Protest Against Gyanesh Kumar : জ্ঞানেশৰ বিৰুদ্ধে বিক্ষোভত উত্তাল যন্তৰ-মন্তৰ ৭ শতাধিক লোকক গ্ৰেপ্তাৰ
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদে কঁপাই তুলিলে দিল্লীৰ যন্তৰ-মন্তৰ। দুপৰীয়ালৈকে দিল্লী আৰক্ষীয়ে ৭০০ৰো অধিক প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰে। ...







