ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

৮টা চিতা অৰণ্যত এৰি দি জন্মদিন উদযাপন মোদীৰ, ঘোষণা কৰিব নতুন লজিষ্টিক নীতি

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
September 17, 2022
Reading Time: 1 min read
A A
0
৮টা চিতা অৰণ্যত এৰি দি জন্মদিন উদযাপন মোদীৰ, ঘোষণা কৰিব নতুন লজিষ্টিক নীতি

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

RELATED POSTS

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন। ৭২ বছৰীয়া হ’ল দেশৰ প্ৰধানমন্ত্ৰী। সেই উপলক্ষে বিজেপিয়ে আজি দেশজুৰি বিভিন্ন কার্যসূচী গ্ৰহণ কৰিছে। আনহাতে, প্ৰধানমন্ত্ৰীয়ে আজি জন্মদিন উপলক্ষে নামিবিয়াৰ পৰা অনা ৮টা চিতা মধ্যপ্ৰদেশৰ কুনু বনাঞ্চলত এৰি দিয়ে।

জন্মদিন উদযাপন মোদীৰপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৱল নামিবিয়াৰ পৰা অনা চিতাৰ সৈতে জন্মদিন উদযাপন কৰাই নহয়, আজি ​​সন্ধিয়া ৰাষ্ট্ৰীয় লজিষ্টিক নীতি ঘোষণা কৰিব। কেন্দ্ৰই দাবী কৰিছে যে যদিহে এই নীতি কাৰ্যকৰী কৰা হয় তেন্তে অনাগত দিনত দেশত সামগ্ৰী পৰিবহণৰ ভাবমূৰ্তি সলনি হʼব, লগতে পৰিবহণৰ ব্যয়ও এবাৰতে হ্ৰাস পাব।

অৱশ্যে বিৰোধীয়ে অভিযোগ কৰে যে তেওঁৰ জন্মদিনটো যাতে প্ৰচাৰৰ তুংগত থাকে তাৰ বাবে প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশৰ কুনু অভয়াৰণ্যত নামিবিয়াৰ পৰা অনা চিতা মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছে। উল্লেখ্য, প্ৰায় সাত দশকৰ পিছত ভাৰতৰ বনাঞ্চললৈ ঘূৰি আহিছে চিতা। ফলত বিষয়টোৰ প্ৰতি সাধাৰণ ৰাইজৰ প্ৰবল আগ্ৰহ আছে।

বিৰোধীয়ে অভিযোগ কৰিছে যে প্ৰধানমন্ত্ৰীয়ে চিতাৰ দৰে বিষয়ত মনোনিৱেশ কৰি প্ৰচাৰ অভিযানৰ লাইমলাইট গ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছে। আনহাতে, আজি কেন্দ্ৰই জনাইছে যে নতুন লজিষ্টিক নীতিৰ জৰিয়তে দেশৰ এটা মূৰৰ পৰা আনটো মূৰলৈ সহজে সামগ্ৰী পৰিবহণ কৰাটো সম্ভৱ হʼব।

ইয়াৰ ফলত সামগ্ৰী পৰিবহণৰ ব্যয় জিডিপিৰ ৮ শতাংশ হ্ৰাস পাব। উক্ত নীতিৰ ফলস্বৰূপে দেশৰ বিভিন্ন প্ৰান্তত কাৰ্গো টাৰ্মিনেল আৰু গুদাম ঘৰ নিৰ্মাণ কৰা হʼব, লগতে সামগ্ৰী পৰিবহণৰ ক্ষেত্ৰত বিভিন্ন ৰাজ্যৰ পৃথক কৰ ব্যৱস্থা আঁতৰাই এক সৰল কৰ ব্যৱস্থাও নিৰ্মাণ কৰা হʼব, যাতে ৰঙা ফিটাৰ মেৰপেচৰ সমস্যা হ্ৰাস কৰাটো সম্ভৱ হয়।

কেন্দ্রই কয় যে বিগত ৮ মাহৰ পৰা বিভিন্ন ৰাজ্যৰ লজিষ্টিক নীতিৰ ওপৰত আলোচনা কৰি ৰাষ্ট্রীয় নীতি প্রণয়ন কৰা হৈছে৷ এই নীতিৰ লক্ষ্য হৈছে বৰ্তমানৰ সামগ্ৰী পৰিবহণৰ ব্যয় কমেও পাঁচ শতাংশ হ্ৰাস কৰা। একে সময়তে ভাৰতে অহা ৮ বছৰৰ ভিতৰত লজিষ্টিক ডেভেলপমেণ্ট ইনডেক্সত বিশ্বৰ প্ৰথম ২৫ খন দেশৰ তালিকাত প্ৰৱেশ কৰাৰ পৰিকল্পনা কৰিছে।

Tags: মোদী
Share4Tweet3Send

Related Posts

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান
National-International

by News Desk
August 15, 2026
50
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ
National-International

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

by News Desk
August 15, 2026
50
El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব
National-International

El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব

by News Desk
August 15, 2026
50
LPG connection E-KYC : গেছৰ ই-কেৱাইচিৰ সময়সীমা বৃদ্ধি, নতুন তাৰিখসহ ডীলাৰলৈ কেন্দ্ৰীয় নিৰ্দেশনা

Independence Day 2026 : স্বাধীনতা দিৱসত নৱ প্ৰজন্মৰ ওপৰত বিশ্বাসেৰে বছৰি ১ কোটি যুৱকক এআই প্ৰশিক্ষণৰ ঘোষণা মোদীৰ

CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ

August 14, 2026
50
ADVERTISEMENT
PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান
National-International

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

August 15, 2026
50
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ
National-International

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

August 15, 2026
50
Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ
Guwahati

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

August 15, 2026
50
El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব
National-International

El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব

August 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

August 15, 2026
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

August 15, 2026
Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

August 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT