ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

ৰাজস্থানত মৃত্যু নুমলীগড়ৰ জ্যোতিমালা চৌধুৰীৰ লগতে জী-জোঁৱাইৰ

অজন্তা তালুকদাৰঃ বোকাখাত :

News Desk by News Desk
April 8, 2023
Reading Time: 1 min read
A A
0
ৰাজস্থানত মৃত্যু নুমলীগড়ৰ জ্যোতিমালা চৌধুৰীৰ লগতে জী-জোঁৱাইৰ

RELATED POSTS

NIA Operation : NIA-ৰ বৃহৎ অভিযান অসমত : জেহাদী সন্দেহত এতিয়ালৈকে ৬ জনক গ্ৰেপ্তাৰ

হাউলীস্হিত ২৮ নং অসম আৰক্ষী বাহিনীৰ চাউনীত অঘটন

Drugs Seized : মাৰ্ঘেৰিটাত আৰক্ষীৰ বৃহৎ সফলতা, নিষিদ্ধ ড্ৰাগছসহ আটক ড্ৰাগছ সৰবৰাহকাৰী

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

ৰাজস্থানৰ আলৱাৰত (Alwar in Rajasthan) নুমলীগড় নিবাসী (Resident of Numaligarh) জ্যোতিমালা চৌধুৰীকে (Jyotimala Choudhury) ধৰি তিনিজন (3 Persons)ৰ শোকাবহ দুৰ্ঘটনাত মৃত্যু (Death in accident) হোৱা খবৰে জোকাৰি গৈছে সমগ্ৰ বোকাখাত মহকুমা। নুমলীগড় নিবাসী বিহৰা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী জ্যোতিমালা চৌধুৰী (৭৫)ৰ লগতে জীয়াৰী মনমী চৌধুৰী বৰা (৪২) আৰু জোঁৱাই অৰ্ণৱ বৰা (৪৫)ৰ ৰাজস্থানৰ আলৱাৰত আজি পুৱা এক শোকাবহ গাড়ী দুৰ্ঘটনাত (a car accident) থিতাতে মৃত্যু হয়।

জানিব পৰা মতে চৌধুৰী দিল্লীত থকা জী-জোঁৱাইৰ ঘৰলৈ যোৱা ২৪ ফেব্ৰুৱাৰীত ফুৰিবলৈ গৈ তাতেই আছিল আৰু জী-জোঁৱাইৰ সৈতে ৰাজস্থানলৈ ফুৰাবলৈ গৈছিল। আজি পুৱা ৰাজস্থানৰ আলৱাৰত ফুৰিবলৈ বুলি গাড়ীত গৈ থকা অৱস্থাতে এখন ট্ৰেইলাৰত খুন্দা মাৰি তেওঁলোকৰ গাড়ীখন ভয়াবহ দুৰ্ঘটনাত পতিত হয় আৰু তিনিওজনৰে শোকাবহ মৃত্যু হয়।

bora1 1 | ASSAM TIMES POST
জীয়াৰী মনমী চৌধুৰী বৰা আৰু জোঁৱাই অৰ্ণৱ বৰা

গাড়ীখনত তিনিওজনৰ লগতে চৌধুৰীৰ নাতি তথা অৰ্ণৱ বৰা আৰু মনমী চৌধুৰী বৰাৰ পাঁচ বছৰীয়া সন্তান আৰিভ বৰাও আছিল। দুৰ্ঘটনাটোত পুত্ৰ আৰিভ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু জীৱিত অৱস্থাত উদ্ধাৰ হৈছে বুলি জানিব পৰা গৈছে। আৰিভ বৰ্তমানে চিকিৎসাধীন অৱস্থাত আছে।

লক্ষীমপুৰৰ অৰ্ণৱ বৰা দিল্লীৰ এটি কোম্পানীত কৰ্মৰত আছিল আৰু দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত গাড়ীখন তেওঁ নিজে চলাইছিল বুলি জানিব পৰা গৈছে। জী-জোঁৱাইৰে সৈতে জ্যোতিমালা চৌধুৰীৰ মৃত্যুত তেখেতৰ পৰিয়ালবৰ্গৰ লগতে অজস্ৰ গুণমুগ্ধৰ মাজত শোকৰ ছাঁ পৰিছে। তেখেতৰ মৃত্যুত বোকাখাত মহকুমা প্ৰাথমিক শিক্ষক সন্থাই গভীৰ শোক প্ৰকাশ কৰিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Jyotimala ChoudhuryNumaligarhজ্যোতিমালানুমলীগড়
Share6Tweet4Send

Related Posts

NIA Operation : NIA-ৰ বৃহৎ অভিযান অসমত : জেহাদী সন্দেহত এতিয়ালৈকে ৬ জনক গ্ৰেপ্তাৰ
Assam

NIA Operation : NIA-ৰ বৃহৎ অভিযান অসমত : জেহাদী সন্দেহত এতিয়ালৈকে ৬ জনক গ্ৰেপ্তাৰ

by News Desk
September 29, 2026
57
হাউলীস্হিত ২৮ নং অসম আৰক্ষী বাহিনীৰ চাউনীত অঘটন
Assam

হাউলীস্হিত ২৮ নং অসম আৰক্ষী বাহিনীৰ চাউনীত অঘটন

by News Desk
September 28, 2026
51
Drugs Seized : মাৰ্ঘেৰিটাত আৰক্ষীৰ বৃহৎ সফলতা, নিষিদ্ধ ড্ৰাগছসহ আটক ড্ৰাগছ সৰবৰাহকাৰী
Assam

Drugs Seized : মাৰ্ঘেৰিটাত আৰক্ষীৰ বৃহৎ সফলতা, নিষিদ্ধ ড্ৰাগছসহ আটক ড্ৰাগছ সৰবৰাহকাৰী

by News Desk
September 28, 2026
52
King Cobra : সাপক অত্যাচাৰ কৰি বিপদত এজন….
Assam

King Cobra : সাপক অত্যাচাৰ কৰি বিপদত এজন….

by News Desk
September 28, 2026
52
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক
Assam

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

by News Desk
September 25, 2026
56
Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
Assam

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

by News Desk
September 25, 2026
53
ADVERTISEMENT
Golaghat Police seized illegal weapons in Nagaland
ALL NEWS

Golaghat Police seized illegal weapons in Nagaland

September 29, 2026
50
Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ
National-International

Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ

September 29, 2026
50
Drugs sieze : গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনত ড্ৰাগচসহ দুই মহিলা গ্ৰেপ্তাৰ
Guwahati

Drugs sieze : গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনত ড্ৰাগচসহ দুই মহিলা গ্ৰেপ্তাৰ

September 29, 2026
50
Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান
NORTHEAST

Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান

September 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Golaghat Police seized illegal weapons in Nagaland

Golaghat Police seized illegal weapons in Nagaland

September 29, 2026
Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ

Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ

September 29, 2026
Drugs sieze : গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনত ড্ৰাগচসহ দুই মহিলা গ্ৰেপ্তাৰ

Drugs sieze : গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনত ড্ৰাগচসহ দুই মহিলা গ্ৰেপ্তাৰ

September 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d