ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Diphu Medical College I পৰীক্ষাত অসফলৰ চৰম পন্থা ল’লে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰই

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
March 6, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST
এগৰাকী সফল চিকিৎসক হোৱাৰ সপোনলৈ বোকাজানৰ পৰা ডিফু চিকিৎসা মহাবিদ্যালয়ৰ (Diphu Medical College) এগৰাকী প্ৰথম বৰ্ষৰ ছাত্ৰই (First year student) পৰীক্ষাত অসফল (Failed in exam) হৈ আজি আত্মহত্যাৰ (suicide) দৰে চৰম পন্থা বাছি লোৱা কাৰ্যই পাৰ্বত্য জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ চিকিৎসা বিজ্ঞানৰ প্ৰথমটো পৰীক্ষাত অসফলহৈ চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰথম বৰ্ষৰ ছাত্ৰ কমল ব্ৰহ্ম (Kamal Brahma)ই আত্মহত্যা কৰে ৷ ছাত্ৰগৰাকীয়ে চিকিৎসা মহাবিদ্যালয়খনৰ ছাত্ৰাৱাসত চিপজৰীলৈ আত্মহত্যা কৰে ৷

 ডিফু চিকিৎসা মহাবিদ্যালয়
চৰম পন্থা ল’লে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰই:

ডিফু চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ্যা সুমিত্ৰা হাগজেৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, ছাত্ৰগৰাকীৰ চিকিৎসা বিজ্ঞানৰ প্ৰথম বৰ্ষৰ প্ৰথমটো পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু তিনিওটা বিষয়তে ছাত্ৰজন অনুতীৰ্ণ হৈছিল৷ ছাত্ৰগৰাকীয়ে এই সম্পৰ্কে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যাপকসকলৰ সৈতে মত-বিনিময় কৰিছিল আৰু অধ্যাপকসকলে ছাত্ৰজনক সকলো প্ৰকাৰৰ সহায়-সহযোগৰ আশ্বাস প্ৰদান কৰিছিল৷

RELATED POSTS

Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান

Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন

Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ

ইয়াৰ পিছতেই ছাত্ৰগৰাকী আৱাসলৈ যায় আৰু বহু দেৰিলৈকে ছাত্ৰাৱাসৰ পৰা ওলাই নহাত ছাত্ৰ জনৰ সহপাঠীয়ে বিচাৰ-খোচাৰ কৰাত ছাত্ৰজন চীপজৰী লৈ থকাৰ অৱস্থাত উদ্ধাৰ কৰে৷ ঘটনা সম্পৰ্কে আৰক্ষীক অৱগত কৰা হয় আৰু আৰক্ষীয়ে মৃতদেহটো কাৰ্যবাহী দণ্ডাধীশৰ হতুৱাই চুৰৎহাল কৰি মৰণোত্তৰ পৰীক্ষাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে ৷

DMCp1 | ASSAM TIMES POST

আনহাতে উক্ত ঘটনাৰ পিছত ডিফু চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰাৱাসত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে ৷ এই সন্দৰ্ভত স্থানীয় আৰক্ষীৰ মতামত বিচৰাত সাংবাদিকৰ আগত আৰক্ষীয়ে কোনোধৰণৰ মতামত দিয়াৰ পৰা বিৰত থকা পৰিলক্ষিত হয় ৷

Tags: Diphu Medical CollegeKamal Brahmaকমল ব্ৰহ্মডিফু চিকিৎসা মহাবিদ্যালয়
Share4Tweet3Send

Related Posts

Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান
KARBI ANGLONG

Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান

by News Desk
June 10, 2026
50
Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন
KARBI ANGLONG

Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন

by News Desk
June 9, 2026
50
Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ
KARBI ANGLONG

Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ

by News Desk
June 9, 2026
50
ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক :অনুৰাগীসকলে সৰ্ববৃহৎ ফুটবল কাৰ্নিভাল উদযাপনৰ বাবে সাজু
KARBI ANGLONG

ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক :অনুৰাগীসকলে সৰ্ববৃহৎ ফুটবল কাৰ্নিভাল উদযাপনৰ বাবে সাজু

by ASSAM TIMES POST
June 9, 2026
50
Pumped storage project : চিইএম ড° ৰংহাঙে পাম্পড ষ্ট’ৰেজ প্ৰজেক্টৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে
KARBI ANGLONG

Pumped storage project : চিইএম ড° ৰংহাঙে পাম্পড ষ্ট’ৰেজ প্ৰজেক্টৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে

by News Desk
June 8, 2026
50
লাহৰিজানত সোনৰ লকেট কাঢ়ি নিয়াৰ চেষ্টা, আহত ১২ বছৰীয়া কিশোৰ।
KARBI ANGLONG

লাহৰিজানত সোনৰ লকেট কাঢ়ি নিয়াৰ চেষ্টা, আহত ১২ বছৰীয়া কিশোৰ।

by Staff Reporter
June 8, 2026
50
ADVERTISEMENT
Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ
Guwahati

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

June 10, 2026
50
Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?
Assam

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

June 10, 2026
50
PM Modi : নেহৰুৰ অভিলেখ ভংগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শুভেচ্ছাৰ বন্যা
National-International

PM Modi : নেহৰুৰ অভিলেখ ভংগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শুভেচ্ছাৰ বন্যা

June 10, 2026
50
ACB search : তেলেংগানাত অভিযন্তাৰ বাসগৃহত তালাচী : বৃহৎ পৰিমাণ সম্পত্তি উদ্ধাৰ
National-International

ACB search : তেলেংগানাত অভিযন্তাৰ বাসগৃহত তালাচী : বৃহৎ পৰিমাণ সম্পত্তি উদ্ধাৰ

June 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

June 10, 2026
Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

June 10, 2026
PM Modi : নেহৰুৰ অভিলেখ ভংগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শুভেচ্ছাৰ বন্যা

PM Modi : নেহৰুৰ অভিলেখ ভংগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শুভেচ্ছাৰ বন্যা

June 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx