ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

বোকাখাতৰ বিহৰা আৰু হাতীখুলি চাহ বাগিচাত দুখনকৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্বোধন কৰে মন্ত্ৰী অতুল বৰাইঃ

অজন্তা তালুকদাৰ, বোকাখাতঃ

Staff Reporter by Staff Reporter
May 26, 2022
Reading Time: 1 min read
A A
0
বোকাখাতৰ বিহৰা আৰু হাতীখুলি চাহ বাগিচাত দুখনকৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্বোধন কৰে মন্ত্ৰী অতুল বৰাইঃ

RELATED POSTS

Drugs Seized : মাৰ্ঘেৰিটাত আৰক্ষীৰ বৃহৎ সফলতা, নিষিদ্ধ ড্ৰাগছসহ আটক ড্ৰাগছ সৰবৰাহকাৰী

King Cobra : সাপক অত্যাচাৰ কৰি বিপদত এজন….

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

logo new 2 1 | ASSAM TIMES POST

বৰ্তমান ৰাজ্য চৰকাৰে শিক্ষাৰ ক্ষেত্ৰখনত এক ব্যাপক পৰিৱৰ্তন সাধনৰ লক্ষ্যৰে অসমৰ চাহ বাগিচা এলেকাসমূহত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপনেৰে লোৱা এক যুগান্তকাৰী পদক্ষেপৰ অংশ হিচাপে আজি অসম চৰকাৰৰ কৃষি, পশুপালন আৰু পশু চিকিৎসা আদি বিভাগৰ মন্ত্ৰী তথা বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাই বোকাখাতৰ বিহৰা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় আৰু হাতীখুলি চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় দুখন উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে নিজৰ বক্তব্য প্ৰসঙ্গত উল্লেখ কৰে যে শিক্ষানুষ্ঠানসমূহ হৈছে প্ৰকৃত মানৱ সম্পদ গঢ়াৰ অমূল্য অনুষ্ঠান।

অতুল বৰাআমাৰ চাহ বাগিচা অঞ্চলসমূহত মেধাসম্পন্ন তথা প্ৰচুৰ সম্ভাৱনাপূৰ্ণ শিক্ষাৰ্থীৰ অভাৱ নাই। তেওঁলোকক সঠিক পথ দেখুৱাই দিয়াটো আমাৰ সকলোৰে দায়িত্ব। তেওঁ আৰু কয় যে শৈক্ষিক ক্ষেত্ৰত আমাৰ চৰকাৰে লোৱা আঁচনিৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ আছে আৰু সেয়েহে চৰকাৰৰ এনে প্ৰচেষ্টাক সকলোৱে একেমুখে শলাগ লৈছে।

মন্ত্ৰী গৰাকীয়ে লগতে কয় যে এই বিদ্যালয় সমূহ প্ৰকৃতাৰ্থত মানৱ সম্পদ গঢ়াৰ অনুষ্ঠান হওক। নৱনিৰ্মিত এই শিক্ষানুষ্ঠানসমূহৰ জৰিয়তে চাহ বাগিচা অঞ্চলৰ শিক্ষাৰ্থীসকল উপকৃত হ’ব আৰু অনাগত সময়ত এই শিক্ষানুষ্ঠানসমূহে সমাজৰ সৰ্বদিশৰ উত্তৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

অতুল বৰাই বোকাখাতৰ বিহৰা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় আৰু হাতীখুলি চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় দুখন উদ্বোধন কৰেআজিৰ এই অনুষ্ঠানত বোকাখাত মহকুমাৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ, গোলাঘাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, গোলাঘাট জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা বিদ্যালয় পৰিদৰ্শক ড° সমীৰণ বৰা প্ৰমুখ্যে বিভিন্ন দল সংগঠনৰ বিষয়-ববীয়া, পঞ্চায়তৰ প্ৰতিনিধিসকল, বিদ্যালয়খনৰ অধ্যক্ষ, শিক্ষক-শিক্ষয়িত্ৰীসকল, বহু সংখ্যক স্থানীয় গণ্যমান্য ব্যক্তি, অভিভাৱকসকল, শিক্ষাৰ্থীসকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

আনহাতে “গুণোৎসৱ-২০২২”ৰ দ্বিতীয় পৰ্যায়ৰ অংশস্বৰূপে আজি বোকাখাত পশ্চিম শিক্ষাখণ্ডৰ অন্তৰ্গত ১২ নং বিহৰা বাগিচা প্ৰাথমিক বিদ্যালয়ত মন্ত্রী অতুল বৰাই এগৰাকী বহিঃমূল্যায়কৰূপে পৰিদৰ্শন কৰে আৰু শিক্ষক তথা বিদ্যাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Atul Boraঅতুল বৰা
Share5Tweet3Send

Related Posts

Drugs Seized : মাৰ্ঘেৰিটাত আৰক্ষীৰ বৃহৎ সফলতা, নিষিদ্ধ ড্ৰাগছসহ আটক ড্ৰাগছ সৰবৰাহকাৰী
Assam

Drugs Seized : মাৰ্ঘেৰিটাত আৰক্ষীৰ বৃহৎ সফলতা, নিষিদ্ধ ড্ৰাগছসহ আটক ড্ৰাগছ সৰবৰাহকাৰী

by News Desk
September 28, 2026
50
King Cobra : সাপক অত্যাচাৰ কৰি বিপদত এজন….
Assam

King Cobra : সাপক অত্যাচাৰ কৰি বিপদত এজন….

by News Desk
September 28, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক
Assam

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

by News Desk
September 25, 2026
56
Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
Assam

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

by News Desk
September 25, 2026
53
Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ
Assam

Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ

by News Desk
September 25, 2026
51
Ganja seized : গোসাঁইগাঁবৰ শ্ৰীৰামপুৰত ২ কোটিৰোধিক টকাৰ গাঞ্জাসহ জব্দ ট্ৰাক, ৩ সৰবৰাহকাৰী আটক
Assam

Ganja seized : গোসাঁইগাঁবৰ শ্ৰীৰামপুৰত ২ কোটিৰোধিক টকাৰ গাঞ্জাসহ জব্দ ট্ৰাক, ৩ সৰবৰাহকাৰী আটক

by News Desk
September 25, 2026
53
ADVERTISEMENT
Himanta on Gauhati Student Nimisha’s Death : ‘Guilty Will Be Punished’
Guwahati

Himanta on Gauhati Student Nimisha’s Death : ‘Guilty Will Be Punished’

September 28, 2026
50
Delhi rape cases : দিল্লীত ধাৰাবাহিক ধৰ্ষণৰ ঘটনাত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ
National-International

Delhi rape cases : দিল্লীত ধাৰাবাহিক ধৰ্ষণৰ ঘটনাত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ

September 28, 2026
50
Punjab University row : ছাত্ৰীক গণ ধৰ্ষণৰ অভিযোগক লৈ উত্তপ্ত পঞ্জাব বিশ্ববিদ্যালয়, ১০ দিনৰ বাবে পাঠদান বন্ধ ঘোষণা
National-International

Punjab University row : ছাত্ৰীক গণ ধৰ্ষণৰ অভিযোগক লৈ উত্তপ্ত পঞ্জাব বিশ্ববিদ্যালয়, ১০ দিনৰ বাবে পাঠদান বন্ধ ঘোষণা

September 28, 2026
50
ADR report : চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল সলনি, ২৬ শতাংশৰ বিজেপিত যোগদান
National-International

ADR report : চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল সলনি, ২৬ শতাংশৰ বিজেপিত যোগদান

September 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Himanta on Gauhati Student Nimisha’s Death : ‘Guilty Will Be Punished’

Himanta on Gauhati Student Nimisha’s Death : ‘Guilty Will Be Punished’

September 28, 2026
Delhi rape cases : দিল্লীত ধাৰাবাহিক ধৰ্ষণৰ ঘটনাত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ

Delhi rape cases : দিল্লীত ধাৰাবাহিক ধৰ্ষণৰ ঘটনাত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ

September 28, 2026
Punjab University row : ছাত্ৰীক গণ ধৰ্ষণৰ অভিযোগক লৈ উত্তপ্ত পঞ্জাব বিশ্ববিদ্যালয়, ১০ দিনৰ বাবে পাঠদান বন্ধ ঘোষণা

Punjab University row : ছাত্ৰীক গণ ধৰ্ষণৰ অভিযোগক লৈ উত্তপ্ত পঞ্জাব বিশ্ববিদ্যালয়, ১০ দিনৰ বাবে পাঠদান বন্ধ ঘোষণা

September 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d