ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফুত নাবালিকা শিশুক গণধৰ্ষণঃ আৰক্ষীৰ তৎপৰতাত গ্ৰেপ্তাৰ তিনি ধৰ্ষণকাৰী

ASSAM TIMES POST by ASSAM TIMES POST
September 19, 2019
Reading Time: 1 min read
A A
0

RELATED POSTS

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ

logo atp | ASSAM TIMES POSTASSAM TIMES POST

ডিফুঃ মানৱ সমাজত লজ্জানত কৰি কাৰ্বি আঙলংৰ সদৰ চহৰ ডিফুত সংঘটিত হৈছে নাবালিকা কণ্যা শিশুৰ শিহৰণকাৰী গণধৰ্ষণ কাণ্ড৷ কিছু পলমকৈ হলেও পোহৰলৈ অহা গণধৰ্ষণ কাৰ্যক লৈ ডিফুৰ চৌপাশে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ কাৰ্বি আংলং জিলা আৰক্ষীৰ জিলা আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক(মুখ্য) নাহিদ কৰিশ্মাক আজি সংবাদ মাধ্যমে গ্ৰহণ কৰা সাক্ষাৎকাৰত কয় যে, যোৱা ১৭ ছেপ্তেম্বৰত ডিফু অসামৰিক চিকিৎসালয়ৰ পৰা এগৰাকী ১০ বছৰীয়া নাবালিকা শিশু কণ্যা ধৰ্ষণৰ বলি হৈছে খবৰ লাভ কৰি ডিফু থানাৰ অ’চিৰ নেতৃত্বত এটি আৰক্ষীৰ দল চিকিৎসালয়খনত উপস্থিত হৈ ধৰ্ষিতা শিশু গৰাকীৰ স্বাস্থ্যৰ বুজ লয় ৷

WhatsApp Image 2019 09 19 at 5.25.14 AM 1 | ASSAM TIMES POST

ধৰ্ষিতাৰ জবানবন্দী অনুসৰি ধৰ্ষিতা ডিফু বেচিক স্কুল কলনি এগৰাকী আত্মীয়ৰ ঘৰত বসবাস কৰে আৰু তাতে দিনৰ ১২ বজাৰ পৰা ৪ বজাৰ ভিতৰত নাবালিকা শিশু গৰাকীক গণধৰ্ষণ সংঘটিত কৰিছে বুলি জানিব দিয়ে৷ সেইমতে বিশেষ সুত্ৰে খবৰ লাভ কৰি ডিমাপুৰৰ ৬ মাইলৰ পৰা এজন ধৰ্ষণকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰু পৰৱৰ্তী সময়ত ধৃত ধৰ্ষণকাৰীটোৰ স্বীকাৰোক্তিৰ ভিত্তিত আন দুজন ধৰ্ষণকাৰীক কাৰ্বি আংলং জিলাৰ মাঞ্জাৰ পৰা আটক কৰা হয়।

প্ৰথমে ধৰ্ষণকাৰী সকলে ঘটনা সন্দৰ্ভত স্বীকাৰ কৰা নাছিল যদিও আৰক্ষীৰ পৃথক পৃথক আৰু সমজোৱা জেৰাত ধৰ্ষণকাৰী সকলে ধৰ্ষণৰ ঘটনা স্বীকাৰ কৰিছে বুলি উপ-আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিছে৷ এই সন্দৰ্ভত ডিফু থানাত ২৫৬/ ২০১৯ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৭৬ (ডিবি) আৰু আৰ ডব্লিউ ধাৰা পচক’ ৬ অনুসৰি গোচৰ ৰুজো দি তিনি ধৰ্ষণকাৰীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে৷

গ্ৰেপ্তাৰ তিনি পাষণ্ড ধৰ্ষণকাৰীৰ নাম ক্ৰমে, টেনিচন ইংতি (২৯), ছেছং ইংতি (১৯) আৰু বিৰচিং বে’ (১৯) বুলি চিনাক্ত কৰা হৈছে৷ ধৰ্ষিতা শিশু গৰাকী বৰ্তমানেও সংকট জনক অৱস্থাত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: FeaturedFeatured2karbi anglong
Share101Tweet23Send

Related Posts

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক
Assam

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

by News Desk
September 25, 2026
52
Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
Assam

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

by News Desk
September 25, 2026
51
Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ
Assam

Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ

by News Desk
September 25, 2026
51
Ganja seized : গোসাঁইগাঁবৰ শ্ৰীৰামপুৰত ২ কোটিৰোধিক টকাৰ গাঞ্জাসহ জব্দ ট্ৰাক, ৩ সৰবৰাহকাৰী আটক
Assam

Ganja seized : গোসাঁইগাঁবৰ শ্ৰীৰামপুৰত ২ কোটিৰোধিক টকাৰ গাঞ্জাসহ জব্দ ট্ৰাক, ৩ সৰবৰাহকাৰী আটক

by News Desk
September 25, 2026
52
ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
Assam

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

by News Desk
September 24, 2026
51
Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ
Assam

Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ

by News Desk
September 24, 2026
61
ADVERTISEMENT
Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ
Guwahati

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

September 25, 2026
51
Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ
National-International

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

September 25, 2026
51
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক
Assam

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

September 25, 2026
52
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

September 25, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

September 25, 2026
Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

September 25, 2026
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

September 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d