ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Guinness World Record! সংবাদমেলত ৰাষ্ট্ৰীয়, বিশ্ব অভিলেখ সৃষ্টিকাৰী অসমৰ অভিলেখকাৰীৰ ক্ষোভ, প্ৰেছ বিজ্ঞপ্তি প্ৰকাশঃ

অজন্তা তালুকদাৰ, বোকাখাত

Staff Reporter by Staff Reporter
April 9, 2023
Reading Time: 1 min read
A A
0
Guinness World Record! সংবাদমেলত ৰাষ্ট্ৰীয়, বিশ্ব অভিলেখ সৃষ্টিকাৰী অসমৰ অভিলেখকাৰীৰ ক্ষোভ, প্ৰেছ বিজ্ঞপ্তি প্ৰকাশঃ

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

অহা ১৪ এপ্ৰিলত অসমৰ বিভিন্ন প্ৰান্তৰ এঘাৰ হেজাৰ নাচনীৰ দ্বাৰা বিহু প্ৰদৰ্শন কৰি গীনিজ বুক অৱ ৱৰ্ল্ড  ৰেকৰ্ড (Guinness World Record) কৰিবৰ কাৰণে অসম চৰকাৰে অভিলাষী আঁচনি গ্ৰহণ কৰিছে। এই আঁচনিক সমগ্ৰ অসমবাসীয়ে আদৰণী জনাইছে।

Guinness World Record
ৰাষ্ট্ৰীয়, বিশ্ব অভিলেখ সৃষ্টিকাৰী অসমৰ অভিলেখকাৰীৰ ক্ষোভ

আৰু ইতিপূৰ্বে বিভিন্ন ক্ষেত্ৰত ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় অভিলেখকাৰী সকলে এই মুহূৰ্ত্তত অসম চৰকাৰলৈ এক বিশেষ আহ্বান জনাইছে। অসমৰ বিভিন্ন প্ৰান্তৰ ৰাষ্ট্ৰীয়, বিশ্ব অভিলেখকাৰী সকলে অসম চৰকাৰলৈ সময়ে সময়ে জনাই অহা তেওঁলোকৰ বিভিন্ন দাবী সন্দৰ্ভত চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিতত ক্ষোভ প্ৰকাশ কৰি আজি গুৱাহাটীত এক সংবাদমেলত প্ৰকাশিত ১০ দফীয়া প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে তেওঁলোকৰ ক্ষোভ আৰু চৰকাৰক জনোৱা দাবী পুনৰবাৰ সদৰি কৰে। অল আচাম ৰেকৰ্ড হ’ল্ডাৰ এচচিয়েচনৰ হৈ নীলিমা বৰ্মন (ইণ্ডিয়া বুক অৱ ৰেকৰ্ড অভিলেখকাৰী) আৰু অনিন্দিতা দত্ত তামুলীয়ে (গীনিজ, ইণ্ডিয়া, লিমকা স্পেন্দলি চুপাৰ ৱমেন) সংবাদ মেলত অভিলেখকাৰী সকলৰ ত্যাগ, দুখ, ক্ষোভ সমূহ সদৰি কৰে।

ক্ৰমে গণেশ বৰা (ইণ্ডিয়া, এচিয়া, লিমকা ৱৰ্ল্ড ৰেকৰ্ড অভিলেখকাৰী), ভূপেন চন্দ্ৰ দাস (ইণ্ডিয়া, ৫ বাৰকৈ এচিষ্ট ৱৰ্ল্ড ৰেকৰ্ড অভিলেখকাৰী আদি), ৰবীন বাৰ (অসম, ইণ্ডিয়া, গীনিজ ৱৰ্ল্ড ৰেকৰ্ড), গীতালি দাস (গীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড), ৰিদিপ শইকীয়া (ইণ্ডিয়া, এচিয়া, ইউনিক ৱৰ্ল্ড ৰেকৰ্ড), প্ৰদীপ বৰা (ইণ্ডিয়া বুক অফ ৰেকৰ্ড), পিংকু দত্ত (ইণ্ডিয়া বুক অফ ৰেকৰ্ড), প্ৰাঞ্জল দত্ত (ইণ্ডিয়া বুক অফ ৰেকৰ্ড), সুভাষ মেধি (ইণ্ডিয়া, গীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড) উপস্থিত থকা আৰু স্বাক্ষৰিত প্ৰেছ বিজ্ঞপ্তিখনত আক্ষেপ কৰে যে যদিও অসমৰ অভিলেখকাৰী সকলে ব্যক্তিগত ধন খৰচ কৰি নিজ কষ্ট আৰু সাধনাৰে ৰাষ্ট্ৰীয়, এচিয়ান আৰু গীনিজ ৱৰ্ল্ড ৰেকৰ্ড আদি অভিলেখ কৰিলে, তথাপিও চৰকাৰৰ তৰফৰ পৰা কোনোধৰণৰ ফলাফল পোৱা নগ’ল। লগতে তেখেতসকলে বহুবাৰ সংবাদ মাধ্যমৰ দ্বাৰা তেওঁলোকৰ ব্যক্তিগত সমস্যা সমূহ চৰকাৰক জনাইছে। সেয়েহে এই সংবাদমেলৰ জৰিয়তে অভিলেখকাৰী সকলে নিজৰ দুখ দুৰ্দশা প্ৰকাশ কৰিব বিচাৰিছে।

এই বিজ্ঞপ্তিৰ জৰিয়তে উজনিৰ পৰা নামনিলৈ বিভিন্ন প্ৰান্তৰ দুখীয়া নিবনুৱা অভিলেখকাৰী সকলক দয়া-কৃপা দৃষ্টিৰে চাই অভিজ্ঞতা অনুসৰি কোনো সংস্থাপন দিবলৈ তেওঁলোকে চৰকাৰলৈ অনুৰোধ কৰে। লগতে অভিলেখকাৰী সকলৰ চাৰ্টিফিকেটৰ যদি কোনো মৰ্যদাই নাই, তেন্তে অভিলেখ কৰি কি লাভ হ’ব বুলি উল্লেখ কৰি চৰকাৰে অভিলেখকাৰী সকলক দমিনেট কৰি ৰাখিছে ৰাখিছে বুলিও ক্ষোভ প্ৰকাশ কৰে।

‘চৰকাৰে আমাৰ সংস্কৃতি বিহুক লৈ অভিলেখ গঢ়িলে আমি বেয়া নাপাওঁ’ বুলি উল্লেখ কৰি ব্যক্তিগত আৰু চৰকাৰী অভিলেখৰ মাজত পাৰ্থক্য কি থাকিব বুলিও প্ৰশ্ন কৰে। লগতে ব্যক্তিগত ধন আৰু যোগ্যতাৰ বিনিময়ত গঢ়া অভিলেখৰ দায়িত্ব আৰু মহত্ব সন্দৰ্ভতো প্ৰশ্নৰ অৱতাৰণা কৰে। অভিলেখকাৰী সকলে বিজ্ঞপ্তিখনত আৰু উল্লেখ কৰে যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় অভিলেখ গঢ়ি তেওঁলোকে লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি ডিগ্ৰীও ল’ব পৰা নাই।

সেয়েহে এই বিজ্ঞপ্তিৰ জৰিয়তে জনোৱা দাবীৰ প্ৰতি সঁহাৰি দি চৰকাৰে পদক্ষেপ ল’বলৈ দাবী জনায়। আৰু এই দাবীৰ প্ৰতি সঁহাৰি জনাই পদক্ষেপ নল’লে পৰৱৰ্তী পৰ্যায়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ (Narendra Modi) এই প্ৰস্তাৱ দাখিল কৰাৰ লগতে বিশ্ব দৰবাৰতো তাক আঙুলিয়াই দিয়াৰ বিষয়ে চৰকাৰক সতৰ্ক কৰি দিয়ে।

Tags: Guinness World Record
Share4Tweet3Send

Related Posts

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

by News Desk
August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

by News Desk
August 10, 2026
50
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি
Assam

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

by News Desk
August 10, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি

by News Desk
August 10, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

by News Desk
August 8, 2026
50
Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM
Assam

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

by ASSAM TIMES POST
August 7, 2026
50
ADVERTISEMENT
Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ
KARBI ANGLONG

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

August 10, 2026
50
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

August 10, 2026
50
Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ
National-International

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

August 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

August 10, 2026
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

August 10, 2026
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

August 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx