে কি পিন্ধে সেয়া ব্যক্তিগত কথা, দিল্লী উচ্চ ন্যায়ালয়

August 11, 2026
Minor Murder case : হোটেলত দুই শিশু কন্যাক হত্যা কৰি ডিঙি কাটি আত্মহত্যাৰ চেষ্টা পিতৃৰ

Minor Murder case : হোটেলত দুই শিশু কন্যাক হত্যা কৰি ডিঙি কাটি আত্মহত্যাৰ চেষ্টা পিতৃৰ

August 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT