ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

College Festival I নাচি নাচিয়ে বাগৰি পৰিল মঞ্চত! কলেজৰ উৎসৱত ছাত্ৰৰ অস্বাভাৱিক মৃত্যু

নিউজ ডেস্কঃ

News Desk by News Desk
February 25, 2023
Reading Time: 1 min read
A A
0
College Festival I নাচি নাচিয়ে বাগৰি পৰিল মঞ্চত! কলেজৰ উৎসৱত ছাত্ৰৰ অস্বাভাৱিক মৃত্যু

RELATED POSTS

Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ

CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

কলেজৰ উৎসৱত নাচি নাচি মৃত্যুৰ কোলাত ঢলি পৰিল এজন যুৱক। কলেজৰ উৎসৱত (College Festival) অংশ লৈছিল। মঞ্চত নাচি থকা অৱস্থাত হঠাৎ মাটিত পৰি যোৱা দেখা গʼল ছাত্ৰজন। মহাবিদ্যালয় কৰ্তৃপক্ষই জনোৱা মতে, তৎকালীন চিকিৎসাৰ পিছতো তেওঁক বচাব পৰা নগ’ল।

কলেজৰ উৎসৱ
কলেজৰ উৎসৱত ছাত্ৰৰ অস্বাভাৱিক মৃত্যু:

বেঙ্গালুৰুৰ আজিম প্ৰেমজী বিশ্ববিদ্যালয়ত (Azim Premji University, Bengaluru) সংঘটিত হয় এই ঘটনা। মৃত ছাত্ৰজনৰ নাম অভিজিৎ শিণ্ডে (Abhijit Shinde) (২৬)।তেওঁৰ ঘৰ মহাৰাষ্ট্ৰৰ নাচিকত। শুকুৰবাৰে কলেজৰ উৎসৱৰ সময়ত নাচি (Dance) থকা অৱস্থাত তেওঁৰ মৃত্যু (Death) হয়। হৃদৰোগত আক্ৰান্ত (Heart Attack) হৈ তেওঁৰ মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, মৃত ছাত্ৰজনৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰা হৈছে।

তেওঁলোক শনিবাৰে মহাবিদ্যালয়ৰ চৌহদত উপস্থিত হʼব। ইয়াৰ পিছতে আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি ছাত্ৰজনৰ মৃতদেহ তেওঁলোকৰ হাতত গতাই দিয়া হʼব।নাচিকৰ যুৱকজন বেঙ্গালুৰুৰ বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ ছাত্ৰ আছিল। তেওঁৰ মৃত্যুৰ পিছত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এক বিবৃতি প্ৰকাশ কৰি শোক প্ৰকাশ কৰে।

তেওঁলোকে কয়, “বিশ্ববিদ্যালয় চৌহদত ছাত্ৰজনৰ দুৰ্ভাগ্যজনক মৃত্যুত আমি দুখী। বিশ্ববিদ্যালয়ৰ বাৰ্ষিক অনুষ্ঠানত অংশগ্ৰহণ কৰে ছাত্ৰজনে। নাচি থাকোঁতে হঠাৎ মঞ্চত ঢলি পৰে। লগে লগে তেওঁৰ চিকিৎসাৰ ব্যৱস্থা কৰা হয়। কিন্তু বহু চেষ্টাৰ পিছতো ৰক্ষা কৰিব পৰা নগʼল। তেখেতৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীলৈ সমবেদনা জ্ঞাপন কৰিলোঁ।”

আৰক্ষীৰ তথ্য অনুসৰি, যোৱা দুদিন ধৰি বিশ্ববিদ্যালয় চৌহদত ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰি আছিল। হোষ্টেলৰ পৰা কেম্পাছলৈ বাছৰ ভাড়া হ্ৰাস কৰাৰ দাবীত কেইবাগৰাকীও স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল। কিন্তু অভিজিতে প্ৰতিবাদত অংশ লোৱা নাছিল বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Azim Premji UniversityBengaluruবেঙ্গালুৰুৰ আজিম প্ৰেমজী বিশ্ববিদ্যালয়
Share5Tweet3Send

Related Posts

Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ
National-International

Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ

by News Desk
September 29, 2026
50
CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান
National-International

CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান

by News Desk
September 29, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি

by News Desk
September 29, 2026
50
SC on Social Media : শিশুৰ ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে নিয়ম প্ৰণয়ন কৰক কেন্দ্ৰই, উচ্চতম ন্যায়ালয়
National-International

SC on Social Media : শিশুৰ ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে নিয়ম প্ৰণয়ন কৰক কেন্দ্ৰই, উচ্চতম ন্যায়ালয়

by News Desk
September 29, 2026
50
El Nino : এল নিনোৰ প্ৰভাৱত ক্ষতিগ্ৰস্ত হ’ব পাৰে দেশৰ শস্য উৎপাদন, ৰবিশস্যৰ বতৰতো অত্যধিক বৰষুণ-খৰাঙৰ আশংকা
National-International

El Nino : এল নিনোৰ প্ৰভাৱত ক্ষতিগ্ৰস্ত হ’ব পাৰে দেশৰ শস্য উৎপাদন, ৰবিশস্যৰ বতৰতো অত্যধিক বৰষুণ-খৰাঙৰ আশংকা

by News Desk
September 29, 2026
50
Delhi pollution : প্ৰদূষণৰ প্ৰমাণ-পত্ৰ নহ’লে নাপাব ইন্ধন, চলিব অধিক ইলেক্ট্ৰিক বাছ; বায়ু প্ৰদূষণ ৰোধৰ পৰিকল্পনা দিল্লীৰ
National-International

Delhi pollution : প্ৰদূষণৰ প্ৰমাণ-পত্ৰ নহ’লে নাপাব ইন্ধন, চলিব অধিক ইলেক্ট্ৰিক বাছ; বায়ু প্ৰদূষণ ৰোধৰ পৰিকল্পনা দিল্লীৰ

by News Desk
September 29, 2026
50
ADVERTISEMENT
Golaghat Police seized illegal weapons in Nagaland
ALL NEWS

Golaghat Police seized illegal weapons in Nagaland

September 29, 2026
50
Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ
National-International

Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ

September 29, 2026
50
Drugs sieze : গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনত ড্ৰাগচসহ দুই মহিলা গ্ৰেপ্তাৰ
Guwahati

Drugs sieze : গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনত ড্ৰাগচসহ দুই মহিলা গ্ৰেপ্তাৰ

September 29, 2026
50
Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান
NORTHEAST

Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান

September 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Golaghat Police seized illegal weapons in Nagaland

Golaghat Police seized illegal weapons in Nagaland

September 29, 2026
Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ

Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ

September 29, 2026
Drugs sieze : গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনত ড্ৰাগচসহ দুই মহিলা গ্ৰেপ্তাৰ

Drugs sieze : গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনত ড্ৰাগচসহ দুই মহিলা গ্ৰেপ্তাৰ

September 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d