ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

সাংবাদিকৰ বিৰুদ্ধে হোৱা অপৰাধৰ দায়মুক্তকৰণ শেষ কৰাৰ আন্তৰ্জাতিক দিৱস ২ নৱেম্বৰ

Staff Reporter by Staff Reporter
November 2, 2020
Reading Time: 1 min read
A A
0
সাংবাদিকৰ বিৰুদ্ধে হোৱা অপৰাধৰ দায়মুক্তকৰণ শেষ কৰাৰ আন্তৰ্জাতিক দিৱস ২ নৱেম্বৰ

RELATED POSTS

হাউলীস্হিত ২৮ নং অসম আৰক্ষী বাহিনীৰ চাউনীত অঘটন

Drugs Seized : মাৰ্ঘেৰিটাত আৰক্ষীৰ বৃহৎ সফলতা, নিষিদ্ধ ড্ৰাগছসহ আটক ড্ৰাগছ সৰবৰাহকাৰী

King Cobra : সাপক অত্যাচাৰ কৰি বিপদত এজন….

logo new 2 1 | ASSAM TIMES POST

নিউজ ডেস্কঃ

পাৰ হৈ যোৱা ১৪টা বছৰত (২০০৬-২০১৯) পৃথিৱীৰ প্ৰায় ১,২০০ সাংবাদিকৰ হত্যা কৰা হৈছিল জনসাধাৰণৰ আগত সত্য প্ৰতিষ্ঠাৰ চেষ্টা কৰাৰ বাবে ৷ প্ৰতি ১০জন অপৰাধীৰ ভিতৰত ৯জনেই কোনো শাস্তি নোপোৱাকৈ দায়মুক্ত হৈ বাচি আহে আইনৰ সন্মুখৰপৰা ৷ এই ঘটনাই আইন ভংগ, অধিক হত্যা আদিৰ দিশে অপৰাধীক আকৰ্ষণ কৰাৰ লগতে আইনৰ প্ৰতিও আস্থা হেৰাবলৈ ধৰিছে দেশ সমূহৰ জনতাৰ ৷

এই হত্যা বিলাকৰ উপৰিও সাংবাদিকক মানসিক আৰু শাৰীৰিক অত্যাচাৰ, তেওঁলোকক বাকৰুদ্ধ কৰাৰ চেষ্টা, বন্দী আদিৰ দৰে অপৰাধ আৰু মহিলা সাংবাদিকৰ ওপৰত হোৱা যৌন অত্যাচাৰবোৰো সমাজৰ আইন শৃংখলাত বেয়া প্ৰভাৱ পেলাব পৰা ঘটনা ৷

UNESCO এই সন্দৰ্ভত সচেতন যে এই ধৰণৰ ৰাষ্ট্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত হোৱা অপৰাধৰ দোষীৰ দায়মুক্তিয়ে সমগ্ৰ মানৱ জাতিৰ ওপৰতে বেয়া প্ৰভাৱ পেলাব ৷ মানৱ অধিকাৰ খৰ্ব, ভ্ৰষ্টাচাৰ আৰু অপৰাধৰ বিৰুদ্ধে প্ৰত্যেকখন দেশৰ চৰকাৰ আৰু জনতাক একেলগ হৈ মাত মাতিবৰ বাবে UNESCOএ স্থিৰ কৰিছিল ২ নৱেম্বৰত সাংবাদিকৰ বিৰুদ্ধে হোৱা অপৰাধৰ দায়মুক্তকৰণ শেষ কৰাৰ আন্তৰ্জাতিক দিৱস পালন কৰিবলৈ ৷

এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ A/RES/68/163 সংকল্পত ৷ ২ নৱেম্বৰ দিনটো এই আন্তৰ্জাতিক দিৱসৰ বাবে বাচি লোৱা হৈছিল ২০১৩চন ২নৱেম্বৰত মালিত হত্যা হোৱা সাংবাদিক দ্বয়ৰ সোঁৱৰণত।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share4Tweet3Send

Related Posts

হাউলীস্হিত ২৮ নং অসম আৰক্ষী বাহিনীৰ চাউনীত অঘটন
Assam

হাউলীস্হিত ২৮ নং অসম আৰক্ষী বাহিনীৰ চাউনীত অঘটন

by News Desk
September 28, 2026
50
Drugs Seized : মাৰ্ঘেৰিটাত আৰক্ষীৰ বৃহৎ সফলতা, নিষিদ্ধ ড্ৰাগছসহ আটক ড্ৰাগছ সৰবৰাহকাৰী
Assam

Drugs Seized : মাৰ্ঘেৰিটাত আৰক্ষীৰ বৃহৎ সফলতা, নিষিদ্ধ ড্ৰাগছসহ আটক ড্ৰাগছ সৰবৰাহকাৰী

by News Desk
September 28, 2026
50
King Cobra : সাপক অত্যাচাৰ কৰি বিপদত এজন….
Assam

King Cobra : সাপক অত্যাচাৰ কৰি বিপদত এজন….

by News Desk
September 28, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক
Assam

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

by News Desk
September 25, 2026
56
Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
Assam

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

by News Desk
September 25, 2026
53
Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ
Assam

Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ

by News Desk
September 25, 2026
51
ADVERTISEMENT
Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য
National-International

Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য

September 28, 2026
50
UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ
National-International

UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ

September 28, 2026
50
হঠাৎ সামাজিক মাধ্যমৰ পৰা অন্তৰ্ধান নিমিষা ঠাকুৰীয়াৰ একাউন্ট
Guwahati

হঠাৎ সামাজিক মাধ্যমৰ পৰা অন্তৰ্ধান নিমিষা ঠাকুৰীয়াৰ একাউন্ট

September 28, 2026
50
হাউলীস্হিত ২৮ নং অসম আৰক্ষী বাহিনীৰ চাউনীত অঘটন
Assam

হাউলীস্হিত ২৮ নং অসম আৰক্ষী বাহিনীৰ চাউনীত অঘটন

September 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য

Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য

September 28, 2026
UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ

UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ

September 28, 2026
হঠাৎ সামাজিক মাধ্যমৰ পৰা অন্তৰ্ধান নিমিষা ঠাকুৰীয়াৰ একাউন্ট

হঠাৎ সামাজিক মাধ্যমৰ পৰা অন্তৰ্ধান নিমিষা ঠাকুৰীয়াৰ একাউন্ট

September 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d