ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Adani Controversy I আদানী বিতৰ্কলৈ ডিফুত জিলা কংগ্ৰেছৰ সংবাদমেল : কংগ্ৰেছেহে স্বায়ত্ত্বশাসিত দিব পাৰিব

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
February 23, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST
সমগ্ৰ দেশৰ ২২টা স্থানৰ লগতে আজি ডিফু (Diphu)তো জিলা কংগ্ৰেছে (Congress) হাম আদানী ক্য হ কৌন (Hum Adanika He Koyn) শীৰ্ষক সংবাদ মেল (Press meet) সম্বোধন কৰে ৷ কাৰবি আংলং জিলা কংগ্ৰেছৰ (Karbi Anglong District Congress) উপ-সভাপতি অশোক টেৰণ, ৰাতুল টেৰণ আৰু আই টি ছেলৰ আহবায়ক শিল্পী ছেমচন ইংতিয়ে সংবাদ মেল সম্বোধন কৰি আদানীক নৰেন্দ্ৰ মোডী নেতৃত্বতাধীন বিজেপি চৰকাৰে ৰক্ষণাবেক্ষণ দি দেশৰ সম্পদ লুন্ঠনৰ সুবিধা দিয়াৰ অভিযোগ ৷

জিলা কংগ্ৰেছ
আদানী বিতৰ্কলৈ ডিফুত জিলা কংগ্ৰেছৰ সংবাদমেল:

সেয়ে হিডেনবাৰ্গৰ প্ৰতিবেদনক লৈ প্ৰধানমন্ত্ৰীয়ে সংসদত উত্তৰ নিদিয়া বুলি কয় ৷ লগতে দেশৰ বিত্তীয় খণ্ডৰ পৰা বলপূৰ্বকভাৱে আদানী গ্ৰুপক ঋণ প্ৰদান কৰি আদানীৰ উত্থানত অৱদান যোগোৱাৰ বাবেপ্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক দোষাৰোপ কৰে ৷

RELATED POSTS

Dead body recovered : ডিলাইৰ নাহৰজানত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

Felicitation ceremony : কাৰ্বি আংলং জিলা প্ৰশাসনে সম্বৰ্ধনা জনালে মেধাৱী ছাত্ৰ-ছাত্ৰীক

Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা

সংবাদ মেলত লগতে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত পাহাৰৰ জনতাই কংগ্ৰেছ দলক আৰ্শীবাদ দিব বুলি কয় ৷ কাৰণ বিজেপি দলে ৯ বছৰে স্বায়ত্ত্বশাসিত ৰাজ্য নিদিলে ৷ সংবিধানৰ ২৪৪(ক) ধাৰা কংগ্ৰেছে সৃষ্টি কৰিছিল আৰু সেয়ে কংগ্ৰেছে ইয়াক কাৰ্যকৰী কৰিব বুলি জনতাই বিশ্বাস কৰা বুলি কয় ছেমচন ইংতিয়ে৷

Tags: Adanicongressআদানীকংগ্ৰেছ
Share4Tweet3Send

Related Posts

Dead body recovered : ডিলাইৰ নাহৰজানত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Dead body recovered : ডিলাইৰ নাহৰজানত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

by News Desk
May 22, 2026
50
Felicitation ceremony : কাৰ্বি আংলং জিলা প্ৰশাসনে সম্বৰ্ধনা জনালে মেধাৱী ছাত্ৰ-ছাত্ৰীক
KARBI ANGLONG

Felicitation ceremony : কাৰ্বি আংলং জিলা প্ৰশাসনে সম্বৰ্ধনা জনালে মেধাৱী ছাত্ৰ-ছাত্ৰীক

by News Desk
May 22, 2026
50
Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা
KARBI ANGLONG

Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা

by News Desk
May 20, 2026
50
হাওৰাঘাটত আৰক্ষীয়ে আটক কৰিলে ছয়টাকৈ গভাইত গৰুচোৰ।
KARBI ANGLONG

হাওৰাঘাটত আৰক্ষীয়ে আটক কৰিলে ছয়টাকৈ গভাইত গৰুচোৰ।

by Staff Reporter
May 20, 2026
50
কাৰ্বি পাহাৰত “বাধাহীন শিক্ষাৰ”লক্ষ্যৰে ডিফুৰ, ডিএভিএছএসএস(DAVHSS) বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়া বাই- চাইকেল বিতৰণ
KARBI ANGLONG

কাৰ্বি পাহাৰত “বাধাহীন শিক্ষাৰ”লক্ষ্যৰে ডিফুৰ, ডিএভিএছএসএস(DAVHSS) বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়া বাই- চাইকেল বিতৰণ

by Staff Reporter
May 20, 2026
50
ৰাজ্যত সক্রিয় যুৱতী সৰবৰাহকাৰী চক্র, ডিফুৰ দুই নাবালিকাক পলুৱাইনিয়া দিল্লীৰ তিনি যুৱকক বঙাইগাঁৱত গ্রেপ্তাৰ
KARBI ANGLONG

ৰাজ্যত সক্রিয় যুৱতী সৰবৰাহকাৰী চক্র, ডিফুৰ দুই নাবালিকাক পলুৱাইনিয়া দিল্লীৰ তিনি যুৱকক বঙাইগাঁৱত গ্রেপ্তাৰ

by Staff Reporter
May 19, 2026
50
ADVERTISEMENT
Twisha Sharma case : ত্বিশা শৰ্মাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ, অভিযুক্ত স্বামীৰ আত্মসমৰ্পণ
National-International

Twisha Sharma case : ত্বিশা শৰ্মাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ, অভিযুক্ত স্বামীৰ আত্মসমৰ্পণ

May 22, 2026
50
Umar Khalid : ৩ দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ ওমৰ খালিদৰ
National-International

Umar Khalid : ৩ দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ ওমৰ খালিদৰ

May 22, 2026
50
Reservation : ‎‎’যদি পিতৃ-মাতৃ আইএএছ বিষয়া, তেন্তে তেওঁলোকৰ সন্তানৰ বাবে সংৰক্ষণ কিয়’ : উচ্চতম ন্যায়ালয়
National-International

Reservation : ‎‎’যদি পিতৃ-মাতৃ আইএএছ বিষয়া, তেন্তে তেওঁলোকৰ সন্তানৰ বাবে সংৰক্ষণ কিয়’ : উচ্চতম ন্যায়ালয়

May 22, 2026
50
Puri : পুৰীত হোটেল ভাড়া হঠাৎ আকাশলংঘী
National-International

Puri : পুৰীত হোটেল ভাড়া হঠাৎ আকাশলংঘী

May 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Twisha Sharma case : ত্বিশা শৰ্মাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ, অভিযুক্ত স্বামীৰ আত্মসমৰ্পণ

Twisha Sharma case : ত্বিশা শৰ্মাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ, অভিযুক্ত স্বামীৰ আত্মসমৰ্পণ

May 22, 2026
Umar Khalid : ৩ দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ ওমৰ খালিদৰ

Umar Khalid : ৩ দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ ওমৰ খালিদৰ

May 22, 2026
Reservation : ‎‎’যদি পিতৃ-মাতৃ আইএএছ বিষয়া, তেন্তে তেওঁলোকৰ সন্তানৰ বাবে সংৰক্ষণ কিয়’ : উচ্চতম ন্যায়ালয়

Reservation : ‎‎’যদি পিতৃ-মাতৃ আইএএছ বিষয়া, তেন্তে তেওঁলোকৰ সন্তানৰ বাবে সংৰক্ষণ কিয়’ : উচ্চতম ন্যায়ালয়

May 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx