ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

India slams Pakistan I ৰাষ্ট্ৰসংঘত পাকিস্তানক ‘ফ্ৰেংকেনষ্টাইন ষ্টেট’ অভিহিত ভাৰতৰ অনুপমা সিঙৰ

Staff Reporter by Staff Reporter
June 19, 2026
Reading Time: 1 min read
A A
0
India slams Pakistan I ৰাষ্ট্ৰসংঘত পাকিস্তানক ‘ফ্ৰেংকেনষ্টাইন ষ্টেট’ অভিহিত ভাৰতৰ অনুপমা সিঙৰ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

US Iran peace deal । ইৰাণে কিয় চুক্তিত সন্মতি দিছিল, বাখ্যা ইৰাণৰ সৰ্বোচ্চ নেতা মোজতাবা খামেইনীৰ

Gang rape I দলবদ্ধ ধৰ্ষণ কৰি যৌনাংগত সুমুৱাই দিলে গুলী, শিল, কাঠৰ টুকুৰা

BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

ভাৰতে পাকিস্তানক ‘ফ্ৰেংকেনষ্টাইন ৰাষ্ট্ৰ’ বুলি অভিহিত কৰিছে। শুকুৰবাৰে ইছলামাবাদক সন্ত্ৰাসবাদক সমৰ্থন কৰাৰ অভিযোগ উত্থাপন কৰি ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী মিছনৰ প্ৰথম সচিব অনুপমা সিঙে কয়, “দেশখনক এতিয়া নিজে তৈয়াৰ কৰা দানৱে (সন্ত্রাসবাদী) কামুৰিছে৷’

India slams Pakistan I
ৰাষ্ট্ৰসংঘত পাকিস্তানক ‘ফ্ৰেংকেনষ্টাইন ষ্টেট’ অভিহিত ভাৰতৰ অনুপমা সিঙৰ:

পাকিস্তানী প্ৰতিনিধিয়ে জম্মু-কাশ্মীৰৰ বিষয়টো উত্থাপন কৰাৰ উত্তৰত অনুপমাই দিয়া প্ৰত্যুত্তৰত অভিযোগ উত্থাপন কৰে যে ইছলামাবাদে সন্ত্ৰাসবাদীক ধাৰাবাহিকভাৱে আশ্ৰয়, প্ৰশিক্ষণ আৰু বিভিন্ন সাহায্য প্ৰদান কৰি আহিছে।

তেওঁ কয়, “জম্মু-কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ আছিল, আছে আৰু থাকিব। একমাত্ৰ অমীমাংসিত সমস্যাটো হ’ল পাকিস্তানে ভাৰতৰ ভূখণ্ড অবৈধভাৱে দখল কৰা।” পাকিস্তান অধিকৃত কাশ্মীৰৰ ৰাৱালকোটত সংঘটিত হিংসা আৰু দমনৰ কথা উল্লেখ কৰি তেওঁ পাকিস্তান চৰকাৰ আৰু সেনাৰ বিৰুদ্ধে মানৱ অধিকাৰ উলংঘাৰ অভিযোগ উত্থাপন কৰে।

চলিত মাহৰ আৰম্ভণিৰে পৰা পাকিস্তান অধিকৃত কাশ্মীৰত আৰম্ভ হৈছে প্ৰতিবাদ। পাকিস্তান অধিকৃত কাশ্মীৰৰ নাগৰিক সমাজৰ সংগঠন ‘জইণ্ট আৱামী একচন কমিটী’-এ অঞ্চলটোৰ নিৰাপত্তা বাহিনীৰ অৰ্থনৈতিক দুৰ্দশা আৰু অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। শেহতীয়াকৈ প্ৰশাসনে সংগঠনটোক নিষিদ্ধ কৰিছিল।

তেতিয়াৰে পৰা বিক্ষোভ আৰু প্ৰতিবাদ বাঢ়িছে। ইয়াৰ সমান্তৰালকৈ পাকিস্তানী সেনা আৰু ৰেঞ্জাৰৰ আক্ৰমণো বৃদ্ধি পাইছে। অভিযোগ অনুসৰি, এতিয়ালৈকে নিৰ্বিচাৰ গুলীচালনাত এশৰো অধিক সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে।

সেই বিষয়টো উত্থাপন কৰি অনুপমাই কয়, “ৰাৱালকোটৰ এই ট্ৰেজেডী, শতাধিক সাধাৰণ নাগৰিকৰ হত্যা আৰু পাকিস্তান অধিকৃত কাশ্মীৰত হোৱা নৃশংস দমন আচলতে ইয়াৰ আশা কৰা ধৰণৰ পৰিণতি। কাৰণ ই বলপূৰ্বক দখলৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। দমন চলাই শাসন ব্যৱস্থা অব্যাহত ৰাখিছে।”

Tags: ৰাষ্ট্ৰসংঘত পাকিস্তানক‘ফ্ৰেংকেনষ্টাইন ষ্টেট’ অভিহিত ভাৰতৰ অনুপমা সিঙৰ
Share4Tweet3Send

Related Posts

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

US Iran peace deal । ইৰাণে কিয় চুক্তিত সন্মতি দিছিল, বাখ্যা ইৰাণৰ সৰ্বোচ্চ নেতা মোজতাবা খামেইনীৰ

by Staff Reporter
June 19, 2026
50
9-Year-Old’s Body Found in Suitcase in Delhi :
National-International

Gang rape I দলবদ্ধ ধৰ্ষণ কৰি যৌনাংগত সুমুৱাই দিলে গুলী, শিল, কাঠৰ টুকুৰা

by Staff Reporter
June 19, 2026
50
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ
National-International

BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

by Staff Reporter
June 19, 2026
50
G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ
National-International

G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ

by News Desk
June 18, 2026
50
Pakistani Navy : বংগোপসাগৰত ছাবমেৰিন মোতায়েনৰ পৰিকল্পনা পাকিস্তানৰ
National-International

Pakistani Navy : বংগোপসাগৰত ছাবমেৰিন মোতায়েনৰ পৰিকল্পনা পাকিস্তানৰ

by News Desk
June 18, 2026
50
Heat Wave : তীব্ৰ গ্ৰীষ্ম প্ৰৱাহ : উৰিষ্যাত বিদ্যালয় বন্ধ ঘোষণা
National-International

Heat Wave : তীব্ৰ গ্ৰীষ্ম প্ৰৱাহ : উৰিষ্যাত বিদ্যালয় বন্ধ ঘোষণা

by News Desk
June 18, 2026
50
ADVERTISEMENT
Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ
KARBI ANGLONG

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ

June 19, 2026
50
India slams Pakistan I ৰাষ্ট্ৰসংঘত পাকিস্তানক ‘ফ্ৰেংকেনষ্টাইন ষ্টেট’ অভিহিত ভাৰতৰ অনুপমা সিঙৰ
National-International

India slams Pakistan I ৰাষ্ট্ৰসংঘত পাকিস্তানক ‘ফ্ৰেংকেনষ্টাইন ষ্টেট’ অভিহিত ভাৰতৰ অনুপমা সিঙৰ

June 19, 2026
50
Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

June 19, 2026
50
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

US Iran peace deal । ইৰাণে কিয় চুক্তিত সন্মতি দিছিল, বাখ্যা ইৰাণৰ সৰ্বোচ্চ নেতা মোজতাবা খামেইনীৰ

June 19, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ

June 19, 2026
India slams Pakistan I ৰাষ্ট্ৰসংঘত পাকিস্তানক ‘ফ্ৰেংকেনষ্টাইন ষ্টেট’ অভিহিত ভাৰতৰ অনুপমা সিঙৰ

India slams Pakistan I ৰাষ্ট্ৰসংঘত পাকিস্তানক ‘ফ্ৰেংকেনষ্টাইন ষ্টেট’ অভিহিত ভাৰতৰ অনুপমা সিঙৰ

June 19, 2026
Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

June 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx