ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

পুণৰ এটা আদিবাসী উগ্ৰপন্থী সংগঠনে ২৬ জানুৱাৰীৰ পূৰ্বে আত্মসমৰ্পনৰ প্ৰস্তুতি

ছাইদুল ইছলামঃ ডিফু :

News Desk by News Desk
January 23, 2023
Reading Time: 1 min read
A A
0

RELATED POSTS

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

২০২১ চনৰ চাৰি ছেপ্তেম্বৰত কাৰবি আংলঙৰ (Karbi Anglong) ছয়টাকে উগ্ৰপন্থী সংগঠনে চৰকাৰৰ সৈতে শান্তি চুক্তিৰ ইচ্ছা প্ৰকাশ কৰি অস্ত্ৰ সম্বৰণ কৰাৰ লগে লগে অনান্য উগ্ৰপন্থী সংগঠনেও (extremist organization) মূল সূতিলৈ ঘূৰি আহিবলৈ ধৰে৷ ক্ৰমান্বয়ে পাহাৰীয়া জিলাখনৰ ডিএনএলএ আৰু আনলা নামৰ উগ্ৰপন্থী সংগঠনে মূল সূঁতিলৈ ঘূৰি অহাৰ পিছত এইবাৰ জিলাখনত আনলাৰ পৰা ফালৰি কাটি সক্ৰিয় হৈ থকা আদিবাসী পিপুলছ লিবাৰেশ্যন আৰ্মি (People’s Liberation Army) চমুকৈ আপলা নামৰ সহস্ৰ উগ্ৰপন্থী সংগঠনটোৱে গণতন্ত্ৰ দিৱসৰ (Republic Day) পূৰ্বে আত্মসমৰ্পন (surrender)ৰ ইচ্ছা প্ৰকাশ (Expression of will) কৰিছে ৷

কাৰবি আংলং জিলাত বাহৰ পাতি থকা সংগঠনটোৰ সেনাধ্যক্ষ চাহিল মুণ্ডাৰ (Commander-in-Chief Sahil Munda) এক ভাইৰেল ভিডিঅ’ বাৰ্তাত এই ইচ্ছা জাহিৰ কৰিছে ৷ মুণ্ডাই ভিডিঅ’ বাৰ্তা যোগে কয় যে, আপলা নামৰ সংগঠনটো নতুন সংগঠন নহয় আৰু আনলাৰ আভ়্যন্তৰিণ কাজিয়াৰ ফলত তেওঁলোক আনলাৰ পৰা ফালৰি কাটি সংগঠনটো গঠন ককিছিল ৷

MILITANTp | ASSAM TIMES POST

ইতিমধ্যে সংগঠনটোৰ ৯ গৰাকী সদস্যই কাৰবি আংলং জিলা প্ৰশাসনৰ ওচৰত আত্ম সমৰ্পন কৰা বুলি জানিবলৈ দি সংগঠনটোৰ সেনাধ্যক্ষ, অধ্যক্ষ সহ সকলো শীৰ্ষ নেতা সহ মুঠ ৪০ গৰাকী সদস্যই আগন্তুক ২৬ জানুৱাৰীৰ পূৰ্বে আত্ম সমৰ্পনৰ বাবে সাজু বুলি ভিডিঅ’ বাৰ্তাটোত উল্লেখ কৰিছে ৷ সংগঠনটোৰ মূল দাবী চাহ জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান কৰা, ভূমিৰ পট্টা প্ৰদান আৰু চাহ জনগোষ্ঠীক নতুন নামাকৰণ কৰা বুলি ভিডিঅ’ বাৰ্তা যোগে মুণ্ডাই জানিবলৈ দিয়ে ৷

আদিবাসী জনগোষ্ঠীৰ স্বাৰ্থত এই পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰি চাহিল মুণ্ডাই এই সমগ্ৰ প্ৰক্ৰিয়াত সহায় কৰা কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সূৰ্য ৰংফাৰ আৰু মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক ধন্যবাদ জ্ঞাপন কৰে ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Surrenderআত্মসমৰ্পন
Share5Tweet3Send

Related Posts

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

by News Desk
September 21, 2026
70
Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

by ASSAM TIMES POST
September 17, 2026
62
KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী
KARBI ANGLONG

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

by News Desk
September 16, 2026
63
Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু
KARBI ANGLONG

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

by ASSAM TIMES POST
September 16, 2026
67
Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

by ASSAM TIMES POST
September 13, 2026
53
Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ
KARBI ANGLONG

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

by News Desk
September 9, 2026
58
ADVERTISEMENT
UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ
National-International

UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ

September 28, 2026
50
হঠাৎ সামাজিক মাধ্যমৰ পৰা অন্তৰ্ধান নিমিষা ঠাকুৰীয়াৰ একাউন্ট
Guwahati

হঠাৎ সামাজিক মাধ্যমৰ পৰা অন্তৰ্ধান নিমিষা ঠাকুৰীয়াৰ একাউন্ট

September 28, 2026
50
হাউলীস্হিত ২৮ নং অসম আৰক্ষী বাহিনীৰ চাউনীত অঘটন
Assam

হাউলীস্হিত ২৮ নং অসম আৰক্ষী বাহিনীৰ চাউনীত অঘটন

September 28, 2026
50
Virat Kohli : অভিলেখৰ আন এটা নাম বিৰাট কোহলী, শতকীয় ইনিংছেৰে এদিনতে গঢ়িলে আন ৭টা অভিলেখ
Sports News

Virat Kohli : অভিলেখৰ আন এটা নাম বিৰাট কোহলী, শতকীয় ইনিংছেৰে এদিনতে গঢ়িলে আন ৭টা অভিলেখ

September 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ

UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ

September 28, 2026
হঠাৎ সামাজিক মাধ্যমৰ পৰা অন্তৰ্ধান নিমিষা ঠাকুৰীয়াৰ একাউন্ট

হঠাৎ সামাজিক মাধ্যমৰ পৰা অন্তৰ্ধান নিমিষা ঠাকুৰীয়াৰ একাউন্ট

September 28, 2026
হাউলীস্হিত ২৮ নং অসম আৰক্ষী বাহিনীৰ চাউনীত অঘটন

হাউলীস্হিত ২৮ নং অসম আৰক্ষী বাহিনীৰ চাউনীত অঘটন

September 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d