ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

কাশ্মীৰত এইবাৰ বিহাৰী শ্রমিকক হত্যা সন্ত্ৰাসবাদীৰ:

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 3, 2022
Reading Time: 1 min read
A A
0
কাশ্মীৰত এইবাৰ বিহাৰী শ্রমিকক হত্যা সন্ত্ৰাসবাদীৰ:

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

PM Modi : নেহৰুৰ অভিলেখ ভংগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শুভেচ্ছাৰ বন্যা

ACB search : তেলেংগানাত অভিযন্তাৰ বাসগৃহত তালাচী : বৃহৎ পৰিমাণ সম্পত্তি উদ্ধাৰ

Indian Army : ভাৰতৰ পাৰমাণৱিক নীতিত বৃহৎ পৰিৱৰ্তন, প্ৰথমবাৰৰ বাবে যুদ্ধৰ বাবে সাজু ১২ পাৰমাণৱিক অস্ত্ৰ

কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ হত্যাকাণ্ড। বৃহস্পতিবাৰে নিশা বদগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ চিকাৰ হয় দুই শ্রমিক। তাৰে ভিতৰত এজন নিহত হয়। আহত আনজন। দুয়ো বিহাৰৰ বাসিন্দা।পুলিশ সূত্র মতে, দুয়োজন শ্রমিকে চাদুৰা এলেকাৰ মগ্রেপোৰাত এটি ইটভাতাত কাম কৰিছিল।

কাশ্মীৰত এইবাৰ বিহাৰী শ্রমিকক হত্যা সন্ত্ৰাসবাদীবৃহস্পতিবাৰে নিশা তাত সন্ত্ৰাসবাদী প্ৰৱেশ কৰি দুই শ্রমিকক গুলীয়ায়। স্থানীয় স্বাস্থ্য কেন্দ্রলৈ দুয়োকে লৈ গ’লেও চিকিৎসকে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দিলখুশ কুমাৰক (১৭) শ্রীনগৰৰ এছএমএইচএছ হস্পিটেললৈ স্থানান্তৰৰ পৰামর্শ দিয়ে। তাতে তেওঁৰ মৃত্যু হয়। গুৰি নামৰ আনজন শ্রমিকৰ অৱস্থা সুস্থিৰ বুলি আৰক্ষী সূত্রে জনোৱা হৈছে। বিগত তিনি দিনত এই লৈ সন্ত্ৰাসবাদীৰ আক্ৰমণত উপত্যকাটোত মৃত্যু হ’ল তিনিজনৰ।

তাৰে ভিতৰত দুজন ভিন্ন ৰাজ্যৰ। বৃহস্পতিবাৰে দুপৰীয়া কুলগাম জিলাৰ এল্লাকুয়াই দেহাতি বেঙ্কৰ ভিতৰত সোমাই বিজয় কুমাৰ নামৰ বেঙ্ক মেনেজাৰজনক গুলীয়াই হত্যা কৰে এজন আততায়ীয়ে। বিজয় আছিল ৰাজস্থানৰ বাসিন্দা।

মঙ্গলবাৰেও কুলগাম জিলাৰ গোপালপোৰা এলেকাৰ এখন স্কুল চৌহদত প্ৰৱেশ কৰি শিক্ষয়িত্ৰী ৰজনী বালাক হত্যা কৰা হয়। তাৰ পূৰ্বে ১৩ মে’ত বদগামত জিলাখনৰ চৰকাৰী কর্মচাৰী ৰাহুল ভট্ট নিজৰ কাৰ্যালয়তে সন্ত্ৰাসবাদীৰ চিকাৰ হৈছিল।

তেওঁলোক দুয়োজনেই আছিল কাশ্মীৰী পণ্ডিত। উল্লেখ্য, বিগত অক্টোবৰ মাহতো সন্ত্ৰাসবাদীৰ গুলীৰ চিকাৰ হৈছিল বিহাৰৰ তিনি শ্রমিক। বিগত কেইবা মাহ ধৰি উপত্যাকাটোত সন্ত্ৰাসবাদীয়ে বাছি বাছি সংখ্যালঘু হিন্দু আৰু শিখ সম্প্রদায়ৰ লোকক হত্যা কৰিছে। ইতিমধ্যে নিৰাপত্তাৰ দাবীত সৰৱ হৈছে কাশ্মীৰী পণ্ডিতসকল।

Tags: Kashmirকাশ্মীৰ
Share4Tweet3Send

Related Posts

PM Modi : নেহৰুৰ অভিলেখ ভংগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শুভেচ্ছাৰ বন্যা
National-International

by News Desk
June 10, 2026
50
ACB search : তেলেংগানাত অভিযন্তাৰ বাসগৃহত তালাচী : বৃহৎ পৰিমাণ সম্পত্তি উদ্ধাৰ
National-International

ACB search : তেলেংগানাত অভিযন্তাৰ বাসগৃহত তালাচী : বৃহৎ পৰিমাণ সম্পত্তি উদ্ধাৰ

by News Desk
June 10, 2026
50
Indian Army : ভাৰতৰ পাৰমাণৱিক নীতিত বৃহৎ পৰিৱৰ্তন, প্ৰথমবাৰৰ বাবে যুদ্ধৰ বাবে সাজু ১২ পাৰমাণৱিক অস্ত্ৰ
National-International

Indian Army : ভাৰতৰ পাৰমাণৱিক নীতিত বৃহৎ পৰিৱৰ্তন, প্ৰথমবাৰৰ বাবে যুদ্ধৰ বাবে সাজু ১২ পাৰমাণৱিক অস্ত্ৰ

by News Desk
June 10, 2026
50
Cooling Poverty : ভাৰতৰ ৯৫ শতাংশ লোক ‘কুলিং প’ভাৰ্টি’ৰ বলি হৈছে, অধ্যয়নত প্ৰকাশ

Assam Elections 2026 : বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
National-International

Modi Govt 12 Years । ১২ বছৰীয়া হ’ল মোদী চৰকাৰ; গতিৰ পৰা প্ৰগতিলৈ এক খতিয়ান

by Staff Reporter
June 10, 2026
50
Mamta Banerjee I এফালে কালীঘাটৰ কাৰ্যালয়ত চিআইডিৰ তালাচী, আনফালে দিল্লীত ছোনিয়াৰ সৈতে মমতাৰ মন্ত্ৰণা
National-International

Mamta Banerjee I এফালে কালীঘাটৰ কাৰ্যালয়ত চিআইডিৰ তালাচী, আনফালে দিল্লীত ছোনিয়াৰ সৈতে মমতাৰ মন্ত্ৰণা

by Staff Reporter
June 10, 2026
50
ADVERTISEMENT
PM Modi : নেহৰুৰ অভিলেখ ভংগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শুভেচ্ছাৰ বন্যা
National-International

PM Modi : নেহৰুৰ অভিলেখ ভংগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শুভেচ্ছাৰ বন্যা

June 10, 2026
50
ACB search : তেলেংগানাত অভিযন্তাৰ বাসগৃহত তালাচী : বৃহৎ পৰিমাণ সম্পত্তি উদ্ধাৰ
National-International

ACB search : তেলেংগানাত অভিযন্তাৰ বাসগৃহত তালাচী : বৃহৎ পৰিমাণ সম্পত্তি উদ্ধাৰ

June 10, 2026
50
Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান
KARBI ANGLONG

Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান

June 10, 2026
50
Indian Army : ভাৰতৰ পাৰমাণৱিক নীতিত বৃহৎ পৰিৱৰ্তন, প্ৰথমবাৰৰ বাবে যুদ্ধৰ বাবে সাজু ১২ পাৰমাণৱিক অস্ত্ৰ
National-International

Indian Army : ভাৰতৰ পাৰমাণৱিক নীতিত বৃহৎ পৰিৱৰ্তন, প্ৰথমবাৰৰ বাবে যুদ্ধৰ বাবে সাজু ১২ পাৰমাণৱিক অস্ত্ৰ

June 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi : নেহৰুৰ অভিলেখ ভংগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শুভেচ্ছাৰ বন্যা

PM Modi : নেহৰুৰ অভিলেখ ভংগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শুভেচ্ছাৰ বন্যা

June 10, 2026
ACB search : তেলেংগানাত অভিযন্তাৰ বাসগৃহত তালাচী : বৃহৎ পৰিমাণ সম্পত্তি উদ্ধাৰ

ACB search : তেলেংগানাত অভিযন্তাৰ বাসগৃহত তালাচী : বৃহৎ পৰিমাণ সম্পত্তি উদ্ধাৰ

June 10, 2026
Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান

Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান

June 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT