ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

এখন ভাইৰেল ছবিয়ে ভিক্ষাৰীৰ পৰা বনাই দিলে গ্লেমাৰাছ মডেল:

ASSAM TIMES POST by ASSAM TIMES POST
January 4, 2021
Reading Time: 1 min read
A A
0
এখন ভাইৰেল ছবিয়ে ভিক্ষাৰীৰ পৰা বনাই দিলে গ্লেমাৰাছ মডেল:

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

Telegram ban : বাহাল থাকিল কেন্দ্ৰৰ সিদ্ধান্ত, ২২ জুনলৈকে টেলিগ্ৰামৰ নিষেধাজ্ঞাত হস্তক্ষেপ নকৰে ন্যায়ালয়ে

India slams Pakistan I ৰাষ্ট্ৰসংঘত পাকিস্তানক ‘ফ্ৰেংকেনষ্টাইন ষ্টেট’ অভিহিত ভাৰতৰ অনুপমা সিঙৰ

বিশেষ প্ৰতিবেদন:

মানুহৰ ভাগ্য পৰিৱর্তনৰ বাবে এখন ভাইৰেল ছবিয়েই যথেষ্ট। সেয়া প্ৰমাণিত কৰিছে ১৩ বছৰীয়া ৰীতা গাভিওলাই৷ ৪ বছৰ পূৰ্বে ৰীতাক ফিলিপাইনছৰ ৰাস্তাত ভিক্ষা খুজি থকা দেখা গ’লেও আজি তেওঁ ফেছন মডেল আৰু অনলাইন চেলিব্রিটি। ইনষ্টাগ্রামত তেওঁৰ এক লক্ষাধিক ফল’ৱাৰ।

Rita G | ASSAM TIMES POST২০১৬ চনত ফটোগ্রাফাৰ তোফাৰ ফিলিপাইনছৰ লুছবান চহৰলৈ আহিছিল। তাত তেওঁ ৰীতাৰ সৌন্দর্য দেখি মুগ্ধ হৈ এখন ফটো তোলে। পৰৱর্তী সময়ত ফটোখন ছচিয়েল মিডিয়াত পোষ্ট কৰে আৰু লগে লগে ই ভাইৰেল হৈ ৰীতাৰ জীৱনকে সলনি কৰি দিয়ে।

৫ বছৰ আগতে যেতিয়া ৰীতাৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল, তেতিয়া তেওঁ বহু বিউটি কুইনৰ পছন্দ হৈছিল। আর্থিকভাবে সহায়ও কৰিছিল নেটিজেন আৰু চেলিব্রিটিসকলে।

maxresdefault 24 | ASSAM TIMES POSTছবিখন ভাইৰেল হৈ পৰাত বহু কেইটা ফেছন ব্ৰেণ্ডে ৰীতাক এটি মডেলিঙত মাতে। কিছুদিন পিছত টিভি শ্বতো উপস্থিত হয় ৰীতা। ৰীতা বেদজাও নামৰ এটি সংখ্যালঘু সম্প্রদায়ৰ সদস্য৷ সেয়ে ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে তেওঁক বেডজাও গার্ল (bedjao girl) নাম দিছে।

Badjao Girl Rita Gaviola Now | ASSAM TIMES POST২০১৮ চনত ৰীতাই ইউটিউবত এটি ভিডিও আপলোড কৰে। তাত তেওঁৰ নতুন ঘৰ সম্পর্কে তথ্য দিছিল। তেওঁৰ আমেৰিকান ফেন গ্রেছে এই ঘৰটি নিৰ্মাণ কৰাত সহায় কৰিছিল।

ৰীতা বৰ্তমান ছচিয়েল মিডিয়াত নিজৰ ফটোৰ বাবে খবৰৰ শিৰোনামত আছে। অৱশ্যে এই মুহূর্তত তেওঁৰ অগ্রাধিকাৰ হ’ল পঢ়া-শুনা শেষ কৰা।

Tags: feature
Share4Tweet3Send

Related Posts

World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত
National-International

by News Desk
June 19, 2026
50
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram ban : বাহাল থাকিল কেন্দ্ৰৰ সিদ্ধান্ত, ২২ জুনলৈকে টেলিগ্ৰামৰ নিষেধাজ্ঞাত হস্তক্ষেপ নকৰে ন্যায়ালয়ে

by News Desk
June 19, 2026
50
India slams Pakistan I ৰাষ্ট্ৰসংঘত পাকিস্তানক ‘ফ্ৰেংকেনষ্টাইন ষ্টেট’ অভিহিত ভাৰতৰ অনুপমা সিঙৰ
National-International

India slams Pakistan I ৰাষ্ট্ৰসংঘত পাকিস্তানক ‘ফ্ৰেংকেনষ্টাইন ষ্টেট’ অভিহিত ভাৰতৰ অনুপমা সিঙৰ

by Staff Reporter
June 19, 2026
50
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

US Iran peace deal । ইৰাণে কিয় চুক্তিত সন্মতি দিছিল, বাখ্যা ইৰাণৰ সৰ্বোচ্চ নেতা মোজতাবা খামেইনীৰ

by Staff Reporter
June 19, 2026
50
9-Year-Old’s Body Found in Suitcase in Delhi :
National-International

Gang rape I দলবদ্ধ ধৰ্ষণ কৰি যৌনাংগত সুমুৱাই দিলে গুলী, শিল, কাঠৰ টুকুৰা

by Staff Reporter
June 19, 2026
50
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ
National-International

BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

by Staff Reporter
June 19, 2026
50
ADVERTISEMENT
Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ
DIPHU

Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ

June 19, 2026
50
World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত
National-International

World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

June 19, 2026
50
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram ban : বাহাল থাকিল কেন্দ্ৰৰ সিদ্ধান্ত, ২২ জুনলৈকে টেলিগ্ৰামৰ নিষেধাজ্ঞাত হস্তক্ষেপ নকৰে ন্যায়ালয়ে

June 19, 2026
50
Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ
KARBI ANGLONG

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ

June 19, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ

Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ

June 19, 2026
World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

June 19, 2026
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

Telegram ban : বাহাল থাকিল কেন্দ্ৰৰ সিদ্ধান্ত, ২২ জুনলৈকে টেলিগ্ৰামৰ নিষেধাজ্ঞাত হস্তক্ষেপ নকৰে ন্যায়ালয়ে

June 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT