ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Pakistan Economy Crisis! পাকিস্তানত ব্যাপক অৰ্থনৈতিক সংকট! আটা-ময়দা কিনোতেই কাহিল অৱস্থা সাধাৰণ জনতাৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 27, 2023
Reading Time: 1 min read
A A
0
Pakistan Economy Crisis! পাকিস্তানত ব্যাপক অৰ্থনৈতিক সংকট! আটা-ময়দা কিনোতেই কাহিল অৱস্থা সাধাৰণ জনতাৰ

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

Woman trafficking : ৰাজস্থানত গ্ৰেপ্তাৰ মহিলা সৰবৰাহৰ বৃহৎ চক্ৰ; উদ্ধাৰ ১৫ নাবালিকা, গ্ৰেপ্তাৰ ১১

Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন

Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই

পাকিস্তানৰ (Pakistan) অর্থনৈতিক সঙ্কট অতি গম্ভীৰ অৱস্থালৈ গতি কৰিছে। এইবাৰ দেশখনৰ খোদ চৰকাৰী সংস্থাই জনাইছে যে মুদ্রাস্ফীতিৰ হাৰ বৃদ্ধি হৈ ৪৭ শতাংশত উপনীত হৈছে! পাকিস্তানী সংস্থা পাকিস্তান ব্যুৰো অব ষ্টেটিষ্টিকছে (Pakistan Bureau of Statistics) সংবেদনশীল মূল্য সূচকৰ (এছপিআই) হিচাবত এই পৰিসংখ্যা পেৱা গৈছে।

Pakistan Economy Crisis
পাকিস্তানত ব্যাপক অৰ্থনৈতিক সংকট

সংস্থাটোৰ বার্ষিক ৰিপোর্টত কোৱা হৈছে, দেশত পেট্রোলিয়াম (Petroleum) দ্রব্যৰ বিপুল মূল্যবৃদ্ধি হোৱাৰ কাৰণে নিত্যপ্রয়োজনীয় সকলো বস্তুৰেই দাম বৃদ্ধি হৈছে। কিন্তু আটা-ময়দা আৰু কণীৰ দৰে গৃহস্থালিত ব্যৱহৃত অতি প্ৰয়োজনীয় সামগ্ৰীৰ দাম তিনি গুণ বৃদ্ধি হোৱাত চিন্তাত পৰিছে সাধাৰণ মানুহ। চৰকাৰী পৰিসংখ্যা মতে, বিগত কেইটামান দিনত পাকিস্তানত পিঁয়াজৰ দাম বাঢ়িছে ২২৮.২৮ শতাংশ। চিগাৰেটৰ দাম বাঢ়িছে ১৬৫.৮৮ শতাংশ। ডিজেল (Diesel) আৰু পেট্ৰোল (Petrol) ৰ দাম বাঢ়িছে যথাক্রমে ১০২.৮৯ শতাংশ আৰু ৮৯.১৭ শতাংশ।

আর্থিক সঙ্কটৰ পৰা মুক্তি পাবলৈ আন্তর্জাতিক মুদ্ৰানিধিৰ (International Monetary Fund) পৰা ১১০ কোটি ডলাৰৰ ঋণ বিচাৰিছে পাকিস্তানে। অৱশ্যে এই ঋণ পাবৰ বাবে বহু চর্ত আৰোপ কৰিছে আইএমএফে। তাৰ ভিতৰত এটি হৈছে পেট্রোলিয়াম সামগ্রীৰ মূল্য নির্দিষ্ট এটি অঙ্কত ৰাখিব লাগিব।

পাকিস্তানে অৱশ্যে আইএমএফৰ সৈতে বুজাবুজিৰ চুক্তিলৈ যোৱাৰ পূৰ্বে এটি অভিনৱ পৰিকল্পনা গ্ৰহণ কৰিছে। পাক প্রধানমন্ত্রী শ্বহবাজ শ্বৰিফে (Shehbaz Sharif) জনাইছে, নির্দিষ্ট এটি অঙ্কৰ বেছি আয় কৰা ধনী ব্যক্তিসকলে পেট্রোল-ডিজেল কিনিবলৈ অতিৰিক্ত শুল্ক দিব লাগিব। শুল্কৰ বাবদ লাভ কৰা এই ধন ভর্তুকি হিচাবে জনকল্যাণমূলক বিভিন্ন প্রকল্পত ব্যয় কৰা হ’ব।

Tags: Pakistan
Share4Tweet3Send

Related Posts

Woman trafficking : ৰাজস্থানত গ্ৰেপ্তাৰ মহিলা সৰবৰাহৰ বৃহৎ চক্ৰ; উদ্ধাৰ ১৫ নাবালিকা, গ্ৰেপ্তাৰ ১১
National-International

by News Desk
June 11, 2026
50
Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন
National-International

Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন

by News Desk
June 11, 2026
50
Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই
National-International

Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই

by News Desk
June 11, 2026
50
Lady Doctor body rescued : মহিলা চিকিৎসকৰ মৃতদেহ উদ্ধাৰ; হত্যাৰ দাবী পৰিয়ালৰ, স্বামীৰ বিৰুদ্ধে বিবাহ বহিৰ্ভূত প্ৰেমৰ অভিযোগ
National-International

Lady Doctor body rescued : মহিলা চিকিৎসকৰ মৃতদেহ উদ্ধাৰ; হত্যাৰ দাবী পৰিয়ালৰ, স্বামীৰ বিৰুদ্ধে বিবাহ বহিৰ্ভূত প্ৰেমৰ অভিযোগ

by News Desk
June 11, 2026
50
NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে
National-International

NEET I অতীতৰ পৰা শিক্ষা লৈ বিমানেৰে পৰিবহণ কৰিব নীট প্ৰশ্নকাকত

by Staff Reporter
June 11, 2026
50
Attack on Indian Ship I ভাৰতীয় জাহাজত আক্ৰমণ, ওমান উপকূলত তিনিজন নিৰুদ্দেশ
National-International

Attack on Indian Ship I ভাৰতীয় জাহাজত আক্ৰমণ, ওমান উপকূলত তিনিজন নিৰুদ্দেশ

by Staff Reporter
June 11, 2026
50
ADVERTISEMENT
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
Sports News

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

June 11, 2026
50
Woman trafficking : ৰাজস্থানত গ্ৰেপ্তাৰ মহিলা সৰবৰাহৰ বৃহৎ চক্ৰ; উদ্ধাৰ ১৫ নাবালিকা, গ্ৰেপ্তাৰ ১১
National-International

Woman trafficking : ৰাজস্থানত গ্ৰেপ্তাৰ মহিলা সৰবৰাহৰ বৃহৎ চক্ৰ; উদ্ধাৰ ১৫ নাবালিকা, গ্ৰেপ্তাৰ ১১

June 11, 2026
50
Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

June 11, 2026
50
Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন
National-International

Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন

June 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

June 11, 2026
Woman trafficking : ৰাজস্থানত গ্ৰেপ্তাৰ মহিলা সৰবৰাহৰ বৃহৎ চক্ৰ; উদ্ধাৰ ১৫ নাবালিকা, গ্ৰেপ্তাৰ ১১

Woman trafficking : ৰাজস্থানত গ্ৰেপ্তাৰ মহিলা সৰবৰাহৰ বৃহৎ চক্ৰ; উদ্ধাৰ ১৫ নাবালিকা, গ্ৰেপ্তাৰ ১১

June 11, 2026
Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

June 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT