ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Numaligarh I নুমলীগড়ৰ মাতৃ, জী-জোঁৱাইসহ প্ৰাণ হেৰুৱালে ৰাজস্থানত

অজন্তা তালুকদাৰঃ বোকাখাত

News Desk by News Desk
April 9, 2023
Reading Time: 1 min read
A A
0
Numaligarh I নুমলীগড়ৰ মাতৃ, জী-জোঁৱাইসহ প্ৰাণ হেৰুৱালে ৰাজস্থানত

RELATED POSTS

হাউলীস্হিত ২৮ নং অসম আৰক্ষী বাহিনীৰ চাউনীত অঘটন

Drugs Seized : মাৰ্ঘেৰিটাত আৰক্ষীৰ বৃহৎ সফলতা, নিষিদ্ধ ড্ৰাগছসহ আটক ড্ৰাগছ সৰবৰাহকাৰী

King Cobra : সাপক অত্যাচাৰ কৰি বিপদত এজন….

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

স্বামী দুবছৰৰ আগতে মৃত্যু হ’ল যদিও এতিয়াও সুন্দৰকৈ সজাই থৈছে স্বামীৰ বিছনাখন। সেই স্বামীৰ অস্থি হৰিদ্বাৰত বিসৰ্জন দিয়াৰ মানসেৰে ২৪ ফেব্ৰুৱাৰীত নুমলীগড় (Numaligarh)ৰ জ্যোতিমালা গগৈ চৌধুৰী (Jyotimala Gogoi Choudhury) দিল্লী (to Delhi)লৈ গৈছিল। দিল্লীস্থিত জী-জোৱাইৰ ঘৰত থাকি ফুৰা চকাৰো চিন্তা কৰিছিল।জী-জোৱায়ে হৰিদ্বাৰত অস্থিও বিসৰ্জন দিলে। কিন্তু শনিবাৰে জী-জোঁৱাইৰ লগতে নিজেও প্ৰাণ হেৰুৱালে জ্যোতিমালা গগৈ চৌধুৰীয়ে।

দিল্লীৰ পৰা জোঁৱায়েকৰ গাড়ীৰে গৈ থকা অৱস্থাত ৰাজস্থানৰ আলৱাৰত নুমলীগড় নিবাসী জ্যোতিমালা গগৈ চৌধুৰীকে ধৰি তিনিজনৰ শোকাবহ দুৰ্ঘটনাত মৃত্যু (Death in accident) হ’ল। নুমলীগড় নিবাসী বিহৰা বজাৰ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী জ্যোতিমালা চৌধুৰী (৭৫)ৰ লগতে জীয়াৰী মনমী চৌধুৰী বৰা (৪২) আৰু জোঁৱাই অৰ্ণৱ বৰা (৪৫)ৰ ৰাজস্থানৰ আলৱাৰ (Rajasthan’s Alwar)ত কালি এক শোকাবহ গাড়ী দুৰ্ঘটনা (Car Accident)ত থিতাতে মৃত্যু (spot Death) হয়।

bora2 1 | ASSAM TIMES POST
জ্যোতিমালা গগৈ চৌধুৰী

শনিবাৰে পুৱা ৰাজস্থানৰ আলৱাৰত ফুৰিবলৈ বুলি জোৱাইৰ এ এচ ০১ ই ২৭৯১ নম্বৰৰ গাড়ীত গৈ থকা অৱস্থাতে এখন ট্ৰেইলাৰত খুন্দা মাৰি তেওঁলোকৰ গাড়ীখন ভয়াবহ দুৰ্ঘটনাত পতিত হয় আৰু তিনিওজনৰে শোকাবহ মৃত্যু হয়। গাড়ীখনত তিনিওজনৰ লগতে চৌধুৰীৰ নাতি তথা অৰ্ণৱ বৰা আৰু মনমী চৌধুৰী বৰাৰ পাঁচ বছৰীয়া সন্তান আৰিভ বৰা (Ariv Bora, a five-year-old child)ও আছিল।

দুৰ্ঘটনাটোত পুত্ৰ আৰিভ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু জীৱিত অৱস্থাত উদ্ধাৰ হৈছে বুলি জানিব পৰা গৈছে। আজি পোৱা খবৰ মতে আৰিভক উন্নত চিকিৎসাৰ বাবে ৰাজস্থানৰ ৰেণী হস্পিতেলৰ পৰা দিল্লীলৈ প্ৰেৰণ কৰা হৈছে। ইফালে দুৰ্ঘটনাত নিহত তিনিওজনকে ৰেণী হস্পিটেলত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি দিল্লীত থকা জী-জোঁৱাইৰ বাসগৃহলৈ নিয়া হয় আৰু আজি বিয়লি তাতেই শেষকৃত সম্পন্ন কৰা হ’য়।

জোঁৱাই অৰ্ণৱ বৰা দিল্লীৰ এটি কোম্পানীত কৰ্মৰত আছিল আৰু দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত গাড়ীখন তেওঁ নিজে চলাইছিল বুলি জানিব পৰা গৈছে।শনিবাৰে দিনৰ ডেৰ বজা পৰ্যন্ত তেখতে নুমলীগড়ৰ আত্মিয়ৰ সৈতে ফোনত যোগাযোগ ৰাখিছিল ।ঘৰত ফুলি থকা কপৌ ফুলৰ ভিডিঅ’ আৰু ফটো বিচাৰিছিল।

সযতনে ৰোৱা ফুলৰ টাববোৰৰ যত্ন লোৱাৰ পৰামৰ্শ দিছিল। ইতিমধ্যে অৰ্ণৱ বৰাৰ পিতৃ মাতৃৰ লগতে আত্মীয় লোক, জ্যোতিমালা গগৈৰ পুত্ৰ দিল্লীত উপস্থিত হৈছেগৈ।ইফালে এই দুৰ্ঘটনাত ভাগ্য ক্ৰমে ৰক্ষা পোৱা কণমানি অৰিভ এতিয়াও সংকতমুক্ত নহয়।অৰিভৰ আচৰণে এতিয়া বেদনাৰ নৈ বোঁবাইছে আত্মীয়ৰ মাজত।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: NumaligarhRajasthanজী-জোঁৱাইনুমলীগড়ৰাজস্থান
Share5Tweet3Send

Related Posts

হাউলীস্হিত ২৮ নং অসম আৰক্ষী বাহিনীৰ চাউনীত অঘটন
Assam

হাউলীস্হিত ২৮ নং অসম আৰক্ষী বাহিনীৰ চাউনীত অঘটন

by News Desk
September 28, 2026
50
Drugs Seized : মাৰ্ঘেৰিটাত আৰক্ষীৰ বৃহৎ সফলতা, নিষিদ্ধ ড্ৰাগছসহ আটক ড্ৰাগছ সৰবৰাহকাৰী
Assam

Drugs Seized : মাৰ্ঘেৰিটাত আৰক্ষীৰ বৃহৎ সফলতা, নিষিদ্ধ ড্ৰাগছসহ আটক ড্ৰাগছ সৰবৰাহকাৰী

by News Desk
September 28, 2026
50
King Cobra : সাপক অত্যাচাৰ কৰি বিপদত এজন….
Assam

King Cobra : সাপক অত্যাচাৰ কৰি বিপদত এজন….

by News Desk
September 28, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক
Assam

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

by News Desk
September 25, 2026
56
Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
Assam

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

by News Desk
September 25, 2026
53
Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ
Assam

Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ

by News Desk
September 25, 2026
51
ADVERTISEMENT
হঠাৎ সামাজিক মাধ্যমৰ পৰা অন্তৰ্ধান নিমিষা ঠাকুৰীয়াৰ একাউন্ট
Guwahati

হঠাৎ সামাজিক মাধ্যমৰ পৰা অন্তৰ্ধান নিমিষা ঠাকুৰীয়াৰ একাউন্ট

September 28, 2026
50
হাউলীস্হিত ২৮ নং অসম আৰক্ষী বাহিনীৰ চাউনীত অঘটন
Assam

হাউলীস্হিত ২৮ নং অসম আৰক্ষী বাহিনীৰ চাউনীত অঘটন

September 28, 2026
50
Virat Kohli : অভিলেখৰ আন এটা নাম বিৰাট কোহলী, শতকীয় ইনিংছেৰে এদিনতে গঢ়িলে আন ৭টা অভিলেখ
Sports News

Virat Kohli : অভিলেখৰ আন এটা নাম বিৰাট কোহলী, শতকীয় ইনিংছেৰে এদিনতে গঢ়িলে আন ৭টা অভিলেখ

September 28, 2026
50
Himanta on Gauhati Student Nimisha’s Death : ‘Guilty Will Be Punished’
Guwahati

Himanta on Gauhati Student Nimisha’s Death : ‘Guilty Will Be Punished’

September 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

হঠাৎ সামাজিক মাধ্যমৰ পৰা অন্তৰ্ধান নিমিষা ঠাকুৰীয়াৰ একাউন্ট

হঠাৎ সামাজিক মাধ্যমৰ পৰা অন্তৰ্ধান নিমিষা ঠাকুৰীয়াৰ একাউন্ট

September 28, 2026
হাউলীস্হিত ২৮ নং অসম আৰক্ষী বাহিনীৰ চাউনীত অঘটন

হাউলীস্হিত ২৮ নং অসম আৰক্ষী বাহিনীৰ চাউনীত অঘটন

September 28, 2026
Virat Kohli : অভিলেখৰ আন এটা নাম বিৰাট কোহলী, শতকীয় ইনিংছেৰে এদিনতে গঢ়িলে আন ৭টা অভিলেখ

Virat Kohli : অভিলেখৰ আন এটা নাম বিৰাট কোহলী, শতকীয় ইনিংছেৰে এদিনতে গঢ়িলে আন ৭টা অভিলেখ

September 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d