ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মাঞ্জাত ছ’চিয়েল মিডিয়াক অপব্যৱহাৰ কৰি গোপন ভিডিঅ’ ভাইৰেলঃ কিশোৰীৰ আত্মহত্যাঃ দুই অপৰাধীক আৰক্ষীৰ গ্ৰেপ্তাৰ

ASSAM TIMES POST by ASSAM TIMES POST
September 1, 2019
Reading Time: 1 min read
A A
0
মাঞ্জাত ছ’চিয়েল মিডিয়াক অপব্যৱহাৰ কৰি গোপন ভিডিঅ’ ভাইৰেলঃ কিশোৰীৰ আত্মহত্যাঃ দুই অপৰাধীক আৰক্ষীৰ গ্ৰেপ্তাৰ

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান

ডিফুঃ মৰেল পুলিচৰূপী একাংশ দুৰ্বৃত্তৰ নিকৃষ্ট কাৰ্যত হতাশ আৰু চৰম অপমানত ভূগি অকালতে আত্মহত্যাৰ পথ বাছি ল’লে এগৰাকী কিশোৰীয়ে৷ এইলৈ পাহাৰীয়া জিলা কাৰবি আংলঙত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে৷ প্ৰাপ্ত খবৰ অনুসৰি যোৱা ১৯ আগষ্টত বকলিয়াঘাট থানা এলেকাধীন তিচ’ম গাঁৱৰ এগৰাকী কিশোৰী নিজ বন্ধুৰ সৈতে চিলনীস্থিত বনভোজ থলীলৈ ফুৰিবলৈ যায়৷

উক্ত সময়ত নিজ বন্ধুৰ সৈতে কিশোৰীগৰাকীৰ কিছু অন্তৰংগ মুহূৰ্ত কোনো দূৰ্বৃত্তই গোপনে ভিডিঅ’ কৰি তাৰ দৃশ্যাংশ গ্ৰহণেৰে কিশোৰীগৰাকীৰ বন্ধুক মাৰপিট কৰাৰ লগতে উক্ত ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল কৰে৷ ছ’চিয়েল মিডিয়াৰ যোগেদি দুৰ্বৃত্ত কেইটাৰ এনে কাণ্ডত প্ৰচণ্ড হতাশা আৰু লাজ-অপমানত ভুগি যোৱা ২১ আগষ্টত কিশোৰীগৰাকী নিজ ঘৰতে আত্মহনন কৰে৷

https://wordpress-440531-1379741.cloudwaysapps.com/wp-content/uploads/2019/09/karbi-anglong.mp4

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা উক্ত ভিডিঅ’ৰ কথা গম পাই মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমনি ডেকাই নিজাববীয়াকৈ তদন্ত কৰি অৱশেষত আজি দুটা দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ ধৃত দুৰ্বৃত্ত কেইটা ক্ৰমে হৰেণছিং টেৰণ আৰু ফ্ৰাঞ্চিছ ইংতি বুলি চিনাক্ত কৰা হৈছে৷ ধৃত দুৰ্বৃত্ত কেইটা বন বিভাগৰ অস্থায়ী কৰ্মচাৰী বুলি জানিব পৰা গৈছে৷ এই সন্দৰ্ভত মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমনি ডেকাই বকলীয়া আৰক্ষী থানাত এক গোচৰ ৰুজো কৰে৷

উল্লেখযোগ্য যে ছ’চিয়েল মিডিয়াৰ অপব্যৱহাৰ কৰা এনে দুৰ্বৃত্তৰ বিৰুদ্ধে নিজাববীয়াৰ প্ৰচেষ্টাৰ বাবে সচেতন মহলে বিষয়াগৰাকীক প্ৰশংসা কৰিছে৷ বৰ্তমান সময়ত সমাজত চলি থকা ম’ৰেল পুলিছৰ এনে অপকৰ্ম বাবে ম’ৰেল পুলিছিং সম্প্ৰতি এক ডাঙৰ বিকাৰ হৈ থিয় দিছে৷ ম’ৰেল পুলিছৰ এনে দুষ্কাৰ্যত মানসিকতাৰ বাবে ভাগি পৰা এগৰাকী অপৈণত কিশোৰীয়ে আত্মহননৰ পথ বাছি লোৱা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷

Tags: Featured
Share4Tweet3Send

Related Posts

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ
KARBI ANGLONG

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

by Staff Reporter
June 11, 2026
50
Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?
Assam

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

by News Desk
June 10, 2026
50
Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান
KARBI ANGLONG

Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান

by News Desk
June 10, 2026
50
Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন
KARBI ANGLONG

Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন

by News Desk
June 9, 2026
50
Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ
KARBI ANGLONG

Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ

by News Desk
June 9, 2026
50
Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized
Assam

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized

by Staff Reporter
June 9, 2026
50
ADVERTISEMENT
‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ
KARBI ANGLONG

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

June 11, 2026
50
PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক
National-International

PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক

June 10, 2026
50
TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী
National-International

TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী

June 10, 2026
50
Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ
National-International

Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ

June 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

June 11, 2026
PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক

PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক

June 10, 2026
TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী

TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী

June 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx