ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

BJP Mahila Morcha I ডিফুত বিজেপি মহিলা মৰ্চাৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস

বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা ১৯ গৰাকী মহিলাক পুৰষ্কাৰ প্ৰদান:

ASSAM TIMES POST by ASSAM TIMES POST
March 8, 2023
Reading Time: 1 min read
A A
0
BJP Mahila Morcha I ডিফুত বিজেপি মহিলা মৰ্চাৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

ছাইদুল ইছলাম,ডিফু : সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি আজি ডিফুত বিজেপি কাৰবি আংলং জিলা সমিতিৰ মহিলা মৰ্চাৰ (BJP Mahila Morcha) উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেৰে আন্তৰ্জাকিক নাৰী দিৱসটি (International Women’s Day)উদযাপন কৰা হয় ৷

আন্তৰ্জাতিক নাৰী দিৱস
ডিফুত বিজেপি মহিলা মৰ্চাৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস:

এই উপলক্ষে আজি ডিফুৰ জয়ছিং দলৈ সোঁৱৰণি প্ৰেক্ষা গৃহৰ চৌহদত পতাকা উত্তোলন কৰে বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী ৰশ্মি টেৰণপীয়ে ৷ ইয়াৰ পিছতে সভানেত্ৰী ৰশ্মি টেৰণপীৰ নেতৃত্বত ডিফু চহৰৰ মাজেৰে মহিলা সকলে বৰ্ণিল শোভা যাত্ৰা উলিয়াই নাৰীৰ সম অধিকাৰ আৰু নাৰী শক্তি সন্দৰ্ভত বিভিন্ন প্লে’কাৰ্ড প্ৰদৰ্শন কৰে ৷

5a3c58ee f42f 43dd a4d3 a0b04425955a | ASSAM TIMES POSTইপিনে ডিফু জয়ছিং দলৈ সোঁৱৰণি প্ৰেক্ষাগৃহত আয়োজিত ৰশ্মি টেৰণপীৰ পৌৰোহিত্যত আয়োজিত সভাত মুখ্য অতিথি হিছাপে উপস্থিত থাকে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম, ৰংহাঙ, সন্মানীয় অতিথি ক্ৰমে, বিধায়কদ্বয় বিদ্যাছিং ইংলেঙ, দৰছিং ৰংহাঙ, কেইবাগৰাকী ইএম, এমএচি আৰু জিলা উপায়ুক্ত মধুমিতা ভাগৱতী ৷ উক্ত সভাত আন্তৰ্জাতিক নাৰী দিৱস, নাৰী শক্তি, বাল্যবিবাহ সম্পৰ্কীয় আইন শৃংখলা, মহিলা স্বাস্থ্যৰ ওপৰত বিশিষ্ট বক্তা সকলে বক্তব্য ৰাখে ৷ আনহাতে কাৰবিসআংলং জিলা উপায়ুক্ত মধুমিতা ভাগৱতীয়ে ৱান ষ্টপ চেণ্টাৰ হেল্পলাইন আৰু চেলফ ডিফেন্স সন্দৰ্ভত গৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে ৷

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী ৰশ্মি টেৰণপীয়ে কয়যে, মহিলা সকলক সকলো দিশত আগুৱাই নিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মা আৰু চিইএম ডঃ তুলিৰাম ৰংহাঙে সদায় ভালদৰে কাম কৰিছে ৷ লগতে আজিৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি জিলাখনৰ আত্মনিৰ্ভৰশীল ১৯ গৰাকী মহিলাক পুৰষ্কৃত কৰা হৈছে বুলি কয় ৷

মহিলাৰ মৰ্চাৰ প্ৰাক্তন সভানেত্ৰী সীমা ৰংহাঙপীয়ে সংবাদ মাধ্যমৰ আগত নাৰীৰ সম মৰ্যদা, নাৰীৰ সম প্ৰতিনিধিত্ব লগতে বোৰ্ড অধ্যক্ষৰ নিযুক্তিৰ ক্ষেত্ৰতো নাৰীৰ সমান অধিকাৰ দাবী কৰে ৷ মুঠতে পুৰুষৰ সৈতে কান্ধত কান্ধ মিলাই খোজ দিয়াৰ অধিকাৰ কামনা কৰে নেতৃ গৰাকীয়ে ৷

আনহাতে আজি ৰঙৰ উৎসৱ ফাকুৱাৰ সমান্তৰালকৈ মহিলা সকলৰ মাজত ৰঙেৰে মজিয়াত চিত্ৰাঙ্কণ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে বিভিন্ন সাংস্কৃতিক ট্ৰুপৰ জৰিয়তে নৃত্য গীতো প্ৰদৰ্শন কৰি দৰ্শক সকলক আপ্লুত কৰা হয় ৷

Tags: আন্তৰ্জাতিক নাৰী দিৱসডিফুত বিজেপি মহিলা মৰ্চাৰ
Share4Tweet3Send

Related Posts

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ
KARBI ANGLONG

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

by Staff Reporter
June 17, 2026
50
Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by News Desk
June 15, 2026
50
হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান
KARBI ANGLONG

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

by Staff Reporter
June 14, 2026
50
Youth Death I ঘোগাজানত পিছলি এজন যুৱকৰ কৰুণ মৃত্যু
KARBI ANGLONG

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

by Staff Reporter
June 14, 2026
50
Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

by News Desk
June 11, 2026
50
Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ
KARBI ANGLONG

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

by Staff Reporter
June 11, 2026
50
ADVERTISEMENT
Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা
National-International

Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

June 17, 2026
50
Cockroach Janata Party I পঁইতাচোৰাৰ গুৰুক কোনে কিয় চৰিয়ালে
National-International

Cockroack Janata Party I পঁইতাচোৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সন্দৰ্ভত দলৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপকে

June 17, 2026
50
Modi Trump talks । ১৬ মাহ পাছত মোদী-ট্ৰাম্পৰ বৈঠক, সৌজন্যতা বিনিময় কৰিলেও নকৰিলে আলিঙ্গন
National-International

Modi Trump talks । ১৬ মাহ পাছত মোদী-ট্ৰাম্পৰ বৈঠক, সৌজন্যতা বিনিময় কৰিলেও নকৰিলে আলিঙ্গন

June 17, 2026
50
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

June 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

June 17, 2026
Cockroach Janata Party I পঁইতাচোৰাৰ গুৰুক কোনে কিয় চৰিয়ালে

Cockroack Janata Party I পঁইতাচোৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সন্দৰ্ভত দলৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপকে

June 17, 2026
Modi Trump talks । ১৬ মাহ পাছত মোদী-ট্ৰাম্পৰ বৈঠক, সৌজন্যতা বিনিময় কৰিলেও নকৰিলে আলিঙ্গন

Modi Trump talks । ১৬ মাহ পাছত মোদী-ট্ৰাম্পৰ বৈঠক, সৌজন্যতা বিনিময় কৰিলেও নকৰিলে আলিঙ্গন

June 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx