ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ক্ষিৰোদ বৰুৱা আন্তঃজিলা ছিনিয়ৰ ফুটবল টুৰ্ণামেণ্টঃ ছেমিফাইনেলত মৰিগাঁও, গোৱালপাৰা        

ASSAM TIMES POST by ASSAM TIMES POST
August 28, 2019
Reading Time: 1 min read
A A
0
ক্ষিৰোদ বৰুৱা আন্তঃজিলা ছিনিয়ৰ ফুটবল টুৰ্ণামেণ্টঃ ছেমিফাইনেলত মৰিগাঁও, গোৱালপাৰা        

RELATED POSTS

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ

logo atp | ASSAM TIMES POSTASSAM TIMES POST

ডিফুঃ অসম ফুটবল সন্থাৰ তত্বাৱধনাত আৰু কাৰ্বি আংলং জিলা ক্ৰীড়া সন্থাৰ ব্যৱস্থাপনাত ডিফু আৰু হানজাংলাংচ’ত চলি থকা ৬৮ সংখ্যক ক্ষিৰোদ বৰুৱা সোঁৱৰণী আন্তঃজিলা ছিনিয়ৰ ফুটবল টুৰ্ণামেণ্টৰ বুধবাৰৰ কোৱাৰ্টাৰ ফাইনেলত ক্ৰমেমৰিগাঁও আৰু গোৱালপাৰাই অগ্ৰগতি লাভ কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয়।

ডিফুৰ নৱনিৰ্মিত কাছা ষ্টেডিয়ামত চলি থকা কোৱাৰ্টাৰ ফাইনেলত গোৱালপাৰাৰ হাতত অইল ইণ্ডিয়াৰ কেইবাগৰাকী অভিজ্ঞতা সম্পন্ন খেলুৱৈৰে সমৃদ্ধ যোৱা বৰ্ষৰ বিজয়ী ডিব্ৰুগড় ৪-১ গ‘লৰ ব্যৱধানত পৰাস্ত হয়৷ খেলৰ প্ৰথমাৰ্ধত গোৱালপাৰাৰ চিৰঞ্জিত ৰাভাই ৩১ মিনিটত প্ৰথমটো, দ্বিতীয়াৰ্ধৰ ৮০ মিনিটত পংকজ ৰাভাই দ্বিতীয়টো গ‘ল, ৫২ মিনিটত শুক্ৰ ৰাভাই আৰু অতিৰিক্ত তৃতীয় মিনিটত চতুৰ্থটো গ‘ল দি গোৱালপাৰাক মজবুত স্থিতিত উপনীত কৰায়৷

গোৱালপাৰাৰ ৪ গ‘লৰ প্ৰত্যুত্তৰত ডিব্ৰুগড়ৰ হৈ দ্বিতীয়াৰ্ধৰ ৫৮ মিনিটত দীপজ্যোতি দৈমাৰীয়ে একমাত্ৰ গ‘লটো দিয়াৰ বাহিৰে ডিব্ৰুগড়ে গোৱালপাৰাৰ সন্মুখত কোনো প্ৰতিৰোধ গঢ়ি তুলিব নোৱাৰিলে৷ খেলখন পৰিচালনা কৰে পলাশ কোঁৱৰে৷

তেওঁক লাইনত সহায় কৰে দেৱাশিষ মজুমদাৰ আৰু লুকু দাসে৷ চতুৰ্থ ৰেফাৰীৰ দায়িত্বত আছিল পৱিত্ৰ বৰা৷ আনহাতে হানজাংলাংচ‘ খেলপথাৰত চলি থকা আন এখন কোৱাৰ্টাৰ ফাইনেলত মৰিগাঁৱে যোৱাবৰ্ষৰ বিজয়ী দল তিনিচুকীয়াক ১-০ গ‘লৰ ব্যৱধানত পৰাজিত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে৷ আনহাতে নীতি বহিৰ্ভূত খেলৰ বাবে ক্ৰমে দীপাঙ্কৰ ৰাভা আৰু ডিব্ৰুগড়ৰ বাসুদেৱ বৰুৱাক ৰেফাৰীয়ে হালধীয়া কাৰ্ড প্ৰদৰ্শন কৰে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Sports
Share16Tweet4Send

Related Posts

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক
Assam

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

by News Desk
September 25, 2026
52
Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
Assam

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

by News Desk
September 25, 2026
51
Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ
Assam

Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ

by News Desk
September 25, 2026
51
Ganja seized : গোসাঁইগাঁবৰ শ্ৰীৰামপুৰত ২ কোটিৰোধিক টকাৰ গাঞ্জাসহ জব্দ ট্ৰাক, ৩ সৰবৰাহকাৰী আটক
Assam

Ganja seized : গোসাঁইগাঁবৰ শ্ৰীৰামপুৰত ২ কোটিৰোধিক টকাৰ গাঞ্জাসহ জব্দ ট্ৰাক, ৩ সৰবৰাহকাৰী আটক

by News Desk
September 25, 2026
52
ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
Assam

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

by News Desk
September 24, 2026
51
Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ
Assam

Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ

by News Desk
September 24, 2026
61
ADVERTISEMENT
Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ
Guwahati

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

September 25, 2026
51
Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ
National-International

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

September 25, 2026
51
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক
Assam

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

September 25, 2026
52
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

September 25, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

September 25, 2026
Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

September 25, 2026
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

September 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d