ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

যতীন বৰা খাঁটি বিজেপি হয়নে? মীৰা বৰঠাকুৰৰ মহা বিস্ফোৰণ

ASSAM TIMES POST by ASSAM TIMES POST
October 15, 2019
Reading Time: 1 min read
A A
0
যতীন বৰা খাঁটি বিজেপি হয়নে? মীৰা বৰঠাকুৰৰ মহা বিস্ফোৰণ

logo atp | ASSAM TIMES POSTASSAM TIMES POST
গুৱাহাটীঃ দেশ প্ৰথম, দল দ্বিতীয় আৰু ব্যক্তি তৃতীয়।– ভাৰতীয় জনতা পাৰ্টিৰ এই নীতিক সাৰোগত কৰি আগবাঢ়ি যোৱা সত্বেও অৱশেষত দলৰপৰা বহিষ্কাৰ হ’বলগীয়া হোৱা নেত্ৰী মীৰা বৰঠাকুৰে জনপ্ৰিয় অভিনেতা তথা বিজেপি নেতা আৰু অসম চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ অধ্যক্ষ যতীন বৰাৰ বিৰুদ্ধে মহা বিস্ফোৰণ ঘটাইছে।

RELATED POSTS

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs

বৰঠাকুৰে মূলতঃ যতীন বৰাই বিজেপিত যোগদান কৰাৰ পূৰ্বে অভিনেতাজনৰ সৈতে হোৱা অভিজ্ঞতাৰ কিছু অংশ শেহতীয়াভাৱে জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুকত শ্বেয়াৰ কৰিছে। বৰঠাকুৰৰ কথাৰে, ‘২০০৯ চন, তেতিয়া বিজেপিৰ বৰ ভাল সময় নাছিল অসমত। আমি কিবা পৰিৱৰ্তন কৰিব পাৰি নেকি বহু চিন্তা কৰি অসমৰ বহু শিল্পীৰ দুৱাৰে দুৱাৰে বিজেপিত যোগদান কৰিবলৈ অনুৰোধ কৰি ঘূৰি ফুৰিছিলো৷

দীনেশ দাস, নিপন গোস্বামী, যতীন বৰা, বিদ্যা সাগৰ ইত্যাদি ইত্যাদি৷ সকলোৰে উত্তৰ এটায়ে আছিল আমাক বিজেপিত যোগদান কৰিলে কি দিব? এতিয়াটো বিজেপিত একো নাই! যতীন বৰা ডাঙৰীয়াৰ পত্নীয়েটো আমাক বেয়াই পাইছিল, তেওঁক বিজেপিলৈ আনিব যোৱাৰ বাবেই চিধা প্ৰশ্ন কৰিছিল যতীন কিয় যাব, বিজেপিত কি আছে?’ কিন্তু সেইজন যতীন বৰায়ে ২০১৪ চনৰ পূৰ্বে অসমটো মোডী ঢৌ দেখি মীৰা বৰঠাকুৰক কিদৰে গেৰুৱা বসন পিন্ধিবলৈ খাটনি ধৰিছিল, সেই কথাও তেওঁ ফেচবুকতে লিখিছে।

এই সম্পৰ্কত মীৰা বৰঠাকুৰে লিখিছে, ‘…তেওঁ মোক নিজেই যোগাযোগ কৰিলে যে তেওঁক কোনো পলম নকৰাকৈ বিজেপিত যোগদান কৰাব লাগে, মানে বাইদেউ কিবা এটা কৰক! মই বৰ আন্তৰিকতাৰে আগবাঢ়ি সকলোৰে লগত যোগাযোগ কৰাত অৱশেষত যতীন বৰা গেৰুৱা হ’ল৷ এনে দিনো পাৰ কৰিছো যতীন বৰাই নাটকৰ মঞ্চৰ বিৰতিটো ফোন কৰে, বাইদেউ মোৰ যোগদান কেতিয়া হ’ব৷’ উল্লেখযোগ্য যে যতীন বৰা পৰিচালিত চলচ্চিত্ৰ ‘ৰত্নাকৰ’ চুপাৰ হিট হ’বলৈ গৈ থকা সময়তে মীৰা বৰঠাকুৰৰ এই বিস্ফোৰণে সম্প্ৰতি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Tags: FeaturedFeatured2
Share4Tweet3Send

Related Posts

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

by News Desk
August 8, 2026
50
Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM
Assam

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

by ASSAM TIMES POST
August 7, 2026
50
Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs
Assam

Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs

by News Desk
August 7, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি

by News Desk
August 7, 2026
50
Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

by News Desk
August 6, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

by News Desk
August 4, 2026
50
ADVERTISEMENT
Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ
Digital Transformation

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
50
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল
KARBI ANGLONG

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026
50
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026
50
Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ
National-International

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

August 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx