ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

China Occupied Ladakh Fort | লাডাখ দুৰ্গত চীনৰ ঘাটি, দাবী কাউন্সিলাৰৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 1, 2023
Reading Time: 1 min read
A A
0
China Occupied Ladakh Fort | লাডাখ দুৰ্গত চীনৰ ঘাটি, দাবী কাউন্সিলাৰৰ

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

RELATED POSTS

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

লাডাখৰ ডেমোচ ভাৰত-চীন (India-China) প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ এটা দুৰ্গ (Ladakh Fort)। ডোগ্ৰা ৰজাৰ সেনাপতি যোৰাৱৰ সিঙৰ নাম তাৰ লগত জড়িত। চুচুলৰ কাউন্সিলাৰ কনচাক ষ্টেনজিনে দাবী কৰে যে চীনা সেনাই যোৰাৱৰ দুৰ্গ দখল কৰি তাত তেওঁলোকৰ চোৰাংচোৱা ঘাটি স্থাপন কৰিছে।

Ladakh
লাডাখ দুৰ্গত চীনৰ ঘাটি

বুধবাৰ আৰু আজি ষ্টেনজিনে টুইটাৰত ছবিসহ লিখিছে, ২০১০ চনৰ পৰা ২০১২ চনৰ ভিতৰত ৰঙা সেনাই এই গোটেই কামটো সম্পূৰ্ণ কৰিছে। লেহ জিলাৰ যোৰাৱৰ গড়ত ঘাটি স্থাপন কৰি নতুন ঘাটিও নিৰ্মাণ কৰি আছে। ইয়াৰ পূৰ্বে ষ্টেনজিনে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ওচৰৰ অঞ্চলত চীনৰ আগ্ৰাসনৰ বিষয়ে পোষ্ট কৰিছিল।

যোৱা ফেব্ৰুৱাৰী মাহত তেওঁ টুইট কৰা এনে এখন ছবিত দেখা গৈছে যে পাহাৰীয়া উপত্যকাৰ এক বৃহৎ অঞ্চলত শাৰী শাৰী দুমহলীয়া ঘৰ। ফটোখনৰ লগতে ষ্টেনজিনে লিখিছে, “চীনে ২০১০-২০১২ চনৰ ভিতৰত ডেমোচত এই দুমহলীয়া ঘৰ নিৰ্মাণ সম্পূৰ্ণ কৰিছিল। ইয়াক ‘নিউ কনষ্ট্ৰাকচন এৰিয়া’ (NCA) বুলি কোৱা হয়। ডেমোচৰ ভাৰতীয় পক্ষত আৰু লগতে পূব লাডাখৰ সীমান্তৱৰ্তী গাঁওবোৰতো সকলো সা-সুবিধা থকা এনে আন্তঃগাঁথনি নিৰ্মাণ হʼব বুলি আমি আশা কৰিব পাৰোনে?”

এই দুমহলীয়া ঘৰবোৰ কি? ষ্টেনজিনে এটা পুৰণি পোষ্টত দাবী কৰিছে যে চীনে ২৪ ঘণ্টীয়া বিদ্যুৎ আৰু ৪জি ইণ্টাৰনেট সংযোগেৰে এই ঘৰসমূহ নিৰ্মাণৰ পৰিকল্পনা কৰিছে যাতে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষৰীয়া যাযাবৰী গোষ্ঠীসমূহৰ ঠাই পোৱা যায়। তিনিবছৰ পূৰ্বে উক্ত টুইটত ষ্টেনজিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi) আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকো (Amit Shah) টেগ কৰে। দৰাচলতে উত্তৰাখণ্ড আৰু অৰুণাচল প্ৰদেশৰ সীমান্তত একেধৰণৰ চীনা গাঁও নিৰ্মাণৰ প্ৰমাণ পোৱা গৈছে।

ষ্টেনজিনৰ এই নতুন দাবীৰ বিষয়ে ভাৰত চৰকাৰ বা সেনাবাহিনীৰ কোনেও এতিয়ালৈকে কোনো কথা কোৱা নাই। কিন্তু ইয়াৰ ফলত ডকলামৰ ষ্টেণ্ডঅফৰ পৰা আৰম্ভ কৰি গালৱান উপত্যকাত সংঘটিত হোৱা ৰক্তাক্ত সংঘৰ্ষৰ বাবে ইতিমধ্যে অস্থিৰ হৈ পৰা ভাৰত আৰু চীনৰ মাজত উত্তেজনা বৃদ্ধি পাবনে নাই সেয়া হʼব লক্ষণীয়। ষ্টেনজিনৰ মতে চীনে সীমান্তত নিৰৱে আন্তঃগাঁথনি নিৰ্মাণ কৰি আছে। ভাৰতেও একেই কাম কৰা উচিত।

সংবাদ মাধ্যমৰ আগত তেওঁ কয়, “লাডাখৰ দুৰ্গম অঞ্চলত যি ঘটি আছে সেই কথা মূলসুঁতিৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা নাই। চীনে লাহে লাহে আমাৰ অঞ্চলটো দখল কৰি আছে।” আনহাতে, ভাৰত আৰু চীনৰ প্ৰতিনিধিয়ে আজি সিদ্ধান্ত লৈছে যে ভাৰত আৰু চীনৰ সেনা মুখামুখী হৈ লাডাখৰ সমস্যাৰ সমাধানৰ বাবে আলোচনাত বহিব।

Tags: China
Share4Tweet3Send

Related Posts

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ
National-International

by News Desk
August 11, 2026
50
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য
National-International

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

by News Desk
August 11, 2026
50
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ
National-International

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

by News Desk
August 11, 2026
50
Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

Delhi High Court : ছোৱালীয়ে কি পিন্ধে সেয়া ব্যক্তিগত কথা, দিল্লী উচ্চ ন্যায়ালয়

Minor Murder case : হোটেলত দুই শিশু কন্যাক হত্যা কৰি ডিঙি কাটি আত্মহত্যাৰ চেষ্টা পিতৃৰ

ADVERTISEMENT
Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ
National-International

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

August 11, 2026
50
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য
National-International

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

August 11, 2026
50
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ
National-International

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

August 11, 2026
50
Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ
National-International

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

August 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

August 11, 2026
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

August 11, 2026
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

August 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT