ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Police Encounter I দুৰ্ধৰ্ষ ডকাইত সন্তোষ জয়ছোৱালক এনকাউণ্টাৰঃ পত্নীৰ আক্ষেপ

নিউজ ডেক্স:

ASSAM TIMES POST by ASSAM TIMES POST
February 19, 2023
Reading Time: 1 min read
A A
0
Police Encounter I দুৰ্ধৰ্ষ ডকাইত সন্তোষ জয়ছোৱালক এনকাউণ্টাৰঃ পত্নীৰ আক্ষেপ

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized

Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win

দীৰ্ঘ সময় ধৰি বাইক তথা গাড়ী চুৰি কৰাৰ লগতে ধন সংগ্ৰহ আৰু ডকাইতিৰে সন্ত্ৰাস সৃষ্টি কৰা সন্তোষ জয়ছোৱালক(Santosh Jaisowal) আৰক্ষীয়ে গুলী (Encounter)কৰে আৰু গুলিবিদ্ধ জয়ছোৱালৰ অসম মেডিকেল কলেজলৈ অনাৰ পথত মৃত্যু হয়। অসমৰ বিভিন্ন স্থানত বাইক চুৰি কৰি নাগালেণ্ডত বিক্ৰী কৰা এই দুৰ্ধৰ্ষ ডকাইত জয়ছোৱালে পলোৱাৰ সময়তে বৰবাম আৰক্ষীয়ে ভৰিত আৰু পেটত দুটাকৈ গুলী কৰে।

Robber
Wife of Robber Santosh Jaisowal:

জয়ছোৱালক পূৰ্বেও আৰক্ষীয়ে কেইবাবাৰো গ্ৰেপ্তাৰ কৰিছিল। শেহতীয়াকৈ তিনিমাহৰ আগতে ডকাইতটোক জামিনত ঘৰলৈ লৈ অহা বুলি সংবাদ মাধ্যমৰ ওচৰত মন্তব্য কৰে পত্নীয়ে। লগতে ডকাইত গৰাকীয়ে গাড়ী চলাই আৰু পত্নীয়ে বাগানত কাম কৰি সংসাৰ চলাইছিল বুলি কোৱাৰ লগতে ডকাইত জয়ছোৱালৰ পিছত দুবছৰীয়া কন্যাৰ লগত তেওঁ কেনেদৰে জীয়াই থাকিব বুলি পত্নীয়ে আৰক্ষীক উদ্দেশ্যি প্ৰশ্ন কৰে।

6959394000222445774 e1676818429162 | ASSAM TIMES POST
ডিব্ৰুগড়ৰ অসম মেডিকেল:

তিনি মাহৰ পূৰ্বে জামিনত ওলাই অহা সন্তোষ জয়ছোৱালে সাপেখাতীৰ চেঁচা সত্ৰৰ শহুৰেকৰ বাসগৃহত থকা পত্নী-কন্যাৰ ওচৰলৈ গৈছিল।সন্তোষ ডিব্ৰুগড়ৰ টিংখাঙ আৰক্ষী থানাৰ ৰাজগড় ডঙৰপাৰাৰ নিবাসী বুলি জানিব পৰা গৈছে।

ডিব্ৰুগড়ৰ বৰবাম আৰক্ষী এটা দলে সাপেখাতীৰ চেঁচাৰ সন্তোষ জয়ছোৱালৰ শহুৰেকৰ বাসগৃহত উপস্থিত হৈছিল যদিও আৰক্ষীক দেখি পলায়ন কৰিছিল সন্তোষ জয়ছোৱাল। আৰক্ষীয়ে ৰ’বলৈ নিৰ্দেশ দিয়াৰ পাছতো সন্তোষ নোৰোৱাত আৰক্ষীয়ে পত্নীৰ কাকুতী- মিনতিকো আওকাণ কৰি গুলীচালনা কৰে ।অৱশেষত ডিব্ৰুগড়ৰ অসম মেডিকেললৈ অনাৰ পথত মৃত্যু হয়।

Tags: Police Encounterদুৰ্ধৰ্ষ ডকাইতসন্তোষ জয়ছোৱাল
Share4Tweet3Send

Related Posts

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?
Assam

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

by News Desk
June 10, 2026
50
Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized
Assam

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized

by Staff Reporter
June 9, 2026
50
Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win
Assam

Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win

by Staff Reporter
June 9, 2026
50
Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে
Assam

Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে

by News Desk
June 8, 2026
50
Assam’s Haflong College Students Protest Alleged Exam Irregularities
Assam

Assam’s Haflong College Students Protest Alleged Exam Irregularities

by Staff Reporter
June 8, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

by News Desk
June 7, 2026
50
ADVERTISEMENT
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
Sports News

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

June 11, 2026
50
Woman trafficking : ৰাজস্থানত গ্ৰেপ্তাৰ মহিলা সৰবৰাহৰ বৃহৎ চক্ৰ; উদ্ধাৰ ১৫ নাবালিকা, গ্ৰেপ্তাৰ ১১
National-International

Woman trafficking : ৰাজস্থানত গ্ৰেপ্তাৰ মহিলা সৰবৰাহৰ বৃহৎ চক্ৰ; উদ্ধাৰ ১৫ নাবালিকা, গ্ৰেপ্তাৰ ১১

June 11, 2026
50
Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

June 11, 2026
50
Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন
National-International

Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন

June 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

June 11, 2026
Woman trafficking : ৰাজস্থানত গ্ৰেপ্তাৰ মহিলা সৰবৰাহৰ বৃহৎ চক্ৰ; উদ্ধাৰ ১৫ নাবালিকা, গ্ৰেপ্তাৰ ১১

Woman trafficking : ৰাজস্থানত গ্ৰেপ্তাৰ মহিলা সৰবৰাহৰ বৃহৎ চক্ৰ; উদ্ধাৰ ১৫ নাবালিকা, গ্ৰেপ্তাৰ ১১

June 11, 2026
Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

June 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx