ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

হাফলং আৰক্ষীৰ জালত নিষিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ : বুজন পৰিমানৰ নিষিদ্ধ ড্ৰাগছ সহ আটক চাৰি সৰবৰাহকাৰী

ষ্টাফ ৰিপৰ্টাৰঃডিফু

Staff Reporter by Staff Reporter
April 8, 2022
Reading Time: 1 min read
A A
0
হাফলং আৰক্ষীৰ জালত নিষিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ : বুজন পৰিমানৰ নিষিদ্ধ ড্ৰাগছ সহ আটক চাৰি সৰবৰাহকাৰী

RELATED POSTS

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

logo new 2 1 1 4 1 3 4 1 | ASSAM TIMES POST

“অভিযানকাৰী আৰক্ষীৰ দলটোৱে এটা সৰবৰাহকাৰী তথা তিনিটা ড্ৰাগছ সেৱনকাৰীকে ধৰি মুঠ চাৰি যুৱকক আটক কৰিবলৈ সক্ষম হয়।”

সমগ্ৰ ৰাজ্যখনৰ লগতে শেহতীয়াকৈ ডিমা হাচাও পাৰ্বত্য জিলাতো ড্ৰাগচৰ সৰবৰাহ ক্ৰমাৎ উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ লোৱা পৰিলক্ষিত হৈছে। কালি সন্ধিয়া জিলাখনৰ আৰক্ষীয়ে চলোৱা এক ড্ৰাগছ বিৰোধী অভিযানত এটা বৃহত চক্ৰ জালত পেলোৱাৰ লগতে বুজন পৰিমাণৰ নিচাযু্ক্ত দ্ৰব্য জব্দ কৰিবলৈ সক্ষম হৈছে।

ড্ৰাগছ প্ৰাপ্ত তথ্য অনুসৰি, এক গোপন সূত্ৰে জিলাখনৰ আৰক্ষীয়ে কালি বিয়লিৰ ভাগত এজন লোকে জিলাখনলৈ নিষিদ্ধ ড্ৰাগছ সৰবৰাহ কৰি থকাৰ নিশ্চিত তথ্য লাভ কৰে। উক্ত তথ্যৰ ভিত্তিত হাফলং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত শইকীয়াৰ নেতত্বত তথা হাফলং নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া লখিন্দৰ শইকীয়াৰ সহযোগত আৰক্ষীৰ এটা দলে উক্ত ড্ৰাগছ সৰবৰাহকাৰীটোক আটক কৰিবলৈ সক্ষম হয়।

সৰবৰাহকাৰীধৃত সৰবৰাহকাৰীটোক জেৰা চলাই লাভ কৰা তথ্যৰ ভিত্তিত আৰক্ষীৰ দলটোৱে পৰৱৰ্তী সময়ত হাফলং থানাৰ অন্তৰ্গত জাতিংগাৰ আন এটা ঘৰত অভিযান চলায়। উক্ত ঘৰটোৰ পৰা অভিযানকাৰী আৰক্ষীৰ দলটোৱে এটা সৰবৰাহকাৰী তথা তিনিটা ড্ৰাগছ সেৱনকাৰীকে ধৰি মুঠ চাৰি যুৱকক আটক কৰিবলৈ সক্ষম হয়।

আনহাতে, আৰক্ষীৰ উপস্থিতিৰ উমান পাই ইয়াৰে এজন সদস্য পলাই সাৰিবলৈ সক্ষম হয়। উক্ত ঘৰটোত আৰক্ষীয়ে তালাচী চলাই ১৮১ টা সৰু কন্টেইনাৰত ভৰাই ৰখা অবস্থাত ৮০ গ্ৰাম হেৰ’ইন আৰু নিচাযুক্ত কেপছুলৰ তিনিটা ষ্ট্ৰীপ জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ দলটোৱে লগতে হেৰ’ইন ভৰাবলৈ ব্যৱহাৰ কৰা ২৫০ টা খালী সৰু কন্টেইনাৰো ঘৰটোৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী চক্ৰটোৰ যুৱককেইজন ক্ৰমে মাৰ্চিল চুচিয়াং (২১), থাইৰিংদাউ নাইডিং (১৯), ৰাহুল চুছিয়াং (২৪),কাইলিয়ানমুৱান লিয়েনথাং (২৪) আৰু বিশাল দে’ (২২) বুলি চিনাক্ত কৰা হৈছে। আনহাতে, আৰক্ষীৰ জালৰ পৰা পলাই সাৰিবলৈ সক্ষম হোৱা ড্ৰাগছ সেৱনকাৰীটো বিৰাথেম বাথাৰী বুলি চিনাক্ত কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা আটাইকেইটাকে আজি আদালতলৈ প্ৰেৰণ কৰা হয়।

সাংবাদিকৰে হোৱা বাৰ্তালাপত জিলাখনৰ আৰক্ষী অধীকক জয়ন্ত সিঙে জানিবলৈ দিয়া অনুসৰি সম্প্ৰতি জিলাখনৰ আৰক্ষীয়ে জিলাখনলৈ ড্ৰাগছৰ মূল সৰবৰাহকাৰীৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে। জিলাখনলৈ প্ৰধানতঃ বাহিৰৰ পৰা ড্ৰাগছৰ সৰবৰাহ কৰি অহা হৈছে বুলি শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে লগতে ব্যক্ত কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Drugsআৰক্ষীৰ জালত নিষিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী
Share7Tweet4Send

Related Posts

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা
KARBI ANGLONG

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

by News Desk
October 3, 2026
59
Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ
KARBI ANGLONG

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ

by News Desk
October 1, 2026
56
Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

by News Desk
September 21, 2026
71
Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

by ASSAM TIMES POST
September 17, 2026
63
KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী
KARBI ANGLONG

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

by News Desk
September 16, 2026
63
Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু
KARBI ANGLONG

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

by ASSAM TIMES POST
September 16, 2026
67
ADVERTISEMENT
Delhi building collapse : দিল্লীত পুনৰ ভাঙি পৰিল পাঁচ মহলীয়া অট্টালিকা! বহুলোক ধ্বংসাৱশেষৰ তলত আবদ্ধ থকাৰ আশংকা
National-International

Delhi building collapse : দিল্লীত পুনৰ ভাঙি পৰিল পাঁচ মহলীয়া অট্টালিকা! বহুলোক ধ্বংসাৱশেষৰ তলত আবদ্ধ থকাৰ আশংকা

October 7, 2026
51
PM Modi : জনসেৱাত মোদীৰ ২৫ বছৰত নতুন নতুন সংকল্প
National-International

PM Modi : জনসেৱাত মোদীৰ ২৫ বছৰত নতুন নতুন সংকল্প

October 7, 2026
51
Rahul Gandhi : অনুমতি অবিহনে আকাশবাণী ভৱনত প্ৰৱেশ, ৰাহুল গান্ধীসহ কেইবাজনৰ বিৰুদ্ধে এফআইআৰ
National-International

Rahul Gandhi : অনুমতি অবিহনে আকাশবাণী ভৱনত প্ৰৱেশ, ৰাহুল গান্ধীসহ কেইবাজনৰ বিৰুদ্ধে এফআইআৰ

October 7, 2026
51
Nagaland girl harassed : দিল্লীত নাগালেণ্ডৰ মহিলাক নিৰ্যাতন, হোটেলৰ পৰা উঠাই নিয়াৰ চেষ্টা
National-International

Nagaland girl harassed : দিল্লীত নাগালেণ্ডৰ মহিলাক নিৰ্যাতন, হোটেলৰ পৰা উঠাই নিয়াৰ চেষ্টা

October 7, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delhi building collapse : দিল্লীত পুনৰ ভাঙি পৰিল পাঁচ মহলীয়া অট্টালিকা! বহুলোক ধ্বংসাৱশেষৰ তলত আবদ্ধ থকাৰ আশংকা

Delhi building collapse : দিল্লীত পুনৰ ভাঙি পৰিল পাঁচ মহলীয়া অট্টালিকা! বহুলোক ধ্বংসাৱশেষৰ তলত আবদ্ধ থকাৰ আশংকা

October 7, 2026
PM Modi : জনসেৱাত মোদীৰ ২৫ বছৰত নতুন নতুন সংকল্প

PM Modi : জনসেৱাত মোদীৰ ২৫ বছৰত নতুন নতুন সংকল্প

October 7, 2026
Rahul Gandhi : অনুমতি অবিহনে আকাশবাণী ভৱনত প্ৰৱেশ, ৰাহুল গান্ধীসহ কেইবাজনৰ বিৰুদ্ধে এফআইআৰ

Rahul Gandhi : অনুমতি অবিহনে আকাশবাণী ভৱনত প্ৰৱেশ, ৰাহুল গান্ধীসহ কেইবাজনৰ বিৰুদ্ধে এফআইআৰ

October 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d