ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Lifestyle Recipes

MasterChef India I ছ’নি টিভিৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ মাষ্টাৰ চেফ ইণ্ডিয়া চিজন ৭ত নয়নজ্যোতি শইকীয়াঃ

নিউজ ডেক্স:

ASSAM TIMES POST by ASSAM TIMES POST
March 5, 2023
Reading Time: 1 min read
A A
0
MasterChef India I ছ’নি টিভিৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ মাষ্টাৰ চেফ ইণ্ডিয়া চিজন ৭ত নয়নজ্যোতি শইকীয়াঃ

RELATED POSTS

Chicken Shami Kebab

Bread Cups Stuffed With Basil And Mushrooms

Korean Cauliflower Popcorn:

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

ছ’নি টিভিৰ(Sony tv) জনপ্ৰিয় ৰিয়েলিটি শ্ব’ মাষ্টাৰ চেফ ইণ্ডিয়া (MasterChef India) চিজন ৭ ত জিলিকিছে তিনিচুকীয়াৰ সুযোগ্য সন্তান।তিনিচুকীয়া গোবিন্দপুৰৰ অৰূপ শইকীয়া আৰু তুলিকা শইকীয়াৰ পুত্ৰ নয়নজ্যোতিয়ে(nayan jyoti) ফাইনেল ৰাউণ্ডত প্ৰৱেশ কৰিয়েই নিজৰ পৰিয়ালৰ পৰা আশীৰ্বাদ ল’বলৈ ঘৰলৈ আহিছে তেওঁ।

মাষ্টাৰ চেফ ইণ্ডিয়া
মাষ্টাৰ চেফ ইণ্ডিয়া চিজন ৭ত নয়নজ্যোতি শইকীয়াঃ

মাষ্টাৰ চেফ ইণ্ডিয়াত তিনিওগৰাকী বিচাৰক ক্ৰমে বিকাশ খান্না, ৰণৱীৰ সিং ব্ৰাৰ লগতে গৰিমা আৰোৰাৰ বহুল প্ৰশংসাৰ জৰিয়তে নয়নজ্যোতিয়ে ইতিমধ্যে নিজৰ প্ৰতিভাৰে শ্ব’টোত দৃঢ়তাৰে আগুৱাবলৈ সক্ষম হৈছে।

উল্লেখ্য যে গুৱাহাটীত বি টেক পঢ়িবলৈ আহি নিজে ৰন্ধা-বঢ়া কৰি ভাড়াৰুমত থকা নয়নজ্যোতিয়ে সেই সময়ৰ পৰাই ন ন ৰূপত খাদ্য প্রস্তুত কৰি খোৱাৰ এক ৰাপ গঢ়ি তুলিছিল। এইদৰেই পিছলৈ এই ৰাপ পৰিণত হৈছিল নিচালৈ ।

clip04 set mci ep42 best moment 28022023 landscape thumb | ASSAM TIMES POSTক্ৰমাৎ তেওঁ প্ৰস্তুত কৰি উলিয়াইছিল সুস্বাদু ব্যঞ্জন। পৰৱৰ্তী সময়ত, তেওঁ এটি সুন্দৰ সপোন লৈ অডিচ’ন দিছিল ছনী টিভি চেনেলত সম্প্ৰচাৰিত হোৱা জনপ্ৰিয় কুকিং ৰিয়েলিটি শ্ব’ ‘মাষ্টৰ চেফ ইণ্ডিয়া’ত আৰু এই অডি’চনত নিৰ্বাচিত হৈ এই ৰিয়েলিটি শ্ব’ত অংশগ্ৰহণৰ সুযোগ লাভ কৰে । কোনো ধৰণৰ প্ৰশিক্ষণ নোলোৱাকৈ কেৱল নিজৰ আগ্ৰহৰ ভিত্তিত এনে সফলতা দেখি মোহিত হৈ পৰে ভাৰত তথা বিশ্বৰ জনপ্ৰিয় চেফ বিকাশ খান্না ৷

উল্লেখ্য যে, ৰিয়েলিটি শ্ব’টোত নিজে জিলিকি উঠাৰ সমান্তৰালভাৱে নয়নজ্যোতিয়ে আলু পিটিকা, কলডিল আৰু কুকুৰা মাংসৰ জোল আদি অসমীয়া থলুৱা খাদ্য তৈয়াৰ কৰি অসমীয়া খাদ্যক বিশ্ব দৰবাৰত জিলিকাই তুলিছে । মাৰ্চ মাহৰ প্ৰথম সপ্তাহত অন্ত পৰিবলগীয়া এই ৰিয়েলিটি শ্ব’টোত সফলতাৰে আগবঢ়া নয়নজ্যোতিক সমগ্ৰ অসমবাসীয়ে শুভকামনা জ্ঞাপন কৰিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Master Chef Indiaছ'নি টিভিৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব
Share5Tweet3Send

Related Posts

| ASSAM TIMES POST
Lifestyle

Chicken Shami Kebab

by Antara Das
September 12, 2020
60
Bread Cups Stuffed With Basil And Mushrooms
ALL NEWS

Bread Cups Stuffed With Basil And Mushrooms

by Antara Das
September 5, 2020
63
Korean Cauliflower Popcorn:
Recipes

Korean Cauliflower Popcorn:

by Antara Das
August 29, 2020
65
Blue berry | ASSAM TIMES POST
Recipes

Yummy Blueberry Cheese Cake

by Antara Das
August 22, 2020
56
গুৱাহাটী আইআইটিয়ে প্ৰস্তুত কৰিছে মাংস
ALL NEWS

গুৱাহাটী আইআইটিয়ে প্ৰস্তুত কৰিছে মাংস

by ASSAM TIMES POST
August 26, 2019
83
ADVERTISEMENT
GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়
Guwahati

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

September 24, 2026
50
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

September 24, 2026
50
ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
Assam

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

September 24, 2026
50
Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ
National-International

Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ

September 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

September 24, 2026
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

September 24, 2026
ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

September 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d