ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফুত সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাৰ কাৰ্যনিৰ্বাহক সভা সম্পন্নঃ সংস্থাৰ ১৭ দফীয়া দাবী মানি নললে শীঘ্ৰে ধাৰাবাহিক গণতান্ত্ৰিক আন্দোলন কৰাৰ হুংকাৰ

ASSAM TIMES POST by ASSAM TIMES POST
September 8, 2019
Reading Time: 1 min read
A A
0

RELATED POSTS

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ

logo atp | ASSAM TIMES POSTASSAM TIMES POST

ডিফুঃ দেওবাৰে কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুস্থিত ডিফু ক্লাবত সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাৰ আমন্ত্ৰণ মৰ্মে সংস্থাৰ এখনি গুৰুত্বপুৰ্ণ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়৷ সভাৰ অন্তত ডিফু ক্লাবতে সংস্থাই এক সংবাদ মেলৰ আয়োজন কৰে৷

সংবাদ মেল সম্বোধন কৰি সংস্থাৰ সভাপতি মুকুল কুমাৰ বৰাই চৰকাৰৰ বিদ্যালয় সমূহৰ প্ৰাদেশীকৰণ প্ৰক্ৰিয়াক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ সভাপতি গৰাকীয়ে ক্ষোভ উজাৰি কয় যে, ২০১৩ চনতে একাংশ বিদ্যালয়ক প্ৰাদেশীকৰণ কৰিলেও যদি আন একাংশক এই প্ৰক্ৰিয়াৰ আওতালৈ আজি অনা নহ’ল৷

ইয়াৰ ফলত ৰাজ্যৰ ৪০ হাজাৰ শিক্ষক- কৰ্মচাৰী প্ৰাদেশীকৰণ প্ৰক্ৰিয়াৰ পৰা বঞ্চিত হৈ এক প্ৰকাৰ দিশহাৰা হোৱা বুলি ক্ষোভ প্ৰকাশ কৰে সভাপতি গৰাকীয়ে৷ ইয়াৰোপৰি হিন্দী, আৰবী, সংগীত আৰু বিজ্ঞান শিক্ষকৰ লগতে চতু্ৰ্থ শ্ৰেণীৰ কৰ্মচাৰী নিয়োগকে ধৰি কেইবাটাও দাবী সন্দৰ্ভত দাবী উত্থাপন কৰি আহিছে যদিও বিভাগীয় কৰ্তৃপক্ষই এই সন্দৰ্ভত কোনো গুৰুত্ব প্ৰকাশ কৰা নাই বুলি মন্তব্য কৰে সভাপতি গৰাকীয়ে৷

আনহাতে ২০১২ চনতে টেটৰ জৰিয়তে শিক্ষক নিযুক্তি দিয়াৰ পিছত ইয়াৰে কিছুসংখ্যকে স্থায়ী নিযুক্তি লাভ কৰাৰ বিপৰীতে দুকুৰি হাজাৰতকৈও অধিক শিক্ষকে আজিও স্থায়ী নিযুক্তি লাভ নকৰাক লৈ উদ্বেগ প্ৰকাশ কৰে৷ এইক্ষেত্ৰত অন্তত ষাঠি বছৰ বয়সলৈকে এই সকল শিক্ষকৰ চাকৰিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে চৰকাৰক সংস্থাই দাবী জনোৱাৰ লগতে পৰৱৰ্তী পৰ্যায়ত খালী পদসমূহৰ বিপৰীতে এই সকল শিক্ষকক স্থায়ী নিযুক্তি প্ৰদানৰ দাবী জনায়৷

২০০৫ চনৰ পিছত নিযুক্তি লাভ কৰা শিক্ষক সকলৰ পূৰ্বৰ জিপিএফৰ নিতীৰ আওতালৈ আনিবলৈ চৰকাৰক দাবী জনোৱা বুলি মন্তব্য কৰে৷ এনে বিভিন্ন দাবীৰ বিষয়ে উল্লেখ কৰি সভাপতি গৰাকীয়ে অহা দুৰ্গা পূজাৰ পূৰ্বে দাবী পূৰণৰ বাবে দাবী জনায় অন্যথাই পূজাৰ পিছত সন্থাই বৃহৎ ধাৰাবাহিক গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিছে৷

যোৱা এটা বছৰত সন্থাই তেওঁলোকৰ দাবীক লৈ চাৰিবাৰকৈ স্মাৰক পত্ৰ দিয়াৰ পিছতো শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে সংস্থাক আলোচনালৈ আমন্ত্ৰণৰ প্ৰয়োজনবোধ নকৰাকলৈ সন্থাই উদ্বেগ প্ৰকাশ কৰে৷ মধ্য ইংৰাজী শিক্ষক সন্থা সদায় আন্দোলন বৰ্জিত পৰিবেশৰ ওপৰত বিশ্বাসী বুলি মন্তব্য কৰি সভাপতি গৰাকীয়ে কয়যে সন্থাৰ দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণ নহলে শৈক্ষিক পৰিবেশটো চলাই নিয়া সম্ভৱপৰ নহয়৷ উল্লেখযোগ্য যে, কাৰ্বি আংলং মধ্য ইংৰাজী বিদ্যালয়ৰ একাংশ শিক্ষকে সন্থাৰ কোনো ভিত্তি নাই বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সভাপতি গৰাকীয়ে কয় যে, ১৯৬১ চনতে স্থাপিত হোৱা এটা পুৰণি সংস্থাই কিদৰে ভিত্তীহীন আৰু সংবিধান নথকা হ’ব পাৰে বুলি প্ৰশ্ন উত্থাপন কৰে৷

সংবাদ মেলত সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাৰ সম্পাদক দ্বিপেন শৰ্মা, কাৰ্বি আংলঙৰ সভাপতি বৰছিং ইংলেঙ, নুৰ হুছেইন আৰু সদস্য সকল উপস্থিত থাকে৷ আজিৰ কাৰ্যনিৰ্বাহক সভাখন কাৰবি আংলং জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক ৰৱেলচন ৰংপিয়ে শুভ উদ্ধোধন কৰে৷ ইয়াৰোপৰি কাৰ্বি আংলঙৰ চাৰিমাহে দৰমহা লাভ নকৰা শিক্ষক সকলৰ দৰমহা শীঘ্ৰে মোকলাই দিবলৈ আহ্বান জনেৱাৰ লগতে দৰমহা মোকলাই অনাত উদ্বোগ লোৱা বিভাগীয় বিষয়া সকলৰ প্ৰচেষ্টাক শলাগ লৈছে সভাপতি গৰাকীয়ে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: FeaturedFeatured2karbi anglong
Share32Tweet20Send

Related Posts

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক
Assam

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

by News Desk
September 25, 2026
52
Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
Assam

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

by News Desk
September 25, 2026
51
Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ
Assam

Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ

by News Desk
September 25, 2026
51
Ganja seized : গোসাঁইগাঁবৰ শ্ৰীৰামপুৰত ২ কোটিৰোধিক টকাৰ গাঞ্জাসহ জব্দ ট্ৰাক, ৩ সৰবৰাহকাৰী আটক
Assam

Ganja seized : গোসাঁইগাঁবৰ শ্ৰীৰামপুৰত ২ কোটিৰোধিক টকাৰ গাঞ্জাসহ জব্দ ট্ৰাক, ৩ সৰবৰাহকাৰী আটক

by News Desk
September 25, 2026
52
ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
Assam

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

by News Desk
September 24, 2026
51
Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ
Assam

Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ

by News Desk
September 24, 2026
61
ADVERTISEMENT
Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ
Guwahati

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

September 25, 2026
51
Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ
National-International

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

September 25, 2026
51
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক
Assam

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

September 25, 2026
52
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

September 25, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

September 25, 2026
Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

September 25, 2026
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

September 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d