ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

গণৰাজ্য দিৱসত দাঙি ধৰা হ’ব ‘আত্মনিৰ্ভৰতা’ কেৱল দেশীয় অস্ত্ৰৰে কুছকাৱাজ

নিউজ ডেস্কঃ

News Desk by News Desk
January 24, 2023
Reading Time: 1 min read
A A
0
গণৰাজ্য দিৱসত দাঙি ধৰা হ’ব ‘আত্মনিৰ্ভৰতা’ কেৱল দেশীয় অস্ত্ৰৰে কুছকাৱাজ

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Prime Minister Narendra Modi) ভাৰতক স্বাৱলম্বী কৰি তুলিবলৈ বাৰ্তা (Message to make India self-reliant) দিছে। বাৰ্তা অনুসৰি, এইবাৰ গণৰাজ্য দিৱসৰ পেৰেডত (Republic Day Parade) দেশত নিৰ্মিত সকলো অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শন (Display of all weapons made in the country) কৰা হ’ব। ভাৰতীয় সেনাই এইকথা জনাইছে।

RREP | ASSAM TIMES POST
Parade with indigenous weapons :

ইমান দিনে ২১ বাৰৰ টোপধ্বনিত (২১ বন্দুকৰ চেলুট) পূৰ্বতে ব্যৱহাৰ কৰা হৈছিল অতীতৰ ২৫ পাউণ্ডৰ বন্দুক। এইবাৰ সেই বন্দুকৰ সলনি ‘১০৫ মিমি ইণ্ডিয়ান ফিল্ড গান’ (105mm Indian Field Gun) ব্যৱহাৰ কৰা হ’ব।

RELATED POSTS

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব

মেজৰ জেনেৰেল ভৱনীশ কুমাৰে কয় যে এই সিদ্ধান্ত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ লক্ষ্যত উপনীত হ’বলৈ লোৱা হৈছে। সংবাদ সংস্থা এএনআইৰ আগত তেওঁ কয়, “এই বছৰ গণৰাজ্য দিৱসত সকলো থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰা হ’ব। ১০৫ মিমি ভাৰতীয় ফিল্ড গানৰ পৰা ২১ ৰাউণ্ড গুলীচালনা কৰা হ’ব।

” যোৱা বছৰ স্বাধীনতা দিৱসত এই থলুৱা বন্দুক ব্যৱহাৰ কৰা হৈছিল। গণৰাজ্য দিৱসত প্ৰথমবাৰৰ বাবে ইয়াৰ ব্যৱহাৰ কৰা হ’ব।২৬ জানুৱাৰীত দিল্লীৰ কৰ্তব্য পথত (পূৰ্বতে ৰাজপথ নামেৰে জনাজাত) গণৰাজ্য দিৱসৰ অনুষ্ঠানত পৰিবেশন কৰিব সম্পূৰ্ণ ভাৰতত নিৰ্মিত হেলিকপ্টাৰ ‘প্ৰচণ্ড’। ইয়াৰ উপৰি ‘এল এইচ ধ্ৰুৱ’ আৰু ‘এল এইচ ৰুদ্ৰ’ হেলিকপ্টাৰো দেখা যাব।

ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাট্টাহ এল চিচিয়ে এইবাৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানত বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰিব।উল্লেখ্য, যোৱা বছৰ নিযুক্তি প্ৰক্ৰিয়াক কেন্দ্ৰ কৰি সমগ্ৰ দেশতে হুলস্থুলৰ সৃষ্টি হোৱা অগ্নিবীৰসকলে এইবাৰ গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰি বি এছ এফৰ ‘উট’ বাহিনীৰ মহিলা জোৱানেও অংশগ্ৰহণ কৰিব।

১৪৪ জন নৌসেনাৰ জোৱানে ‘মহিলা শক্তি’ৰ প্ৰতীক হিচাপে এই পেৰেডত অংশগ্ৰহণ কৰিব । যাৰ নেতৃত্ব দিব মহিলা বিষয়াই ।প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি, এইবাৰ মুঠ ২৩ টা প্ৰতীক পদ প্ৰদৰ্শন কৰা হ’ব । ইয়াৰে ১৭ টা বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ। বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ ৬ টা ।

Tags: Parade with indigenous weaponsRepublic Dayগণৰাজ্য দিৱসদেশীয় অস্ত্ৰৰে কুছকাৱাজ
Share4Tweet3Send

Related Posts

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান
National-International

by News Desk
August 15, 2026
50
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ
National-International

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

by News Desk
August 15, 2026
50
El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব
National-International

El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব

by News Desk
August 15, 2026
50
LPG connection E-KYC : গেছৰ ই-কেৱাইচিৰ সময়সীমা বৃদ্ধি, নতুন তাৰিখসহ ডীলাৰলৈ কেন্দ্ৰীয় নিৰ্দেশনা

Independence Day 2026 : স্বাধীনতা দিৱসত নৱ প্ৰজন্মৰ ওপৰত বিশ্বাসেৰে বছৰি ১ কোটি যুৱকক এআই প্ৰশিক্ষণৰ ঘোষণা মোদীৰ

CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ

August 14, 2026
50
ADVERTISEMENT
PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান
National-International

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

August 15, 2026
50
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ
National-International

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

August 15, 2026
50
Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ
Guwahati

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

August 15, 2026
50
El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব
National-International

El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব

August 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

August 15, 2026
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

August 15, 2026
Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

August 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT