ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

স্বামীক ডিঙি চেপি হত্যা: ডিব্ৰুগড়ত সংঘটিত চাঞ্চল্যকৰ ঘটনা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 27, 2022
Reading Time: 1 min read
A A
0
স্বামীক ডিঙি চেপি হত্যা: ডিব্ৰুগড়ত সংঘটিত চাঞ্চল্যকৰ ঘটনা

logo new 2 1 1 4 1 3 6 | ASSAM TIMES POST

RELATED POSTS

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

আজি এক চাঞ্চল্যকৰ ঘটনাই ডিব্ৰুগড় অঞ্চল জোকাৰি যায়। ৰুকচাৰ খাতুন নামে এগৰাকী মহিলাই নিজ স্বামী ছাজাদ খানক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ দিয়ে স্বামীৰ পৰিয়ালে। গাড়ীৰ ভিতৰত বহি থকা অৱস্থাত উদ্ধাৰ হয় ছাজাদৰ মৃতদেহ।

 ডিব্ৰুগড়ত সংঘটিত চাঞ্চল্যকৰ ঘটনাআনহাতে, এএচ ০৬ বিচি ০০১২ নম্বৰৰ টাটা এচি গাড়ীখনৰ ভিতৰত পত্নী ৰুকচাৰ খাতুন আৰু বাহনখনৰ হেণ্ডিমেন সন্তোষ কুমাৰক ডিব্ৰুগড়ৰ পদুম নগৰত মৃতদেহৰ সৈতে আৰক্ষীয়ে পোৱাৰ পাছতো বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপনৰ লগতে ৰুকচাৰে নিজৰ দুপাত্তাৰ জৰিয়তে ডিঙি চেপি স্বামীক হত্যা কৰাৰো অভিযোগ উঠিছে।

সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰত্যক্ষদৰ্শী হেণ্ডীমেন সন্তোষে ছাজাদৰ পৰিয়ালে প্ৰথমে আত্মহত্যা বুলিয়েই ভাবিছিল যদিও পৰিয়ালৰ লোকে ছাজাদ খানৰ সৈতে গাড়ীত থকা সন্তুোষৰ ভাষ্যৰ ভিত্তিত আৰক্ষীক গোচৰ তৰাৰ পাছত ডিব্ৰুগড় আৰক্ষীয়ে ২৯৮/২২  নং গোচৰ পঞ্জীয়ন কৰে যদিও বৰ্তমান লৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে ছাজাদৰ পৰিয়াল বৰ্গই।

স্বামীক ডিঙি চেপি হত্যাউল্লেখ্য যে, পাৰিবাৰিক কন্দলৰ বাবে ৰুকচাৰ খাতুনে নিজ পিতৃ গৃহ ডুমডুমাত আছিলগৈ। কিন্তু  ছাজাদ খানক হঠাৎ পত্নী ৰুকচাৰ খাতুনে পিতৃ গৃহ ডুমডুমালৈ মাতি পঠোৱাত নিজৰ হেণ্ডীমেন সন্তুোষসহ ছাজাদ খান ডুমডুমালৈ যায়।

সেই অনুসৰি গৈ থকা অৱস্থাত তিনিচুকীয়া বাইপাছত ছাজাদ খানক ৰুকচাৰ খাতুনৰ ভাতৃসহ আন কেইবাজনে শাৰীৰিক ভাবে বৰ্বৰ প্ৰহাৰ কৰি ডিব্ৰুগড়লৈ আনে।ডিব্ৰুগড়ৰ পদুম নগৰত নিশাৰ ভাগত গাড়ীতে অহা ৰুকচাৰ খাতুনে নিজৰ দুপাত্তাৰ জৰিয়তে ডিঙিত চেপি স্বামীক হত্যা কৰে।

এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও প্ৰত্যক্ষদৰ্শীৰ চাঞ্চল্যকৰ ভাষ্যৰ পিছতো হত্যাৰ অভিযুক্ত পত্নী ৰুকচাৰ খাতুনক গ্ৰেপ্তাৰ বা আটক নকৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Tags: চাঞ্চল্যকৰ ঘটনা
Share4Tweet3Send

Related Posts

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ
Assam

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

by News Desk
August 12, 2026
50
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

by News Desk
August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

by News Desk
August 10, 2026
50
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি
Assam

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

by News Desk
August 10, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি

by News Desk
August 10, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

by News Desk
August 8, 2026
50
ADVERTISEMENT
Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ
KARBI ANGLONG

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ

August 13, 2026
50
Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক
National-International

Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক

August 13, 2026
50
NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ
National-International

NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ

August 13, 2026
50
India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত
National-International

India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত

August 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ

August 13, 2026
Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক

Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক

August 13, 2026
NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ

NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ

August 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx