ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

ওড়িশাৰ ৰেʼল দুৰ্ঘটনাত নিহতলৈ ক্ষতিপূৰণ ঘোষণা মুখ্যমন্ত্ৰী, ৰে’ল মন্ত্ৰীৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
November 21, 2022
Reading Time: 1 min read
A A
0
ওড়িশাৰ ৰেʼল দুৰ্ঘটনাত নিহতলৈ ক্ষতিপূৰণ ঘোষণা মুখ্যমন্ত্ৰী, ৰে’ল মন্ত্ৰীৰ

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক

NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ

India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত

ওড়িশা চৰকাৰ আৰু ৰে’ল মন্ত্ৰালয়ে ওড়িশা ৰে’ল দুৰ্ঘটনাত নিহত পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে দুৰ্ঘটনাত নিহতসকলৰ পৰিয়াললৈ ‘গভীৰ শোক’ প্ৰকাশ কৰে। একে সময়তে শোকসন্তপ্ত পৰিয়ালসমূহক দুই লাখ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে।

ওড়িশাৰ ৰেʼল দুৰ্ঘটনাত নিহতলৈ ক্ষতিপূৰণ ঘোষণা মুখ্যমন্ত্ৰী
Rail accident in ossia

মুখ্যমন্ত্ৰী সচিবালয়ৰ সূত্ৰ অনুসৰি, তেওঁ জিলা প্ৰশাসনক নিৰ্দেশ দিছে যে গুৰুতৰভাৱে আহতসকলে যাতে প্ৰয়োজনীয় চিকিৎসা লাভ কৰে। ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী প্ৰমিলা মালিকক সেই স্থানলৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে।

আনহাতে, ৰেʼল মন্ত্ৰী অশ্বিনী বৈষ্ণৱেও শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। ৰেʼল মন্ত্ৰালয়ে অৱগত কৰিছে যে নিহত পৰিয়ালক ৫০ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰা হʼব। গুৰুতৰভাৱে আহতসকলক ২ লাখ টকাৰ ক্ষতিপূৰণ দিয়া হʼব। সামান্যভাৱে আঘাতপ্ৰাপ্তসকলে ২৫ হাজাৰ টকাৰ ক্ষতিপূৰণ লাভ কৰিব।

উল্লেখ্য, ওড়িশাৰ ভদ্ৰক ৰে’ল বিভাগৰ কোৰাই ষ্টেচনত সোমবাৰে পুৱা এখন মালবাহী ৰে’ল ৰে’লপথৰ পৰা ওলাই যায়। তাৰ পিছত ইয়াৰ পয়ত্ৰিশটা ডবাৰ ভিতৰত ৮টা ডবা প্লেটফৰ্মলৈ উঠি যায়। এই ঘটনাত ৩ জন লোকৰ মৃত্যু হয়। আহত হয় ২ জন।

ইষ্ট কোষ্ট ৰেʼলৱেৰ এক অধিসূচনা অনুসৰি সোমবাৰে পুৱা ৬.৫৪ বজাত ওড়িশাৰ ভদ্ৰক-কাপিলাছ ৰোড ৰেʼল অংশৰ কোৰাই ষ্টেচনত এখন মালবাহী ৰেʼল ৰে’লপথৰ পৰা ওলাই যায়। ৰেʼলৰ আঠটা ডবা কোৰাই ষ্টেচনত এটা প্লেটফৰ্মত উঠে। জাজপুৰৰ আৰক্ষী অধীক্ষকে সংবাদ সংস্থাক জনোৱা মতে, এই ঘটনাত ৩ জন লোকৰ মৃত্যু হৈছে।

লগে লগে উদ্ধাৰৰ কাম আৰম্ভ হয়। হতাহতৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। ৰেʼলৱেৰ তথ্য অনুসৰি, দুৰ্ঘটনাৰ সময়ত ভুৱনেশ্বৰ অভিমুখী এখন স্থানীয় ৰেʼল ধৰিবলৈ বিশজন যাত্ৰী প্লেটফৰ্মত থিয় হৈ আছিল। সেই সময়ত গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই প্লেটফৰ্মত উঠি যায়।

এই আঘাতৰ বাবেই ষ্টেচনৰ অভাৰব্ৰিজত মালবাহী গাড়ীখনৰ এটা ডবা ওপৰলৈ উঠি যায়। স্থানীয় ৰাইজে প্ৰাৰম্ভিক উদ্ধাৰকাৰ্য আৰম্ভ কৰে। ততাতৈয়াকৈ আহতসকলক স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ৰেʼল বিভাগৰ এগৰাকী বিষয়াই জনোৱা মতে, ৰেʼলৱেৰ চিকিৎসা দলটোক শীঘ্ৰে উক্ত স্থানত উপস্থিত হʼবলৈ নিৰ্দেশ দিয়া হৈছে। উক্ত স্থানলৈ ৰাওনা হৈছে ৰেʼলৱেৰ বিভাগীয় পৰিচালক।

ৰে’লপথৰ পৰা ওলাই যোৱা মালবাহী ৰেʼলখন আঁতৰাই নিদিয়ালৈকে সেই সংমণ্ডলৰ ৰেʼল সেৱা ব্যাহত হোৱাৰ সম্ভাৱনা আছে। এই দুৰ্ঘটনাৰ বাবে হাওৰা-ভুৱনেশ্বৰ জনশতাব্দী এক্সপ্ৰেছ, হাওৰা-পুৰী শতাব্দী এক্সপ্ৰেছ, শালীমাৰ-পুৰী এক্সপ্ৰেছ, পুৰি-শালিমাৰ এক্সপ্ৰেছকে ধৰি কেইবাখনো ৰেʼল বাতিল কৰা হৈছে।

কিছুমান ৰে’লৰ যাত্ৰা চুটি কৰা হৈছে। ভুৱনেশ্বৰ-হাওৰা জনশতাব্দী এক্সপ্ৰেছ জাজপুৰত উপস্থিত হʼব। বাতিল কৰা হৈছে ডাউন জনশতাব্দী এক্সপ্ৰেছ। কিছুমান ৰেʼলৰ পথ সলনি কৰি জাখপুৰা-জাৰোলি-টাটা হৈ পথ সলনি কৰা হৈছে। ঝাৰসুগুড়াৰ মাজেৰেও একাংশ ৰেʼল পথ সলনি কৰা হʼব।

Tags: ওড়িশা
Share4Tweet3Send

Related Posts

Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক
National-International

Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক

by News Desk
August 13, 2026
50
NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ
National-International

NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ

by News Desk
August 13, 2026
50
India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত
National-International

India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত

by News Desk
August 13, 2026
50
Maharashtra Govt : মাৰাঠী নাজানিলে নাপাব টেক্সি, অটো আৰু কেব চালকৰ অনুজ্ঞাপত্ৰ, প্ৰয়োজনত বাতিলৰো সিদ্ধান্ত মহাৰাষ্ট্ৰ চৰকাৰৰ
National-International

Maharashtra Govt : মাৰাঠী নাজানিলে নাপাব টেক্সি, অটো আৰু কেব চালকৰ অনুজ্ঞাপত্ৰ, প্ৰয়োজনত বাতিলৰো সিদ্ধান্ত মহাৰাষ্ট্ৰ চৰকাৰৰ

by News Desk
August 13, 2026
50
Delhi Blast case : দিল্লী বিস্ফোৰণৰ আঁৰত আছিল আল কায়দাৰ উপমহাদেশীয় শাখা, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত দাবী
National-International

Delhi Blast case : দিল্লী বিস্ফোৰণৰ আঁৰত আছিল আল কায়দাৰ উপমহাদেশীয় শাখা, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত দাবী

by News Desk
August 13, 2026
50
Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ
National-International

Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ

by News Desk
August 12, 2026
50
ADVERTISEMENT
Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত
KARBI ANGLONG

Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত

August 13, 2026
50
Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ
KARBI ANGLONG

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ

August 13, 2026
50
Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক
National-International

Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক

August 13, 2026
50
NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ
National-International

NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ

August 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত

Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত

August 13, 2026
Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ

August 13, 2026
Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক

Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক

August 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx