ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

অভি-নীল কাণ্ডক লৈ ডিফুত একাধিক সংগঠনৰ সংবাদমেল, দুই উকীলৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ প্ৰত্যাহাৰৰ আহ্বান

ASSAM TIMES POST by ASSAM TIMES POST
September 2, 2019
Reading Time: 1 min read
A A
0

[captainform id=”1286858″ lightbox=”1″ miliseconds=”1000″ type=”auto-popup”]

RELATED POSTS

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান

logo atp | ASSAM TIMES POSTASSAM TIMES POST

ডিফুঃ অভি-নীল কাণ্ডৰ গোচৰত প্ৰতিপক্ষৰ দুই উকীলৰ বিৰুদ্ধে ফৰিয়াদীয়ে দাখিল কৰা গোচৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কাৰ্বি আংলঙৰ একাধিক জাতীয় সংগঠনে৷ ২০১৮ চনৰ ডকমকাৰ পাণজুৰি গাঁৱৰ কাংঠিলাংছ’ৰ মনোৰম পৰিবেশ উপভোগ কৰিবলৈ গৈ দুই উদীয়মান যুৱক অভিজিত আৰু নীলোৎপলে এদল উন্মাদ লোকৰ হিংসাৰ বলিহৈ অকালতে প্ৰাণ হেৰুৱাইছিল৷

এইলৈ নগাঁও ন্যায়িক আদালতত গোচৰ চলি আছে যদিও শেহতীয়াকৈ গোচৰৰ সাক্ষীক ভাবুকি প্ৰদান কৰাকলৈ আচামী পক্ষৰ দুই উকীল ক্ৰমে,  আৰকই ইংতি কাথাৰ আৰু ছাৰলংকি কাথাৰৰ বিৰুদ্ধে গোচৰীয়া পক্ষ তথা নিহতদ্বয়ৰ দুই পিতৃয়ে এজাহাৰ দাখিল কৰিছে৷ ইয়াৰ পৰিপ্ৰেক্ষিতত ডিফুৰ কেএছএৰ কাৰ্যালয়ত জাকাছকে ধৰি এঘাৰটাকৈ সংগঠনে সোমবাৰে সংবাদমেলৰ আয়োজন কৰি গোচৰ সন্দৰ্ভত নিজা প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷

ফৰিয়াদী পক্ষই দাখিল কৰা এজাহাৰ উদ্দেশ্যপ্ৰণোদিত আৰু সাম্প্ৰদায়িক আৰু ভুৱা বুলি সংগঠনকেইটাৰ নেতৃবৰ্গই সংবাদমেলত অভিযোগ উত্থাপন কৰে৷ সংবাদমেলত সংগঠনকেইটাৰ নেতৃবৰ্গই কয় যে অভিযুক্ত লোকসকলৰ হৈ উকালতি কৰাটো অপৰাধ নেকি? জাকাছৰ অধ্যক্ষ খৰচিং টেৰণে পুত্ৰক হেৰুৱা দুই পিতৃৰ যন্ত্ৰণা উপলব্ধি কৰিবলৈ সক্ষম বুলি উল্লেখ কৰি অভি-নীলৰ পিতৃক প্ৰতিপক্ষৰ উকীলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনায়৷

গোচৰটোৰ আইনী প্ৰক্ৰিয়া চলি থকাৰ লগতে ইতিমধ্যে ৪৮ গৰাকীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰাৰ লগতে গোচৰটো নগাঁও আদালতলৈ নিয়া হৈছে বুলি মন্তব্য কৰি নেতাগৰাকীয়ে দোষীক আইন অনুসৰি শাস্তি প্ৰদান আৰু নিৰ্দোষী লোকে যাতে হাৰাশাস্তি নাপায় তাৰ বাবে আহ্বান জনায়৷ সংবাদমেলখনত ক্ৰমে জাকাছ, এইছটিএল, কাৰ্বি আংলং ছাত্ৰ সন্থা, কেএনচিএ, কেএছৱাইচি, কেএফএ, এপিএইছএলচি, কেআৰএএ, কেএছইউ, কেএলএনএলএফ আৰু কেএইউপিএৰ নেতৃবৰ্গ উপস্থিত থাকে৷

Tags: Featuredkarbi anglong
Share4Tweet3Send

Related Posts

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ
KARBI ANGLONG

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

by Staff Reporter
June 11, 2026
50
Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?
Assam

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

by News Desk
June 10, 2026
50
Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান
KARBI ANGLONG

Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান

by News Desk
June 10, 2026
50
Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন
KARBI ANGLONG

Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন

by News Desk
June 9, 2026
50
Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ
KARBI ANGLONG

Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ

by News Desk
June 9, 2026
50
Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized
Assam

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized

by Staff Reporter
June 9, 2026
50
ADVERTISEMENT
‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ
KARBI ANGLONG

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

June 11, 2026
50
PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক
National-International

PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক

June 10, 2026
50
TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী
National-International

TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী

June 10, 2026
50
Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ
National-International

Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ

June 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

June 11, 2026
PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক

PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক

June 10, 2026
TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী

TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী

June 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx