ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

সপ্তম ইণ্ডিয়ান চিনে ফিল্ম ফেষ্টিভেলত ‘কিয়াৰ’স্কুৰ’ বাবে পাৰ্থজিৎ বৰুৱালৈ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা

ASSAM TIMES POST by ASSAM TIMES POST
September 9, 2019
Reading Time: 1 min read
A A
0
সপ্তম ইণ্ডিয়ান চিনে ফিল্ম ফেষ্টিভেলত ‘কিয়াৰ’স্কুৰ’ বাবে পাৰ্থজিৎ বৰুৱালৈ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা

RELATED POSTS

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ

ezgif 4 d314b1d22ab8 | ASSAM TIMES POSTASSAM TIMES POST

নগাঁওঃ বিশিষ্ট তথ্য চিত্ৰ নিৰ্মাতা, পৰিচালক পাৰ্থজিৎ বৰুৱাই শেহতীয়াকৈ নিৰ্মাণ কৰি উলিওৱা ‘কিয়াৰ’স্কুৰ’ নামৰ তথ্যচিত্রখনৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে।

মুম্বাইৰ হোটেল ৰেছেডেন্সিত ৮ ছেপ্টেম্বৰত অনুষ্ঠিত সপ্তম ইণ্ডিয়ান চিনে ফিল্ম ফেষ্টিভেলত দেশ বিদেশৰ বিভিন্ন তথ্যচিত্রৰ ভিতৰত ‘কিয়াৰ’স্কুৰ’তথ্যচিত্রখনৰ বাবে পাৰ্থজিৎ বৰুৱাই শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে ।

03c9011f 46bf 41b5 bd67 1c257194ec6c | ASSAM TIMES POST

২৯ মিনিট দৈৰ্ঘ্যৰ তথ্যচিত্রখনৰ পৰিচালনা , চিত্ৰনাট্য পাৰ্থজিৎ বৰুৱাৰ নিজা। ‘কিয়াৰ’স্কুৰ’ তথ্যচিত্রখনে ইতিমধ্যে আহমেদনগৰ আন্তঃৰাষ্ট্রীয় চলচ্চিত্ৰ মহোৎসৱত তথ্যচিত্রৰ শিতানত শ্ৰেষ্ঠ তথ্যচিত্রৰ সন্মান লাভ কৰাৰ লগতে দক্ষিণ এছিয়া চলচ্চিত্ৰ মহোৎসৱৰ প্ৰতিযোগিতা শাখাটো নিৰ্বাচিত হৈছিল ।

b4fd7657 843f 4fce b8ee 94ea816a58cd | ASSAM TIMES POST

আনহাতে পাৰ্থজিৎ বৰুৱাই ৰাজ্যিক চলচ্চিত্ৰ সমালোচকৰ বঁটা ইতিমধ্যে লাভ কৰিছে। নগাঁও চহৰৰ আমোলাপট্টি নিৱাসী তথ্যচিত্র নিৰ্মাতা, পৰিচালক পাৰ্থজিৎ বৰুৱাই ইতিমধ্যে নিৰ্মাণ কৰি উলিওৱা কেইবাখনো তথ্যচিত্রই ৰাষ্ট্রীয় আৰু আন্ত:ৰাষ্ট্রীয় পৰ্যায়ত সুনাম কঢ়িয়াই আনিছে।

উল্লেখ্য, লোকসেৱক হলধৰ ভূঞাৰ পুত্র নগাঁৱৰ বিশিষ্ট সমাজকৰ্মী মুকুট চন্দ্ৰ ভূঞাৰ জীৱনৰ আধাৰত তথ্যচিত্র নিৰ্মাতা পাৰ্থজিৎ বৰুৱাই ‘কিয়াৰ’স্কুৰ’ তথ্যচিত্রখন নিৰ্মাণ কৰি উলিয়াইছে।

এক ব্যতিক্রমী ব্যক্তিত্বৰ মুকুট চন্দ্ৰ ভূঞাই পুনে ফিল্ম ইনষ্টিটিউটত সম্পাদন বিভাগত পাঠ্যক্রম সম্পূর্ণ কৰাৰ পাচত অসমলৈ উভতি আহি মৰ্যাদা সম্পন্ন বাতৰি কাকত – আলোচনী বিতাৰকৰ দায়িত্ব পালন কৰি আহিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Featured
Share8Tweet5Send

Related Posts

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক
Assam

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

by News Desk
September 25, 2026
50
Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
Assam

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

by News Desk
September 25, 2026
50
Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ
Assam

Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ

by News Desk
September 25, 2026
51
Ganja seized : গোসাঁইগাঁবৰ শ্ৰীৰামপুৰত ২ কোটিৰোধিক টকাৰ গাঞ্জাসহ জব্দ ট্ৰাক, ৩ সৰবৰাহকাৰী আটক
Assam

Ganja seized : গোসাঁইগাঁবৰ শ্ৰীৰামপুৰত ২ কোটিৰোধিক টকাৰ গাঞ্জাসহ জব্দ ট্ৰাক, ৩ সৰবৰাহকাৰী আটক

by News Desk
September 25, 2026
52
ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
Assam

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

by News Desk
September 24, 2026
51
Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ
Assam

Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ

by News Desk
September 24, 2026
61
ADVERTISEMENT
Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ
Guwahati

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

September 25, 2026
50
Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ
National-International

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

September 25, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক
Assam

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

September 25, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

September 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

September 25, 2026
Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

September 25, 2026
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

September 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d