ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Criticize PM Modi I মোদীক সমালোচনা কৰিবলৈ গৈ পিতৃৰ ‘মানহানি’, কংগ্ৰেছ নেতাৰ বিৰুদ্ধে গোচৰ

নিউজ ডেস্কঃ

News Desk by News Desk
February 22, 2023
Reading Time: 1 min read
A A
0
Criticize PM Modi I মোদীক সমালোচনা কৰিবলৈ গৈ পিতৃৰ ‘মানহানি’, কংগ্ৰেছ নেতাৰ বিৰুদ্ধে গোচৰ

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

বিশ্বৰ প্ৰথম ‘ট্ৰিলিয়নায়াৰ’ হোৱাৰ সম্ভাৱনা ইলন মাস্ক

India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

কংগ্ৰেছৰ মুখপাত্ৰ (Congress spokesperson) পৱন খেৰাৰ (Pawan Khera) বিৰুদ্ধে উদ্যোগপতি গৌতম আদানীৰ (Gautam Adani) গ্ৰুপৰ প্ৰতি অনুকূলতাৰ অভিযোগ উত্থাপন (allegations made) কৰি প্ৰধানমন্ত্ৰীক ‘নৰেন্দ্ৰ গৌতমদাস মোদী’ আখ্যা দিয়াৰ বাবে বাৰাণসী আৰু লক্ষ্ণৌত এফআইআৰ (FIR) দাখিল কৰা হৈছে। খেৰাৰ বিৰুদ্ধে মানহানি, শান্তি-শৃংখলা বিঘ্নিত, ঘৃণা সৃষ্টিৰ অভিযোগত গোচৰ ৰুজু হৈছে।

Congress
Congress spokesperson Pawan Khera:

সোমবাৰে অমিত শ্বাহে ৰাহুল গান্ধীক লক্ষ্য কৰি কয় যে ৰাহুল নেতা হোৱাৰ পিছৰে পৰা কংগ্ৰেছৰ মানদণ্ড কমি আহিছে। ৰাজ্যৰ ৰাজ্যিক বিজেপি নেতাসকলেও কংগ্ৰেছে নৰেন্দ্ৰ মোদীৰ পিতৃক অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছে।উল্লেখ্য, খেৰাই প্ৰধানমন্ত্ৰীক নৰেন্দ্ৰ গৌতমদাস মোদী বুলি কটাক্ষ কৰে। ইয়াৰ পিছত তেওঁ এই মন্তব্যও কৰিছিল যে ‘নাম দামোদৰদাস, কামত গৌতমদাস’।

কংগ্ৰেছৰ বহুতেই আশংকা কৰে যে পূৰ্বতে মণিশঙ্কৰ আয়াৰে মোদীক ‘নীচ কিছম কা আদমী’ বুলি কোৱাত নিজৰ অʼবিচি পৰিচয়ৰ সুযোগ লোৱাৰ দৰে কৌশল ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছে। আনহাতে, খেৰাৰ মন্তব্যৰ বিৰুদ্ধে দিল্লীত বিজেপিয়ে বিক্ষোভ প্ৰদৰ্শন কৰে।

পৱন খেৰাই অৱশ্যে মোদীৰ মন্তব্যত আঙুলিয়াই কয়, “নেহৰুৰ উপাধি ব্যৱহাৰ কৰিবলৈ গান্ধীয়ে কিয় লাজ পায়?” ইফালে অমিত শ্বাহৰ সমালোচনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি খেৰাই কয়, “যেতিয়া আপুনি দেশৰ প্ৰথম প্ৰধানমন্ত্ৰীক অপমান কৰে, তেতিয়া নৰ্থ ব্লকৰ ‘হিজ মাষ্টৰৰ ভইচ’এ একো নকয়। মই প্ৰধানমন্ত্ৰীৰ পিতৃক অপমান কৰা নাছিলো। মোৰ তেনেকুৱা সংস্কৃতিও নহয়।”

আনহাতে, আদানীক লৈ প্ৰশ্ন উত্থাপন কৰি প্ৰিয়ংকা গান্ধী ভাদ্ৰাই কয়, “গৌতম আদানীৰ বিৰুদ্ধে ভুৱা কোম্পানী খোলাৰ অভিযোগ উত্থাপন হৈছে যদিও তদন্ত হৈছে নেকি? কিন্তু কংগ্ৰেছৰ অধিৱেশনত বাধা দিবলৈ, মোদী আৰু তেওঁৰ সহযোগীসকলৰ বিষয়ে প্ৰশ্ন কৰা বন্ধ কৰিবলৈ চিবিআই-ইডিক অনা হৈছে।” মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ছত্তীশগড়ত ইডিৰ অভিযান সন্দৰ্ভত কয়, “ইডিয়ে ‘থাৰ্ড ডিগ্ৰী’ প্ৰয়োগ কৰিছে। ৰডেৰে কোবোৱা হৈছে। ইয়াৰ বিৰুদ্ধে মই উচ্চতম ন্যায়ালয়লৈ যাম।”

Tags: modiPawan Kheraপবন খেৰামোদী
Share4Tweet3Send

Related Posts

নিজৰ ছচিয়েল মিডিয়া প্লেটফর্ম খোলাৰ চিন্তা এলেন মাস্কৰ:
National-International

বিশ্বৰ প্ৰথম ‘ট্ৰিলিয়নায়াৰ’ হোৱাৰ সম্ভাৱনা ইলন মাস্ক

by Staff Reporter
June 9, 2026
50
India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু
National-International

India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

by News Desk
June 9, 2026
50
Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান
National-International

Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

by News Desk
June 9, 2026
50
Zojila canal : অৱশেষত সম্পূৰ্ণ হ’ল জোজিলা সুৰংগ, কাশ্মীৰৰ সৈতে সংযোগ লাডাখৰ

CID at Mamta residence : মমতাৰ ঘৰ, তৃণমূলৰ কাৰ্যালয়ত চিআইডিৰ অভিযান; অভিষেকৰ কাৰ্যালয়তো অভিযান

‎PM Safe Motherhood Campaign : হামৰেণত প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ দশম বৰ্ষপূৰ্তি উদ্‌যাপন

ADVERTISEMENT
নিজৰ ছচিয়েল মিডিয়া প্লেটফর্ম খোলাৰ চিন্তা এলেন মাস্কৰ:
National-International

বিশ্বৰ প্ৰথম ‘ট্ৰিলিয়নায়াৰ’ হোৱাৰ সম্ভাৱনা ইলন মাস্ক

June 9, 2026
50
India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু
National-International

India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

June 9, 2026
50
Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান
National-International

Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

June 9, 2026
50
Zojila canal : অৱশেষত সম্পূৰ্ণ হ’ল জোজিলা সুৰংগ, কাশ্মীৰৰ সৈতে সংযোগ লাডাখৰ
National-International

Zojila canal : অৱশেষত সম্পূৰ্ণ হ’ল জোজিলা সুৰংগ, কাশ্মীৰৰ সৈতে সংযোগ লাডাখৰ

June 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

নিজৰ ছচিয়েল মিডিয়া প্লেটফর্ম খোলাৰ চিন্তা এলেন মাস্কৰ:

বিশ্বৰ প্ৰথম ‘ট্ৰিলিয়নায়াৰ’ হোৱাৰ সম্ভাৱনা ইলন মাস্ক

June 9, 2026
India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

June 9, 2026
Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

June 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT