ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Lifestyle Health & Fitness

শীতকালত অতিৰিক্ত শুকান ছালৰ যত্ন ল’বলৈ কি কৰিব আৰু কি নকৰিব

স্বাস্থ্য প্ৰতিবেদনঃ

Staff Reporter by Staff Reporter
November 21, 2022
Reading Time: 1 min read
A A
0
শীতকালত অতিৰিক্ত শুকান ছালৰ যত্ন ল’বলৈ কি কৰিব আৰু কি নকৰিব

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

শীতকাল আহিবলৈ আৰু বেছি দেৰি নাই। ছালৰ বিভিন্ন সমস্যা ঠাণ্ডাৰ লগে লগেই আৰম্ভ হয়। গতিকে বহুতেই ঠাণ্ডাৰ ক্ৰীম, মইশ্বোৰাইজাৰ লগাবলৈ আৰম্ভ কৰিছেই। কিন্তু আপুনি জানেনে যে শীতকালৰ বহু আগতেই শুকান ছালৰ যত্ন লʼবলৈ আৰম্ভ কৰিব লাগে?

বিশেষজ্ঞসকলৰ মতে, গ্ৰীষ্মকালত ঘামৰ বাবে ছালত পানীৰ অভাৱ দেখিবলৈ পোৱা নাযায়। কিন্তু বতৰৰ পৰিৱৰ্তনৰ লগে লগে ছালখনো সলনি হয়। বিশেষকৈ সংবেদনশীল ছালৰ ক্ষেত্ৰত এই সমস্যা বেছি। কেৱল মইশ্বোৰাইজাৰ লগোৱাটোৱেই ইয়াৰ সমাধান নহয়। তেনেহলে উপায় কি?

যিকোনো মইশ্বোৰাইজাৰ ব্যৱহাৰ নকৰিব, কেৱল চেৰামাইড আৰু জোজোবা তেলৰ মইশ্বোৰাইজাৰ ব্যৱহাৰ কৰিব লাগে। সঘনাই মুখ ধুই মুখত মইশ্বোৰাইজাৰ লগাব লাগে। ছালখন হাইড্ৰেটেড কৰি ৰাখিবলৈ হাইলোৰনিক এচিড আৰু লেক্টিক এচিডযুক্ত মইশ্বোৰাইজাৰ ব্যৱহাৰ কৰিব লাগে।

শীতকালফোম ভিত্তিক ফেচৱাছ

শীতকালত কোনো ধৰণৰ ফোম ভিত্তিক ফেচৱাছ ব্যৱহাৰ নকৰিব। ইয়াৰ পৰিৱৰ্তে ক্ৰীম ভিত্তিক ক্লিনজাৰ ব্যৱহাৰ কৰিব পাৰে। মুখখন পৰিষ্কাৰ কৰাৰ লগতে ছালখন আৰ্দ্ৰ কৰি ৰাখে।

গৰম পানীৰে মুখ ধোৱাৰ পৰা বিৰত থাকক

শীতকালত গা ধুবলৈ গৰম পানীৰ প্ৰয়োজন হয়। কিন্তু মুখ ধোৱাৰ বাবে বাৰে বাৰে গৰম পানী ব্যৱহাৰ কৰিলে ছাল শুকান হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

গা ধোৱা সামগ্ৰী

শেহতীয়াকৈ বহু লোকে গা ধোৱাৰ বাবে বিভিন্ন সুগন্ধি সামগ্ৰী ব্যৱহাৰ কৰে। কিন্তু ব্যৱহাৰৰ আগতে সেই সামগ্ৰীবোৰত কোনো ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হৈছে নে নাই পৰীক্ষা কৰা উচিত। কাৰণ এনে সামগ্ৰী ব্যৱহাৰ কৰিলে ছাল শুকান হোৱাৰ সম্ভাৱনা বেছি।

Tags: শীতকাল
Share4Tweet3Send

Related Posts

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

by News Desk
July 9, 2026
50
Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!
Health & Fitness

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

by ASSAM TIMES POST
November 29, 2025
50
India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF
Health & Fitness

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

by ASSAM TIMES POST
September 11, 2025
50
Sugarcane Juice I  কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-
Health & Fitness

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

by Staff Reporter
May 12, 2025
50
Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?
Health & Fitness

Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?

by News Desk
February 22, 2025
50
Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ
Health & Fitness

Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ

by News Desk
February 11, 2025
50
ADVERTISEMENT
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য
National-International

August 11, 2026
50
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

Delhi High Court : ছোৱালীয়ে কি পিন্ধে সেয়া ব্যক্তিগত কথা, দিল্লী উচ্চ ন্যায়ালয়
National-International

Delhi High Court : ছোৱালীয়ে কি পিন্ধে সেয়া ব্যক্তিগত কথা, দিল্লী উচ্চ ন্যায়ালয়

August 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

August 11, 2026
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

August 11, 2026
Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

August 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT