ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

World record I ১৪ এপ্ৰিলত ১১ হাজাৰ বিহুনৃত্য শিল্পীয়ে ইতিহাস গঢ়িব সৰুসজাইত, প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব এইমছ

নিউজ ডেস্কঃ

News Desk by News Desk
February 28, 2023
Reading Time: 1 min read
A A
0
World record I ১৪ এপ্ৰিলত ১১ হাজাৰ বিহুনৃত্য শিল্পীয়ে ইতিহাস গঢ়িব সৰুসজাইত, প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব এইমছ

logo new 2 1 1 4 1 3 1 8 | ASSAM TIMES POST

RELATED POSTS

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

আজি অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক (Assam government’s cabinet meeting) এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তাৰে ভিতৰত এটা হৈছে বিহু (Bihu)ক লৈ বিশ্ব ৰেকৰ্ড (World record) গঢ়াৰ অসম চৰকাৰৰ পৰিকল্পনা।

 সৰুসজাই
১১ হাজাৰ বিহুনৃত্য শিল্পীয়ে ইতিহাস গঢ়িব সৰুসজাইত:

বিশ্বব্যাপী আমাৰ বাপতি সাহোন বিহুক উপস্থাপন কৰিবলৈ ১১ হাজাৰ বিহুনৃত্য শিল্পীয়ে ২০২৩ চনৰ ১৪ এপ্ৰিলত সৰুসজাই ক্ৰীড়া প্ৰকল্পত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi)ৰ আগত বিহু প্ৰদৰ্শন কৰিব। ইয়াৰ জৰিয়তে বিহুনৃত্যক একক স্থানত উপস্থাপন কৰি গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অভিলেখ পঞ্জীয়ন কৰাৰ প্ৰয়াস কৰা হ’ব বুলি অসম চৰকাৰৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে।

আনহাতে, এই অনুষ্ঠানলৈ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ সকলো ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক আমন্ত্ৰণ জনোৱা হ’ব। তদুপৰি, জি-২০ ৰাষ্ট্ৰ আৰু আছিয়ান ব্লকৰ দেশসমূহৰ ৰাষ্ট্ৰদূত তথা উচ্চায়ুক্তসকলকো আমন্ত্ৰণ জনোৱা হ’ব।

আনহাতে, বিগত ১০ বছৰে বিহু আয়োজন কৰা বিহু সমিতিসমূহলৈ ১.৫ লাখ টকাৰ অনুদান আগবঢ়োৱা হ’ব। এই সন্দৰ্ভত এক এছ’ অ’ পি অতি সোনকালে জাৰি কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে । আনহাতে, বলপূৰ্বকভাৱে বিহুৰ চান্দা নল’বলৈও বিহু সমিতিসমূহক এক সংবাদমেলযোগে মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।

cm2 1 | ASSAM TIMES POST

ইয়াৰ উপৰিও ৰাজ্যত বিদ্যুৎ তাঁতশাল ব্যৱহাৰ কৰি গামোচা, মেখেলা আৰু আৰনাই প্ৰস্তুত কৰা যিকোনো কাৰ্য আৰু ৰাজ্যৰ বাহিৰৰ পৰা ইয়াৰ যোগান বন্ধৰ বিৰুদ্ধে এক অভিযান আৰম্ভ কৰাৰ বাবেও পদক্ষেপ গ্ৰহণ কৰা হ’ব। স্থানীয় শিপিনীসকলৰ উৎপাদিত সামগ্ৰীৰ প্ৰচাৰৰ বাবে এই অভিযান আৰম্ভ কৰা হ’ব।

লগতে অহা বছৰৰ পৰা অসম চৰকাৰে সাতদিনৰ বাবে ৰংঘৰৰ বাকৰি আৰু সৰুসজাই ক্ৰীড়া পৰিসৰত পৰম্পৰাগত উদ্যমেৰে ৰঙালী বিহুৰ আয়োজন কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে।উল্লেখ্য যে এই ভ্ৰমণৰ সময়তে প্ৰধানমন্ত্ৰীয়ে চাংসাৰিত এইমছ উদ্বোধন (AIIMS in Sangsari Open) কৰাৰ লগতে ব্ৰহ্মপুত্ৰৰ ওপৰত পলাশবাৰী-শুৱালকুছি সংযোগী দলঙৰ আধাৰশিলা স্থাপন কৰাৰো সম্ভাৱনা আছে।

Tags: AIIMSbihu dencemodiএইমছবিহুনৃত্য
Share4Tweet3Send

Related Posts

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ
Guwahati

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

by News Desk
August 15, 2026
50
Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

by Staff Reporter
July 14, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

by Staff Reporter
July 13, 2026
50
Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings
Guwahati

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

by ASSAM TIMES POST
July 1, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

by News Desk
June 27, 2026
50
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

by News Desk
June 18, 2026
50
ADVERTISEMENT
Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ
Guwahati

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

August 15, 2026
50
El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব
National-International

El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব

August 15, 2026
50
LPG connection E-KYC : গেছৰ ই-কেৱাইচিৰ সময়সীমা বৃদ্ধি, নতুন তাৰিখসহ ডীলাৰলৈ কেন্দ্ৰীয় নিৰ্দেশনা
National-International

LPG connection E-KYC : গেছৰ ই-কেৱাইচিৰ সময়সীমা বৃদ্ধি, নতুন তাৰিখসহ ডীলাৰলৈ কেন্দ্ৰীয় নিৰ্দেশনা

August 15, 2026
50
Independence Day 2026 : স্বাধীনতা দিৱসত নৱ প্ৰজন্মৰ ওপৰত বিশ্বাসেৰে বছৰি ১ কোটি যুৱকক এআই প্ৰশিক্ষণৰ ঘোষণা মোদীৰ
National-International

Independence Day 2026 : স্বাধীনতা দিৱসত নৱ প্ৰজন্মৰ ওপৰত বিশ্বাসেৰে বছৰি ১ কোটি যুৱকক এআই প্ৰশিক্ষণৰ ঘোষণা মোদীৰ

August 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

August 15, 2026
El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব

El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব

August 15, 2026
LPG connection E-KYC : গেছৰ ই-কেৱাইচিৰ সময়সীমা বৃদ্ধি, নতুন তাৰিখসহ ডীলাৰলৈ কেন্দ্ৰীয় নিৰ্দেশনা

LPG connection E-KYC : গেছৰ ই-কেৱাইচিৰ সময়সীমা বৃদ্ধি, নতুন তাৰিখসহ ডীলাৰলৈ কেন্দ্ৰীয় নিৰ্দেশনা

August 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx