ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

বাংলাদেশীৰ জেহাদীৰে যোগসূত্ৰ মহিলাক আটক ধুবুৰীত : SP অভিজিৎ গুৰাৰ সংবাদমেল

নিউজ ডেস্কঃ

News Desk by News Desk
August 8, 2022
Reading Time: 1 min read
A A
0
বাংলাদেশীৰ জেহাদীৰে যোগসূত্ৰ মহিলাক আটক ধুবুৰীত : SP অভিজিৎ গুৰাৰ সংবাদমেল

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

অত্যাধুনিক তথা জটিল ডাৰ্ক নেৰ্টৱক ব্যৱহাৰ কৰে বাংলাদেশী জেহাদী গোষ্ঠীয়ে। আজি ধুবুৰীৰ আৰক্ষী অধীক্ষক অভিজিৎ গুৰায়ে সদৰি কৰা মতে যোৱাকালি বিলাসীপাৰাৰ নায়েৰ আলগা দ্বিতীয় খণ্ডৰ পৰা আটক কৰা এগৰাকী জেহাদী মহিলা জহুৰা খাতুনৰ আনচাৰউল্লাহ বাংলা টিম (চমুকৈ এবিটি) ৰ সৈতে যোগসূত্ৰ আছে।

জেহাদীমহিলাগৰাকীৰ পৰা এটা অৰ্ধদগ্ধ মোবাইলকে ধৰি উদ্ধাৰ হোৱা কাৰ্যক্ষম মোবাইলটো পৰীক্ষা কৰাৰ পিছত ডাৰ্ক নেটৰ ‘পিয়াৰ টু পিয়াৰ’ নামৰ অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি এবিটিৰ সদস্যসকলে নিজৰ মাজত যোগাযোগ ৰখাৰ ঘটনাটো পোহৰলৈ আহে।

আনকি আৰক্ষী অথৱা চোৰাংচোৱা সংস্থাসমূহৰ চকুত ধুলি দিবলৈ আইপি মাস্কিং, সংকেতিক এনক্ৰিপচন আদিৰ দৰে সাধাৰণৰ বাবে লভ্য নোহোৱা আধুনিক মোবাইল এপ্লিকেচনৰ জৰিয়তে মহিলাগৰাকীয়ে জেহাদী গোষ্ঠীটোৰ অইনৰ সদস্যৰ সৈতে সম্পৰ্ক ৰখাৰ বিষয়টো উন্মোচিত হোৱা বুলিও জানিব পৰা গৈছে।

ইফালে জেহাদী গোষ্ঠীটোৰ পলাতক সদস্যসকলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে জহুৰা খাতুনে এটা মোবাইল জ্বলাই দিয়াৰ চেষ্টা কৰিছিল বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।

জেহাদীৰে যোগসূত্ৰ মহিলাক আটক

আজিৰ সেই সংবাদমেলখনত ধৃত লমহিলাগৰাকীয়ে ধুবুৰীৰ উপৰিও অইন ঠাইস্থিত এবিটিৰ গোপন শিৱিৰত যোৱাৰ তথ্য পাইছে আৰক্ষীয়ে আৰু সেয়ালৈ অনুসন্ধান অব্যাহত থকা বুলি জনাইছে আৰক্ষী অধীক্ষক গুৰাৱে। আনহাতে জিলাখনৰ বিলাসীপাৰা নায়েৰ আলগা দ্বিতীয় খণ্ড তথা ধৃত সেই মহিলাগৰাকীৰ গৃহৰ উপৰিও ধুবুৰী সদৰ থানা এলেকাৰ কোনো দূৰ্গম, অগম্য চৰাঞ্চলত এবিটিৰ সৈতে সম্পৰ্ক থকা এটা মডিউল সক্ৰিয় হৈ থকা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।

আৰক্ষীয়ে ধৃত জহুৰা মৈৰাবাৰীৰ তথা অসম আৰক্ষী মোষ্ট ৱান্টেডৰ তালিকাত থকা আবু তাল্লাহ নামৰ এবিটি সদস্যজনৰ পত্নী বুলিও জানিব পৰা গৈছে।

অৱশ্যে কেতিয়া, ক’ত দুয়োৰে সাক্ষাৎ হৈছিল সেই বিষয়ে ধুবুৰী আৰক্ষীয়ে আনুষ্ঠানিকভাৱে জনোৱা নাই। ইফালে ধুবুৰী জিলাৰ বিলাসীপাৰৰ পৰা ৰাজ্যত প্ৰথম মহিলা জেহাদী আৰক্ষীৰ জালত পৰাৰ এই ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ।

Tags: Jihadi arrests yoga woman in Dhubriজেহাদীৰে যোগসূত্ৰ মহিলাক আটক ধুবুৰীত
Share4Tweet3Send

Related Posts

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

by News Desk
August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

by News Desk
August 10, 2026
50
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি
Assam

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

by News Desk
August 10, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

August 8, 2026
50
Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

by ASSAM TIMES POST
August 7, 2026
50
ADVERTISEMENT
Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ
KARBI ANGLONG

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

August 10, 2026
50
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

August 10, 2026
50
Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ
National-International

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

August 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

August 10, 2026
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

August 10, 2026
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

August 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT