ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Lifestyle Health & Fitness

শীতকাল মানে চৰ্দিৰ প্ৰাদুৰ্ভাৱ, সুস্থ হৈ থাকিবলৈ কি কি ফল খাব লাগে?

স্বাস্থ্য প্ৰতিবেদনঃ

Staff Reporter by Staff Reporter
November 19, 2022
Reading Time: 1 min read
A A
0
শীতকাল মানে চৰ্দিৰ প্ৰাদুৰ্ভাৱ, সুস্থ হৈ থাকিবলৈ কি কি ফল খাব লাগে?

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

শীতকালত ৰোগ প্ৰতিৰোধ ক্ষমতা মানুহৰ শৰীৰত স্বাভাৱিকতকৈ অলপ কম হয়। তাৰ লগতে বিভিন্ন শাৰীৰিক সমস্যাও দেখা যায়। শৰীৰত অশান্তিৰ সৃষ্টি হয়। জ্বৰ, চৰ্দি আৰু কাহৰ দৰে বেমাৰবোৰে বাহ বান্ধে। গতিকে ভিটামিন চি, ফাইবাৰ আদিৰ দৰে কিছুমান অত্যাৱশ্যকীয় উপাদান যোগান ধৰিবলৈ শীতকালত টেঙা ফল বেছিকৈ খাব লাগে। ভিতৰৰ পৰা শৰীৰ সুস্থ হৈ থাকিব। শীতকালত কি খাব?

কবি

ফাইটোনিউট্ৰিয়েণ্টেৰে সমৃদ্ধ বন্ধাকবি হজমৰ বাবে অতি উত্তম। বন্ধাকবিত ভিটামিন চি, কেলচিয়াম, মেগনেছিয়ামকে ধৰি বহুতো প্ৰয়োজনীয় উপাদান থাকে।

কমলা

শীতকালত সুস্থ হৈ থকা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে কমলা অতি উত্তম। চৰ্দিৰ পৰা আৰম্ভ কৰি ঋতুভিত্তিক সংক্ৰমণলৈকে ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত বিটা-কেৰটিন আৰু এন্টিঅক্সিডেন্ট সমৃদ্ধ কমলা ফলপ্ৰসূ। হজম শক্তি উন্নত কৰাৰ বাবে এই ফলৰ দৰে উপকাৰী ফল কম আছে। কমলাত ভিটামিন চি আৰু কেলচিয়াম থাকে। হাড় আৰু দাঁতৰ যত্ন লোৱাত এই উপাদান দুটাই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

IMG 20221119 WA0032 | ASSAM TIMES POST

জলফাই

শীতকালত খোৱাৰ পাতত শেষত অলপ চাটনি নোহোৱাকৈ খোৱা সম্ভৱ নহয়। আৰু যদি জলফাই হয়, তেন্তে কোনো কথাই নাই। জলফাইত প্ৰচুৰ পৰিমাণে ভিটামিন ই আৰু চি থাকে। এই ফলৰ সংমিশ্ৰণেও শীতকালত জ্বৰ, চৰ্দিৰ দৰে সমস্যা দূৰ কৰাত ফলপ্ৰসূ। ইয়াৰ লগতে বাতবিষৰ আৰু হাঁপানীৰ পৰা উপশম পোৱাত জলপাই অতি ফলপ্ৰসূ।

আমলখি

ভিটামিন চি সমৃদ্ধ আমলখি সঁচাকৈয়ে চুলি আৰু ছালৰ যত্নৰ বাবে ফলপ্ৰসূ। শীতকালত দৈনন্দিন খাদ্যত এটা আমলখি ৰাখিব পাৰে। বহু সমস্যাৰ সমাধান হʼব। শীতকালত ৰোগ স্থায়ী হৈ থাকে। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত আমালখিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

Tags: শীতকাল
Share4Tweet3Send

Related Posts

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

by News Desk
July 9, 2026
50
Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!
Health & Fitness

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

by ASSAM TIMES POST
November 29, 2025
50
India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF
Health & Fitness

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

by ASSAM TIMES POST
September 11, 2025
50
Sugarcane Juice I  কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-
Health & Fitness

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

by Staff Reporter
May 12, 2025
50
Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?
Health & Fitness

Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?

by News Desk
February 22, 2025
50
Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ
Health & Fitness

Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ

by News Desk
February 11, 2025
50
ADVERTISEMENT
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য
National-International

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

August 11, 2026
50
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ
National-International

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

August 11, 2026
50
Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ
National-International

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

August 11, 2026
50
Delhi High Court : ছোৱালীয়ে কি পিন্ধে সেয়া ব্যক্তিগত কথা, দিল্লী উচ্চ ন্যায়ালয়
National-International

Delhi High Court : ছোৱালীয়ে কি পিন্ধে সেয়া ব্যক্তিগত কথা, দিল্লী উচ্চ ন্যায়ালয়

August 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

August 11, 2026
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

August 11, 2026
Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

August 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx