ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

“ব্ৰহ্মাস্ত” ত অমিতাভ বচ্চনৰ নতুন লুকৰ সৈতে পোষ্টৰ মুকলিঃ

মনোৰঞ্জনঃ

Staff Reporter by Staff Reporter
June 9, 2022
Reading Time: 1 min read
A A
0
“ব্ৰহ্মাস্ত” ত অমিতাভ বচ্চনৰ নতুন লুকৰ সৈতে পোষ্টৰ মুকলিঃ

RELATED POSTS

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

অমিতাভ বচ্চনৰ আহিবলগীয়া ছবি “ব্ৰহ্মাস্ত্ৰ” ত তেওঁৰ চৰিত্ৰটোৰ প্ৰথম লুকটো মুকলি কৰা হৈছে৷ পোষ্টাৰখনত অমিতাভ বচ্চনক যথেষ্ট ভয়ংকৰ ৰূপত দেখা গৈছিল৷ অভিনেতা গৰাকীয়ে হাতত এখন ঐশ্বৰিক অস্ত্ৰ ধৰি আছে আৰু তেওঁ খঙত কাৰোবাৰ ফালে চাই আছে৷ আনহাতে, ছবিখনৰ নাম “ব্ৰহ্মাস্ত্ৰ পাৰ্ট ৱানঃ শিৱ” হিচাবে লিখা হৈছে৷ ছবিখন ৯ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পোৱাৰ কথা আছে৷ ছবিখন পৰিচালনা কৰিছে আয়ান মুখাৰ্জীয়ে৷

View this post on Instagram

A post shared by Ayan Mukerji (@ayan_mukerji)

আয়ন মুখাৰ্জীয়ে ছবিখনৰ পোষ্টাৰ মুকলি কৰি কয় যে, আমাৰ গুৰু প্ৰভাষ্ট্ৰৰ সৈতে, লগত লাইটৰ তৰোৱাল’। আয়ান মুখাৰ্জীয়ে আগলৈ লিখে যে, ‘মই ২০১৬ চনত অমিতাভ বচ্চনক প্ৰথম লগ পাইছিলোঁ, যেতিয়া আমি “ব্ৰহ্মাস্ত্ৰ” ৰ বিষয়ে আলোচনা কৰিছিলোঁ। তেওঁ মোক কৈছিল যে তেওঁ সদায় প্ৰাচীন ভাৰতীয় অস্ত্ৰৰ প্ৰতি কৌতূহলী আৰু প্ৰভাৱিত হৈ আহিছে।”

ব্ৰহ্মাস্ত" ত অমিতাভ বচ্চনআয়ন মুখাৰ্জীয়ে লগতে কয় যে, ‘তেওঁ ভাৰতীয় আধ্যাত্মিকতা আৰু আধুনিক ভাৰতৰ এই সংমিশ্ৰণটো ভাল পাইছিল আৰু মোৰ বাবে অতিকৈ সৌভাগ্যৰ কথা যে বিগ বি অমিতাভ বচ্চনে “ব্ৰহ্মাস্ত্ৰ” চলচ্চিত্ৰত কাম কৰিবলৈ গ্ৰহণ কৰিছিল৷

তেওঁ ইয়াৰ দ্বাৰা ছবিখনৰ ভাগ্যও সলনি কৰিছিল৷ তেওঁ গুৰুৰ চৰিত্ৰটোৰ বাবে যথেষ্ট পৰিশ্ৰম কৰিছে৷ আজি তেওঁৰ প্ৰতি মোৰ যথেষ্ট শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ৷ আজি আমি গুৰুৰ পোষ্টাৰ মুকলি কৰিছোঁ৷ এই পোষ্টাৰখনে ছবিখনৰ ভাগ্য সলনি কৰিছে৷ গুৰুৰ সাক্ষাত পৰম ব্ৰহ্ম তাচমেই শ্ৰী গুৰুৱে নমঃ” 

আয়ান মুখাৰ্জীয়ে জানিবলৈ দিয়ে যে, ১৫ জুনত মুক্তি পোৱা ছবিখনৰ ট্ৰেইলাৰটোত গুৰুৰ অধিক ৰূপ দেখিবলৈ পোৱা যাব ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Amitabh Bacchanঅমিতাভ বচ্চন
Share5Tweet3Send

Related Posts

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

by News Desk
July 18, 2026
50
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
Entertainment

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

by News Desk
July 5, 2026
50
Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে
Entertainment

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

by News Desk
January 19, 2026
55
Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ
Entertainment

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

by News Desk
March 21, 2025
57
Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ
Entertainment

Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

by News Desk
March 21, 2025
57
Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে
Entertainment

Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে

by News Desk
January 2, 2025
55
ADVERTISEMENT
Delhi pollution : প্ৰদূষণৰ প্ৰমাণ-পত্ৰ নহ’লে নাপাব ইন্ধন, চলিব অধিক ইলেক্ট্ৰিক বাছ; বায়ু প্ৰদূষণ ৰোধৰ পৰিকল্পনা দিল্লীৰ
National-International

Delhi pollution : প্ৰদূষণৰ প্ৰমাণ-পত্ৰ নহ’লে নাপাব ইন্ধন, চলিব অধিক ইলেক্ট্ৰিক বাছ; বায়ু প্ৰদূষণ ৰোধৰ পৰিকল্পনা দিল্লীৰ

September 29, 2026
50
NIA Operation : NIA-ৰ বৃহৎ অভিযান অসমত : জেহাদী সন্দেহত এতিয়ালৈকে ৬ জনক গ্ৰেপ্তাৰ
Assam

NIA Operation : NIA-ৰ বৃহৎ অভিযান অসমত : জেহাদী সন্দেহত এতিয়ালৈকে ৬ জনক গ্ৰেপ্তাৰ

September 29, 2026
50
Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য
National-International

Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য

September 28, 2026
52
UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ
National-International

UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ

September 28, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delhi pollution : প্ৰদূষণৰ প্ৰমাণ-পত্ৰ নহ’লে নাপাব ইন্ধন, চলিব অধিক ইলেক্ট্ৰিক বাছ; বায়ু প্ৰদূষণ ৰোধৰ পৰিকল্পনা দিল্লীৰ

Delhi pollution : প্ৰদূষণৰ প্ৰমাণ-পত্ৰ নহ’লে নাপাব ইন্ধন, চলিব অধিক ইলেক্ট্ৰিক বাছ; বায়ু প্ৰদূষণ ৰোধৰ পৰিকল্পনা দিল্লীৰ

September 29, 2026
NIA Operation : NIA-ৰ বৃহৎ অভিযান অসমত : জেহাদী সন্দেহত এতিয়ালৈকে ৬ জনক গ্ৰেপ্তাৰ

NIA Operation : NIA-ৰ বৃহৎ অভিযান অসমত : জেহাদী সন্দেহত এতিয়ালৈকে ৬ জনক গ্ৰেপ্তাৰ

September 29, 2026
Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য

Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য

September 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d