ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Lifestyle Health & Fitness

স্বাস্থ্য : সুস্থ হৈ থাকিবলৈ মহিলাসকলে খাওক এই ৩ ফল

ASSAM TIMES POST by ASSAM TIMES POST
March 26, 2022
Reading Time: 1 min read
A A
0
স্বাস্থ্য : সুস্থ হৈ থাকিবলৈ মহিলাসকলে খাওক এই ৩ ফল

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

স্বাস্থ্য প্ৰতিবেদন:

বহুতো মহিলাই ঘৰ আৰু অফিচ একেলগে চম্ভালে। সংসাৰ আৰু কর্মক্ষেত্রৰ ভাৰসাম্য বজায় ৰাখিবলৈ গৈ শৰীৰ-স্বাস্থ্যৰ দিশে নজৰ দিবলৈ সময় নাটে। সমীক্ষাই কৈছে, বেশিভাগ নাৰীয়ে জীৱন-যাপনত অনিয়মিত সমস্যা চিকাৰ হয়।

ফলত স্থূলতা, থাইৰয়েড, মানসিক অৱসাদ হয় নিত্যসঙ্গী। এটি নির্দিষ্ট বয়সত ঋতুবন্ধৰ পিছৰ পৰা শাৰীৰিক বিভিন্ন জটিলতাও সৃষ্টি হয়। চিকিৎসকসকলে কয়, সামান্য সচেতনতা, দৈনন্দিন খোৱা-লোৱাৰ অভ্যাস সলনি কৰিলেই শৰীৰ সুস্থ হৈ থাকিব। শৰীৰক পুষ্টি যোগাবলৈ বয়স নির্বিশেষে দৈনিক খাদ্য তালিকাত বিভিন্ন বতৰৰ ফল থকাটো প্রয়োজন।

১) আপেল :

পুৱাৰ জলপানত বা দুপৰীয়া কামৰ মাজে মাজে দৈনিক এটিকৈ আপেল খালে শৰীৰৰ যত্ন লয়। আপেলে ওজন হ্রাস কৰে, হৃদ্যন্ত্র ভালে ৰাখে, ডায়েবেটিছ নিয়ন্ত্রণত ৰাখে। ‘আমেৰিকান এছোচিয়েচন অব ক্লিনিকেল নিউট্রিচন’ৰ সমীক্ষা অনুসৰি যিসকল মহিলাই নিয়মিত আপেল খায় তেওঁলোকৰ হৃদ্ৰোগৰ সম্ভাৱনা কমে প্রায় ১৩-২২ শতাংশ।

২) আমলখি :

বহু মহিলাই আয়ৰনৰ অভাৱত ভোগে। তেওঁলোকৰ বাবে অপৰিহার্য এটি ফল হৈছে আমলখি। ঋতুস্রাৱৰ সময়ত শৰীৰৰ পৰা বহু পৰিমাণৰ ৰক্ত নির্গত হয়। শৰীৰত পর্যাপ্ত আয়ৰনৰ অভাৱে ৰক্তাহীনতাৰ সমস্যাই দেখা দিয়ে। শৰীৰৰ আয়ৰনৰ ঘাটি পূৰণ কৰিবলৈ দৈনিক এটিকৈ আমলখি খোৱাটো প্রয়োজন।

৩) বেদানা :

স্তন কেন্সাৰৰ কোষৰ মৃত্যু ঘটায় বেদানাই। ইয়াৰ উপৰি মহিলাসকলৰ আর্থ্রাৰাইটিছ হোৱাৰ প্রৱণতাও বহুখিনি বেছি। বেদানাই আর্থ্রাৰাইটিছৰ সমস্যা কমাব পাৰে। ইয়াৰ উপৰি স্থূলতাৰ সমস্যাত ভোগাসকলে প্রতিদিনৰ খাদ্য তালিকাত নিয়মিত ৰাখিব পাৰে বেদানা।

Tags: Health and Wellness
Share4Tweet3Send

Related Posts

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!
Health & Fitness

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

by ASSAM TIMES POST
November 29, 2025
50
India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF
Health & Fitness

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

by ASSAM TIMES POST
September 11, 2025
50
Sugarcane Juice I  কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-
Health & Fitness

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

by Staff Reporter
May 12, 2025
50
Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?
Health & Fitness

Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?

by News Desk
February 22, 2025
50
Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ
Health & Fitness

Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ

by News Desk
February 11, 2025
50
Cancer : ক’লা প্লাষ্টিকৰ বাকচত থকা খাদ্য খায় নেকি, হ’ব পাৰে কৰ্কট ৰোগ
Health & Fitness

Cancer : ক’লা প্লাষ্টিকৰ বাকচত থকা খাদ্য খায় নেকি, হ’ব পাৰে কৰ্কট ৰোগ

by News Desk
January 31, 2025
50
ADVERTISEMENT
‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ
KARBI ANGLONG

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

June 11, 2026
50
PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক
National-International

PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক

June 10, 2026
50
TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী
National-International

TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী

June 10, 2026
50
Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ
National-International

Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ

June 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

June 11, 2026
PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক

PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক

June 10, 2026
TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী

TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী

June 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx