ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

Bharat Gaurav I অসম-মেঘালয়-অৰুণাচল প্ৰদেশ ভ্ৰমণৰ বিশেষ সুবিধা ‘ভাৰত গৌৰৱ’

নিউজ ডেস্কঃ

News Desk by News Desk
March 25, 2023
Reading Time: 1 min read
A A
0
Bharat Gaurav I অসম-মেঘালয়-অৰুণাচল প্ৰদেশ ভ্ৰমণৰ বিশেষ সুবিধা ‘ভাৰত গৌৰৱ’

RELATED POSTS

Drugs sieze : গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনত ড্ৰাগচসহ দুই মহিলা গ্ৰেপ্তাৰ

হঠাৎ সামাজিক মাধ্যমৰ পৰা অন্তৰ্ধান নিমিষা ঠাকুৰীয়াৰ একাউন্ট

Himanta on Gauhati Student Nimisha’s Death : ‘Guilty Will Be Punished’

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

মঙলবাৰে দিল্লী চফদৰজঙৰ (Delhi Safdarjung) পৰা ভাৰত গৌৰৱ (Bharat Gourav) ডিলাক্স এচি টুৰিষ্ট ৰেʼল (Tourist rail) চলাই উত্তৰ-পূবৰ ৰাজ্যসমূহ অন্বেষণ কৰিব। এই এদিনীয়া যাত্ৰাৰ মূল উদ্দেশ্য ঘৰুৱা পৰ্যটনৰ (Tourism) প্ৰচাৰ কৰা। ইয়াৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক বিশেষ অগ্ৰাধিকাৰ দিয়া হৈছে।

‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ আৰু ‘দেখো আপনা দেশ’ পদক্ষেপৰ অধীনত দুসপ্তাহজোৰা এই ৰেʼল যাত্ৰা। ঘৰুৱা পৰ্যটনৰ প্ৰসাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ অন্বেষণ কৰাটো বিশেষ পদক্ষেপ বুলি ঘোষণা কৰিছে ৰেʼলৱেয়ে। ভাৰত গৌৰৱ ডিলাক্স এচি পৰ্যটন ৰে’ল তাৰেই পদক্ষেপ।

'ভাৰত গৌৰৱ'
অসম-মেঘালয়-অৰুণাচল প্ৰদেশ ভ্ৰমণৰ বিশেষ সুবিধা ‘ভাৰত গৌৰৱ’:

জানিব পৰা মতে, ভাৰত গৌৰৱ ৰেʼলৰ যাত্ৰীসকলৰ বাবে বিশেষ অনুমতি প্ৰদান কৰা হʼব। উত্তৰ-পূব সীমান্ত ৰেʼলৱেৰ বিষয়াসকলে জনোৱা মতে, ১৪ নিশা ১৫ দিনৰ এই ৰেʼল যাত্ৰা। ভাৰত গৌৰৱ ৰেʼলৰ প্ৰথম যাত্ৰাত বৃহস্পতিবাৰে পুৱা গুৱাহাটী হৈ পৰ্যটকসকলে কামাখ্যা মন্দিৰ আৰু উমানন্দ মন্দিৰ পৰিদৰ্শন কৰি ব্ৰহ্মপুত্ৰত সূৰ্যাস্তৰ ক্ৰুজ পৰিদৰ্শন কৰিব।

Bharat Gaurav

তাৰ পিছত শিৱসাগৰ হৈ এই ৰেʼলখনে পিছদিনা পুৱা অৰুণাচলৰ নাহৰলাগুন পাবগৈ। ৰেʼলৱেৰ যৌথ উদ্যোগ হিচাপে ভাৰত গৌৰৱ এচি ডিলাক্স ট্ৰেইন মুকলি কৰা হৈছে। এই ৰেʼলখনে উত্তৰ-পূৰ্বাঞ্চলৰ দৰ্শনীয় স্থানসমূহক এক ভ্ৰমণসূচীত লৈ আহিছে।

ভাৰত গৌৰৱ এচি ডিলাক্স ৰে’ল আধুনিক সুবিধাৰে সজ্জিত হোৱাৰ বাবে এজন ভ্ৰমণকাৰীয়ে অতি সহজ আৰু সুবিধাজনকভাৱে বিভিন্ন ঠাইলৈ যাত্ৰা কৰিব পাৰে। এই ৰেʼলখনত মুঠ ৩
টা শ্ৰেণী আছে- প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণী আৰু তৃতীয় শ্ৰেণী। ৰেʼলখনত বিভিন্ন সা-সুবিধা আছে।প্ৰতিটো ডবাত সকলো জনপ্ৰিয় ভাৰতীয় খাদ্য পৰিবেশন কৰা হʼব। ইয়াৰ উপৰি নিৰাপদ আৰু সুৰক্ষিত যাত্ৰাৰ বাবে বিশেষ ৰেষ্টুৰেণ্ট, আধুনিক সুবিধা থকা বাথৰুম আৰু উচ্চমানৰ নিৰাপত্তা ব্যৱস্থা থাকিব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Bharat GouravTourist railভাৰত গৌৰৱ
Share4Tweet3Send

Related Posts

Drugs sieze : গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনত ড্ৰাগচসহ দুই মহিলা গ্ৰেপ্তাৰ
Guwahati

Drugs sieze : গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনত ড্ৰাগচসহ দুই মহিলা গ্ৰেপ্তাৰ

by News Desk
September 29, 2026
51
হঠাৎ সামাজিক মাধ্যমৰ পৰা অন্তৰ্ধান নিমিষা ঠাকুৰীয়াৰ একাউন্ট
Guwahati

হঠাৎ সামাজিক মাধ্যমৰ পৰা অন্তৰ্ধান নিমিষা ঠাকুৰীয়াৰ একাউন্ট

by News Desk
September 28, 2026
54
Himanta on Gauhati Student Nimisha’s Death : ‘Guilty Will Be Punished’
Guwahati

Himanta on Gauhati Student Nimisha’s Death : ‘Guilty Will Be Punished’

by News Desk
September 28, 2026
52
Nimisha’s mysterious death : হোমষ্টে ছীল কৰাৰ প্ৰস্তুতি, ধৰ্ষণ কৰি হত্যাৰ অভিযোগ পিতৃৰ
Guwahati

Nimisha’s mysterious death : হোমষ্টে ছীল কৰাৰ প্ৰস্তুতি, ধৰ্ষণ কৰি হত্যাৰ অভিযোগ পিতৃৰ

by News Desk
September 26, 2026
58
Student’s mysterious death : গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰীৰ ৰহস্যজনক মৃত্যু, এজন যুৱক গ্ৰেপ্তাৰ, হত্যাৰ দাবী পৰিয়ালৰ
Guwahati

Student’s mysterious death : গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰীৰ ৰহস্যজনক মৃত্যু, এজন যুৱক গ্ৰেপ্তাৰ, হত্যাৰ দাবী পৰিয়ালৰ

by News Desk
September 26, 2026
72
Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ
Guwahati

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

by News Desk
September 25, 2026
56
ADVERTISEMENT
Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়

September 30, 2026
50
CISF Jawan firing : চিআইএছএফ জোৱানৰ মাজতে গুলীচালনাত এজন বিষয়াসহ চাৰিজন নিহত
National-International

CISF Jawan firing : চিআইএছএফ জোৱানৰ মাজতে গুলীচালনাত এজন বিষয়াসহ চাৰিজন নিহত

September 30, 2026
50
JK terrorist encounter : কাশ্মীৰৰ বুডগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত লস্কৰৰ ‘ম’ষ্ট ৱাণ্টেড’ নেতা
National-International

JK terrorist encounter : কাশ্মীৰৰ বুডগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত লস্কৰৰ ‘ম’ষ্ট ৱাণ্টেড’ নেতা

September 30, 2026
50
Golaghat Police seized illegal weapons in Nagaland
ALL NEWS

Golaghat Police seized illegal weapons in Nagaland

September 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়

Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়

September 30, 2026
CISF Jawan firing : চিআইএছএফ জোৱানৰ মাজতে গুলীচালনাত এজন বিষয়াসহ চাৰিজন নিহত

CISF Jawan firing : চিআইএছএফ জোৱানৰ মাজতে গুলীচালনাত এজন বিষয়াসহ চাৰিজন নিহত

September 30, 2026
JK terrorist encounter : কাশ্মীৰৰ বুডগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত লস্কৰৰ ‘ম’ষ্ট ৱাণ্টেড’ নেতা

JK terrorist encounter : কাশ্মীৰৰ বুডগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত লস্কৰৰ ‘ম’ষ্ট ৱাণ্টেড’ নেতা

September 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d