ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Modi I মোদীক ‘আদানি’ বুলি কটাক্ষ কৰা পৱন খেৰাক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ, অন্তৰৱৰ্তীকালীন জামিন

নিউজ ডেস্কঃ

News Desk by News Desk
February 23, 2023
Reading Time: 1 min read
A A
0
Modi I মোদীক ‘আদানি’ বুলি কটাক্ষ কৰা পৱন খেৰাক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ, অন্তৰৱৰ্তীকালীন জামিন

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

RELATED POSTS

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব

কংগ্ৰেছ নেতা তথা এআইচিচিৰ মুখপাত্ৰ পৱন খেৰাক (Pawan Khera) ৰায়পুৰ অভিমুখী বিমানখনৰ পৰা নমাই দিল্লী বিমানবন্দৰত (Delhi Airport) গ্ৰেপ্তাৰ কৰা হয়। অসম আৰক্ষী (Assam Police)য়ে তেওঁক গ্ৰেপ্তাৰ (Arrest) কৰে। অৱশ্যে ইয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয় (approaches Supreme Court)ৰ কাষ চাপে পৱন খেৰা।

পৱন খেৰা
পৱন খেৰাক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ:

উচ্চতম ন্যায়ালয়ত তেওঁ কয় যে অসম, লক্ষ্ণৌ আৰু বাৰাণসীত তেওঁৰ বিৰুদ্ধে একাধিক এফআইআৰ দাখিল কৰা হৈছে। অভিযোগ অনুসৰি, তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ঠাট্টা-মস্কৰা কৰিছিল তেওঁ। উচ্চতম ন্যায়ালয়ত পৱনে কয় যে ৰায়পুৰ অভিমুখী বিমানখনৰ পৰা তেওঁক নমাই অনাৰ পিছতে তেওঁক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

আদালতৰ পৰা সুৰক্ষাৰ বাবেও আবেদন কৰিছিল পৱনে। পৰৱৰ্তী সময়ত বিয়লি ৩ বজাত এই গোচৰৰ শুনানি গ্ৰহণ কৰি তেওঁক অন্তৰৱৰ্তীকালীন জামিন প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে।উল্লেখ্য, কংগ্ৰেছৰ পূৰ্ণাংগ অধিবেশনত অংশগ্ৰহণ কৰিবলৈ বৃহস্পতিবাৰে সতীৰ্থৰ সৈতে দিল্লীৰ পৰা ৰায়পুৰলৈ গৈছিল পৱন।

বৰ্ডিং পাছ লৈ বিশেষ ইণ্ডিগ’ বিমানখনৰ আসন লোৱাৰ পিছত বিমান পৰিচাৰকসকলে আহি তেওঁক ডিপিচিয়ে লগ কৰিব বুলি কয়। গতিকে তললৈ নামি যায়। লগতে তেওঁক বিমানখনত উঠিব দিয়া হোৱা নাই বুলিও অৱগত কৰা হয়। কংগ্ৰেছ নেতা কে চি বেনুগোপাল, সুপ্ৰিয়া শ্ৰীনাতে, ৰনদীপ সিং সুৰজেৱালা আদিয়ে তেওঁৰ পিছত বিমানখনৰ পৰা নামি যায় আৰু প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে।

cong1 | ASSAM TIMES POST

শেহতীয়াকৈ এখন সংবাদমেলত পৱনে প্ৰধানমন্ত্ৰীক নৰেন্দ্ৰ দামোদৰদাস মোদীৰ সলনি নৰেন্দ্ৰ গৌতমদাস মোদী বুলি উল্লেখ কৰে। যাৰ ফলত ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। পৱনক গ্ৰেপ্তাৰ কৰাৰ দাবী তোলে বিজেপিয়ে। এফ আই আৰ দাখিল কৰা হয়।

কংগ্ৰেছৰ অভিযোগ যে এই কাৰণেই পৱনে এইদৰে হাৰাশাস্তিৰ সন্মুখীন হʼবলগীয়া হৈছে। প্ৰথমে অনুমান কৰা হৈছে যে সেই ভিত্তিতে তেওঁক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। কংগ্ৰেছে দাবী কৰিছে যে বিজেপিয়ে ভয় আৰু অজ্ঞানতাৰ বাবেই এই সকলোবোৰ উন্মাদৰে কাম কৰি আছে।

Tags: Assam PolicePawan Kheraঅসম আৰক্ষীপৱন খেৰা
Share4Tweet3Send

Related Posts

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান
National-International

by News Desk
August 15, 2026
50
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ
National-International

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

by News Desk
August 15, 2026
50
El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব
National-International

El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব

by News Desk
August 15, 2026
50
LPG connection E-KYC : গেছৰ ই-কেৱাইচিৰ সময়সীমা বৃদ্ধি, নতুন তাৰিখসহ ডীলাৰলৈ কেন্দ্ৰীয় নিৰ্দেশনা

Independence Day 2026 : স্বাধীনতা দিৱসত নৱ প্ৰজন্মৰ ওপৰত বিশ্বাসেৰে বছৰি ১ কোটি যুৱকক এআই প্ৰশিক্ষণৰ ঘোষণা মোদীৰ

CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ

August 14, 2026
50
ADVERTISEMENT
PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান
National-International

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

August 15, 2026
50
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ
National-International

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

August 15, 2026
50
Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ
Guwahati

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

August 15, 2026
50
El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব
National-International

El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব

August 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

August 15, 2026
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

August 15, 2026
Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

August 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT