ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

আই পি এছ পাৰ্থ সাৰথি মহন্ত বিৰুদ্ধে ন্যায়িক তদন্তৰ দাবী দেৱব্ৰত শইকীয়া

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 27, 2022
Reading Time: 1 min read
A A
0
আই পি এছ পাৰ্থ সাৰথি মহন্ত বিৰুদ্ধে ন্যায়িক তদন্তৰ দাবী দেৱব্ৰত শইকীয়া

logo new 2 1 1 4 1 3 4 4 | ASSAM TIMES POST

RELATED POSTS

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

“গুজৰাটৰ দলিত নেতা বিধায়ক জিগনেশ মেৱানীক আক্ৰোশমূলক ভাৱে গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে।মেৱানীৰ গ্ৰেপ্তাৰ সম্পৰ্কত পক্ষপাতমূলক আচৰণ আৰক্ষী”-এই মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়া।

মংগলবাৰে এক সংবাদমেল সম্বোধন কৰি কয় মেৱানীক গ্ৰেপ্তাৰ কৰা সমগ্ৰ বিষয় সন্দৰ্ভত সাক্ষাৎ বিচৰা হৈছিল ৰাজ্যপালৰ।কিন্তু ৰাজ্যপালে সময় নিদিলে কংগ্ৰেছ বিধায়িনী দলক।এই ক্ষেত্ৰত ৰাজ্যপাল গৰাকীয়েও পক্ষপাতমূলক আচৰণ কৰা বুলি তেওঁ কয়।

দেৱব্ৰত শইকীয়া

অসম আৰক্ষীয়ে জিগনেছ মেৱানীৰ বিৰুদ্ধে ধৰ্ম জাতি ভাষা-বাসস্থান আৰু সম্প্ৰীতিৰ বিৰোধী কামকাজত লিপ্ত হোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে৷ৰাজনৈতিক চক্ৰান্তত মেৱানীক হাৰাশাস্তি কৰা হৈছে।তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ কোনো ভিত্তি নাই৷মেৱানী কণ্ঠৰোধ কৰা বাবে বিজেপিৰ এয়া দুৰ্বল প্ৰচেষ্টা- শইকীয়াই কয়।

ইফালে পূৰ্ব কোনো জাননী জাৰি নকৰাকৈ গ্ৰেপ্তাৰ কৰা হৈছিল মেৱানীক।কোকৰাঝাৰ গোচৰৰ পৰা জামিন লাভ কৰাৰ পিছতে মহিলা আৰক্ষীক অপদস্থ কৰাৰ অভিযোগত মেৱানীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।অসম আৰক্ষীক ৰাজনৈতিক ভাবে ব্যৱহাৰ হৈ হৈছে।কংগ্ৰেছ সদস্যই কংকনা ৰাণাৱত, অৰ্ণব গোস্বামীৰ বিৰুদ্ধে ইতিপূৰ্বে ৰুজু কৰিছে গোচৰ।

কিন্তু এই সম্পৰ্কত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে- বিৰোধী দলপতি জনে কয় বিজেপিয়ে আৰক্ষীক ভৃত্য হিচাপে ব্যৱহাৰ কৰিছে।প্ৰধানমন্ত্ৰী সপোনৰ SMART হ’ব পৰা নাই অসম আৰক্ষী।অসম আৰক্ষীয়ে ১.৫৩ শতাংশ অপৰাধী ক্ষেত্ৰতহে দোষী সাব্যস্ত কৰিব পাৰিছে যত নেকি সৰ্বভাৰতী হাৰ ৩৪.১৬ শতাংশ।

২০২০ চনৰ তথ্য অনুসৰি ১,৩৩,৬৪১গৰাকী ব্যক্তিক বিভিন্ন অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।ইয়াৰ বিপৰীতে ৬১,৬৬৮ গৰাকী বিৰুদ্ধে অভিযোগনামা দিছিল।ইয়াৰ ভিতৰত ৯৪৯গৰাকী দোষী সাব্যস্ত হৈছে।ইয়ে অসম আৰক্ষীৰ ব্যৰ্থতা আৰু ৰাজনৈতিক স্বাৰ্থত আৰক্ষী ব্যৱহাৰ হয় তাক স্পষ্ট ভাৱে প্ৰমাণ কৰে- শইকীয়াই কয়।

ইফালে মেৱানী গ্ৰেপ্তাৰৰ লগত সম্পৰ্ক আছে গুজৰাটৰ নিৰ্বাচন।মেৱানী বিৰুদ্ধে আৰু গোচৰ ৰুজু কৰা আশংকা প্ৰকাশ কৰে তেওঁ।কিয়নো অখিল গগৈকো এইদৰে এসময়ত গ্ৰেপ্তাৰ কৰা হৈছিল।মেৱানী গ্ৰেপ্তাৰৰ বাবে মুখ্যমন্ত্ৰী জগৰীয়া।

বৰপেটাত প্ৰতিবাদ সাব্যস্ত কৰাৰ অনুমতি নিদিয়াটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে।মেৱানীৰ মুক্তিৰ দাবীত বৰপেটাত প্ৰতিবাদ কৰা কংগ্ৰেছ নেতাক গ্ৰেপ্তাৰ কৰা হৈছে।চৰকাৰক প্ৰকৃত গণতন্ত্ৰ ৰক্ষা কৰাৰ আহ্বান জনায় তেওঁ কয় বিনাচৰ্তে কংগ্ৰেছ নেতাসকলক মুক্তিৰ দিব লাগে।

আনহাতে সঞ্জীৱ শৰ্মাৰ আলফাত যোগদান সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়- অসম আৰক্ষীয়ে গুপ্তচৰ পঠিয়াইছে আলফা স্বাধীনলৈ।আলফাত যুৱক যোগদানৰ লগত আৰক্ষীৰ যোগসূত্ৰ থকাটো অতিকৈ দুৰ্ভাগ্যজনক।IPS পাৰ্থ সাৰথি মহন্তৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সম্পৰ্কত ন্যায়িক তদন্তৰ দাবী জনায়।

Tags: Debabrata Saikiaদেৱব্ৰত শইকীয়া
Share4Tweet3Send

Related Posts

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

by News Desk
June 13, 2026
50
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

by Staff Reporter
June 13, 2026
50
Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day
Assam

Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day

by Staff Reporter
June 12, 2026
50
ADVERTISEMENT
Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা
National-International

Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

June 17, 2026
50
Cockroach Janata Party I পঁইতাচোৰাৰ গুৰুক কোনে কিয় চৰিয়ালে
National-International

Cockroack Janata Party I পঁইতাচোৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সন্দৰ্ভত দলৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপকে

June 17, 2026
50
Modi Trump talks । ১৬ মাহ পাছত মোদী-ট্ৰাম্পৰ বৈঠক, সৌজন্যতা বিনিময় কৰিলেও নকৰিলে আলিঙ্গন
National-International

Modi Trump talks । ১৬ মাহ পাছত মোদী-ট্ৰাম্পৰ বৈঠক, সৌজন্যতা বিনিময় কৰিলেও নকৰিলে আলিঙ্গন

June 17, 2026
50
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

June 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

June 17, 2026
Cockroach Janata Party I পঁইতাচোৰাৰ গুৰুক কোনে কিয় চৰিয়ালে

Cockroack Janata Party I পঁইতাচোৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সন্দৰ্ভত দলৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপকে

June 17, 2026
Modi Trump talks । ১৬ মাহ পাছত মোদী-ট্ৰাম্পৰ বৈঠক, সৌজন্যতা বিনিময় কৰিলেও নকৰিলে আলিঙ্গন

Modi Trump talks । ১৬ মাহ পাছত মোদী-ট্ৰাম্পৰ বৈঠক, সৌজন্যতা বিনিময় কৰিলেও নকৰিলে আলিঙ্গন

June 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx