ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

One lakh note garlands I লাখ টকীয়া নোটৰ মালা পিন্ধি বিয়া পাতিবলৈ ওলাইছিল, কাঢ়ি লৈ পলাল চোৰ

নিউজ ডেস্কঃ

News Desk by News Desk
February 21, 2023
Reading Time: 1 min read
A A
0
One lakh note garlands I লাখ টকীয়া নোটৰ মালা পিন্ধি বিয়া পাতিবলৈ ওলাইছিল, কাঢ়ি লৈ পলাল চোৰ

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

Twisha Sharma case : ত্বিশা শৰ্মাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ, অভিযুক্ত স্বামীৰ আত্মসমৰ্পণ

Umar Khalid : ৩ দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ ওমৰ খালিদৰ

Reservation : ‎‎’যদি পিতৃ-মাতৃ আইএএছ বিষয়া, তেন্তে তেওঁলোকৰ সন্তানৰ বাবে সংৰক্ষণ কিয়’ : উচ্চতম ন্যায়ালয়

ডিঙিত ওলমি আছিল ৫০০ আৰু ২০০০ টকীয়া নোটৰ দীঘল মালা। দিল্লী (Delhi)ৰ এজন যুৱকে এক লাখ নোটৰ মালা (One lakh note garlands) পিন্ধি বিয়া পাতিবলৈ ওলাইছিল। সকলোৱে যেতিয়া নাচত ব্যস্ত আছিল তেতিয়া হঠাৎ তাত স্কুটি লৈ ২টা ডকাইত (robber) উপস্থিত হয়। ভিৰৰ মাজত দৰাৰ ডিঙিৰ পৰা টানি নোটৰ মালা ছিঙি লৈ পলাই যায়। ইফালে দৰাৰ চিঞৰি শুনি ডকাইতক ধৰিবলৈ স্কুটিৰ পিছ লয় বৰযাত্ৰীয়ে। কিন্তু ধৰিব পৰা নগʼল।

garlands
One lakh note garlands:

আনহাতে, এক লাখ টকাৰ মালা বিচাৰি নাপাই বিমোৰত পৰে যুৱকজন। বিবাহৰ আনন্দ ক্ষন্তেকতে ম্লান হৈ পৰে। তাৰ ঠাইত দুখেৰে ভৰি পৰে। ইয়াৰ পিছত যুৱকজনে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি, এই ঘটনা সংঘটিত হৈছে দিল্লীৰ জগতপুৰী অঞ্চলত।

নোটৰ মালা পিন্ধি বিয়া পাতিবলৈ যাওঁতে ডকাইতে মালা লৈ পলাই যোৱাৰ অভিযোগ লাভ কৰাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। জগতপুৰী অঞ্চলৰ ৮০টা চিচি টিভি ফুটেজ পৰীক্ষা কৰে।আৰক্ষীৰ এগৰাকী বিষয়াই জনোৱা মতে, চিচি টিভিৰ ফুটেজৰ পৰা ২জন অপৰাধী চিনাক্ত কৰা হৈছে।

ইয়াৰ পিছত জগতপুৰীৰ পৰা কেইকিলোমিটাৰমান দূৰৈৰ গীতা কলনীৰ এটা ঘৰৰ পৰা জছমীত নামৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়। তেওঁক সোধা-পোছা কৰাৰ পিছতে আনজন অভিযুক্তৰ নাম জানিবলৈ পাৰে আৰক্ষীয়ে। অৱশ্যে ৰাজীৱ মাহাতো নামৰ অভিযুক্তৰ কোনো সন্ধান পোৱা হোৱা নাই। আৰক্ষীয়ে জনোৱা মতে, অভিযোগকাৰীৰ নাম অনু গুপ্তা। তেওঁ পাটপাৰগঞ্জ ৰোডৰ বাসিন্দা।

Tags: Bomb scare in Delhi flight from MoscowdelhiNote garlandনোটৰ মালা
Share4Tweet3Send

Related Posts

Twisha Sharma case : ত্বিশা শৰ্মাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ, অভিযুক্ত স্বামীৰ আত্মসমৰ্পণ
National-International

by News Desk
May 22, 2026
50
Umar Khalid : ৩ দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ ওমৰ খালিদৰ
National-International

Umar Khalid : ৩ দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ ওমৰ খালিদৰ

by News Desk
May 22, 2026
50
Reservation : ‎‎’যদি পিতৃ-মাতৃ আইএএছ বিষয়া, তেন্তে তেওঁলোকৰ সন্তানৰ বাবে সংৰক্ষণ কিয়’ : উচ্চতম ন্যায়ালয়
National-International

Reservation : ‎‎’যদি পিতৃ-মাতৃ আইএএছ বিষয়া, তেন্তে তেওঁলোকৰ সন্তানৰ বাবে সংৰক্ষণ কিয়’ : উচ্চতম ন্যায়ালয়

by News Desk
May 22, 2026
50
Puri : পুৰীত হোটেল ভাড়া হঠাৎ আকাশলংঘী
National-International

Puri : পুৰীত হোটেল ভাড়া হঠাৎ আকাশলংঘী

by News Desk
May 22, 2026
50
Rajya Sabha Election : অহা মাহত ৰাজ্যসভাৰ ২৬খন আসনৰ নিৰ্বাচন

‎‎Mount Everest : মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি উভতি অহাৰ পথত অসুস্থ হৈ ২ ভাৰতীয় পৰ্বতাৰোহীৰ মৃত্যু

ADVERTISEMENT
Twisha Sharma case : ত্বিশা শৰ্মাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ, অভিযুক্ত স্বামীৰ আত্মসমৰ্পণ
National-International

Twisha Sharma case : ত্বিশা শৰ্মাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ, অভিযুক্ত স্বামীৰ আত্মসমৰ্পণ

May 22, 2026
50
Umar Khalid : ৩ দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ ওমৰ খালিদৰ
National-International

Umar Khalid : ৩ দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ ওমৰ খালিদৰ

May 22, 2026
50
Reservation : ‎‎’যদি পিতৃ-মাতৃ আইএএছ বিষয়া, তেন্তে তেওঁলোকৰ সন্তানৰ বাবে সংৰক্ষণ কিয়’ : উচ্চতম ন্যায়ালয়
National-International

Reservation : ‎‎’যদি পিতৃ-মাতৃ আইএএছ বিষয়া, তেন্তে তেওঁলোকৰ সন্তানৰ বাবে সংৰক্ষণ কিয়’ : উচ্চতম ন্যায়ালয়

May 22, 2026
50
Puri : পুৰীত হোটেল ভাড়া হঠাৎ আকাশলংঘী
National-International

Puri : পুৰীত হোটেল ভাড়া হঠাৎ আকাশলংঘী

May 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Twisha Sharma case : ত্বিশা শৰ্মাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ, অভিযুক্ত স্বামীৰ আত্মসমৰ্পণ

Twisha Sharma case : ত্বিশা শৰ্মাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ, অভিযুক্ত স্বামীৰ আত্মসমৰ্পণ

May 22, 2026
Umar Khalid : ৩ দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ ওমৰ খালিদৰ

Umar Khalid : ৩ দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ ওমৰ খালিদৰ

May 22, 2026
Reservation : ‎‎’যদি পিতৃ-মাতৃ আইএএছ বিষয়া, তেন্তে তেওঁলোকৰ সন্তানৰ বাবে সংৰক্ষণ কিয়’ : উচ্চতম ন্যায়ালয়

Reservation : ‎‎’যদি পিতৃ-মাতৃ আইএএছ বিষয়া, তেন্তে তেওঁলোকৰ সন্তানৰ বাবে সংৰক্ষণ কিয়’ : উচ্চতম ন্যায়ালয়

May 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT