ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

অহা সপ্তাহতে ভাৰত আহি পাব স্পুটনিক ভি

News Desk by News Desk
November 16, 2020
Reading Time: 1 min read
A A
0
অহা সপ্তাহতে ভাৰত আহি পাব স্পুটনিক ভি

New Logo Very Smal | ASSAM TIMES POST
নিউজ ডেস্কঃ
বিশ্বৰ একাধিক দেশত চলিছে ক’ৰ’না ভেকচিনক লৈ পৰীক্ষা নিৰীক্ষা। তাৰ মাজত সকলোতকৈ আগবাঢ়ি আছে ৰাছিয়া। বিশ্বত ৰাছিয়াই প্রথম বজাৰলৈ ভেকচিন অনাৰ কথা ঘোষণা কৰিছিল। এইবাৰ সেই ভেকচিন আহিছে ভাৰতলৈ ।

RELATED POSTS

Gold prices : সপ্তাহৰ আৰম্ভণিতে পুনৰ কমিল সোণৰ মূল্য

Raped at 14 I Shweta’s Fight for Justice and Survivor Voices

Chikungunya I গৰুৰ প্ৰস্ৰাৱে চিকুনগুনিয়াৰ দৰে মাৰাত্মক ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰে, গৱেষণাত দাবী

অহা সপ্তাহত কাণপুৰৰ মেডিকেল কলেজ পাবহি ৰাছিয়াৰ ভেকচিন স্পুটনিক ভি। গণেশ শঙ্কৰ বিদ্যার্থী মেডিকেল কলেজত এই ভেকচিনৰ দ্বিতীয় আৰু তৃতীয় পর্যায়ৰ পৰীক্ষামূলক প্রয়োগ কৰা হ’ব।

ডিজিআই-এ অনুমোদন দিয়াৰ পিছতেই এই পদক্ষেপ লৈছে ৰাছিয়াৰ ডিৰেক্ট ইনভেষ্টমেন্ট ফাণ্ড আৰু ডাঃ ৰেড্ডিজ লেবে। খবৰ অনুসৰি এই ভেকচিনৰ প্রথম আৰু দ্বিতীয় পর্যায়ৰ পৰীক্ষামূলক প্রয়োগ এতিয়ালৈকে কম মানুহৰ লগত কৰা হৈছে সেয়ে তাৰ ওপৰত ভৰসা কৰা টান । সেইবাবে ইয়াৰ আগতে ডিজিআই (ড্রাগ কন্ট্রোল জেনাৰেল অফ ইণ্ডিয়া‌)য়ে অনুমোদন দিবলৈ আপত্তি জনাইছিল ।

যোৱা ১৩ অক্টোবৰত ডাঃ ৰেড্ডিজ লেবে ডিজিআইৰ ওচৰত পুনৰ আবেদন জনাই স্পুটনিক ভি ৰ দ্বিতীয় আৰু তৃতীয় পর্যায়ৰ পৰীক্ষামূলক প্রয়োগ কৰাৰ ইচ্ছা প্রকাশ কৰে।

ইয়াৰ পিছতেই অনুমোদন পায় হায়দৰাবাদৰ এই সংস্থাই । স্থিৰ কৰা হৈছে, দেৰ হাজাৰ স্বেচ্ছাসেৱকৰ শৰীৰত এই ভেকচিন প্রয়োগ কৰা হ’ব। চুক্তি অনুযায়ী ৰাছিয়াৰ প্রথম ভেকচিন স্পুটনিক ভি পৰীক্ষাত উত্তীৰ্ণ হ’লে ডাঃ ৰেড্ডিজ লেবে সম্পূৰ্ণ দেশত ভেকচিন বিতৰণ কৰিব। ডাঃ ৰেড্ডিজ লেবক ১০০ মিলিয়ন ডোজ দিব ৰাছিয়াৰ ডিৰেক্ট ইনভেষ্টমেন্ট ফাণ্ডে ৷

Tags: feature
Share4Tweet3Send

Related Posts

Gold prices : সপ্তাহৰ আৰম্ভণিতে পুনৰ কমিল সোণৰ মূল্য
National-International

Gold prices : সপ্তাহৰ আৰম্ভণিতে পুনৰ কমিল সোণৰ মূল্য

by News Desk
June 22, 2026
50
Lover Gang Rape : চাৰি বন্ধুৰে মিলি আইনৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণ প্ৰেমিকৰ, ভিডিঅ’ দেখুৱাই ব্লেকমেইল
National-International

Raped at 14 I Shweta’s Fight for Justice and Survivor Voices

by Staff Reporter
June 22, 2026
50
Chikungunya I গৰুৰ প্ৰস্ৰাৱে চিকুনগুনিয়াৰ দৰে মাৰাত্মক ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰে, গৱেষণাত দাবী
National-International

Chikungunya I গৰুৰ প্ৰস্ৰাৱে চিকুনগুনিয়াৰ দৰে মাৰাত্মক ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰে, গৱেষণাত দাবী

by Staff Reporter
June 22, 2026
50
Minor gang rape : বিয়া খাবলৈ গৈ গণধর্ষণৰ চিকাৰ ১৩ বছৰীয়া ছাত্রী, গ্ৰেপ্তাৰ ৫
National-International

Minor rape case I মাতৃৰ কাষৰ পৰা ৯ মহীয়া কেঁচুৱাক তুলি নি ধৰ্ষণ ১২ বছৰীয়া নাবালকৰ

by Staff Reporter
June 22, 2026
50
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

পিএলএৰ এজন ৱাণ্টেড সদস্যক গোৱাত গ্ৰেপ্তাৰ

by Staff Reporter
June 21, 2026
50
মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 
National-International

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

by Staff Reporter
June 21, 2026
50
ADVERTISEMENT
Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ
KARBI ANGLONG

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

June 22, 2026
50
Gold prices : সপ্তাহৰ আৰম্ভণিতে পুনৰ কমিল সোণৰ মূল্য
National-International

Gold prices : সপ্তাহৰ আৰম্ভণিতে পুনৰ কমিল সোণৰ মূল্য

June 22, 2026
50
Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ
KARBI ANGLONG

Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ

June 22, 2026
50
Lover Gang Rape : চাৰি বন্ধুৰে মিলি আইনৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণ প্ৰেমিকৰ, ভিডিঅ’ দেখুৱাই ব্লেকমেইল
National-International

Raped at 14 I Shweta’s Fight for Justice and Survivor Voices

June 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

June 22, 2026
Gold prices : সপ্তাহৰ আৰম্ভণিতে পুনৰ কমিল সোণৰ মূল্য

Gold prices : সপ্তাহৰ আৰম্ভণিতে পুনৰ কমিল সোণৰ মূল্য

June 22, 2026
Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ

Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ

June 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx