ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Kerala High Court I নগ্নতা মানেই যৌনতা নহয়, উচ্চ ন্যায়ালয়

নিউজ ডেস্কঃ

News Desk by News Desk
June 6, 2023
Reading Time: 1 min read
A A
0
Kerala High Court I নগ্নতা মানেই যৌনতা নহয়, উচ্চ ন্যায়ালয়

RELATED POSTS

Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ

Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক

CJP controversy : চিজেপিৰ কাৰ্যসূচীত মহিলাৰ ছবি বিকৃত কৰি প্ৰচাৰ, দীপকেলৈ জাননী দিল্লী উচ্চ ন্যায়ালয়ৰ

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

নগ্নতাৰ অৰ্থ সকলো ক্ষেত্ৰতে যৌনতা নহয় (Nudity doesn’t mean sex in all cases)। কেৰালা উচ্চ ন্যায়ালয়ে (Kerala High Court) নগ্নতাৰ প্ৰশ্নত নাৰীৰ প্ৰতি সমাজৰ দৃষ্টিভংগী বৈষম্যমূলক বুলি মন্তব্য কৰে। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কৌছাৰ এদাপ্পাগাথে সোমবাৰে ৰেহানা ফাতিমা  নামৰ এগৰাকী মহিলাক POCSO আৰু অন্যান্য ধাৰাত থকা অভিযোগৰ পৰা মুক্ত কৰে। আদালতে এই কথাও পৰ্যবেক্ষণ কৰে যে মহিলাসকলে প্ৰায়ে নিজৰ শৰীৰৰ ওপৰত নিজৰ স্বাধীনতাৰ পৰা বঞ্চিত হয়।

৩৩ বছৰীয়া নাৰী আন্দোলনৰ কৰ্মী ৰেহানাই এটা ভিডিঅ’ পোষ্ট কৰে। তাত তেওঁক অৰ্ধনগ্ন অৱস্থাত দেখা গৈছিল আৰু তেওঁৰ ১৪ বছৰীয়া পুত্ৰ আৰু ৮ বছৰীয়া কন্যাই তেওঁৰ শৰীৰত ছবি আঁকি আছিল। তেওঁ অৰ্ধ উলংগ হৈ প’জ দিছিল যাতে তেওঁলোকে ছবি আঁকিব পাৰে। সেই কাৰণেই ৰেহানাৰ বিৰুদ্ধে POCSO, Juvenile Justice Act আৰু Information Technology Act-ৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল।

তাৰ পিছত এজন বিজেপি নেতাই আৰক্ষীক এজাহাৰ দাখিল কৰে। ৰাজ্যিক শিশু সুৰক্ষা আয়োগে আৰক্ষীক POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰিবলৈও কয়। কিন্তু ৰেহানাক সকলো অভিযোগৰ পৰা মুক্ত কৰি ন্যায়াধীশগৰাকীয়ে আজি কয় যে ৰেহানাৰ সন্তানসকল প্ৰত্যক্ষ বা পৰোক্ষভাৱে কোনো যৌন কাৰ্যত জড়িত আছিল বুলি বিশ্বাস কৰাৰ কোনো কাৰণ নাই। ৰেহানাই কেৱল নিজৰ শৰীৰটোক নিজৰ সন্তানৰ বাবে কেনভাছ হʼবলৈ দিছিল।

ৰেহানাৰ গোচৰৰ ভিত্তিত আদালতে কেইবাটাও পৰ্যবেক্ষণ কৰে। ন্যায়াধীশগৰাকীয়ে নিৰ্দ্বিধায় কয়, “এগৰাকী মহিলাৰ নিজৰ শৰীৰৰ বিষয়ে সিদ্ধান্ত লোৱাৰ অধিকাৰ তেওঁৰ সমতা আৰু গোপনীয়তা মৌলিক অধিকাৰৰ অংশ। সংবিধানৰ ২১ নং অনুচ্ছেদত দিয়া ব্যক্তিগত স্বাধীনতাৰ অধিকাৰৰো ই এক অংশ।”

উচ্চ ন্যায়ালয়
নগ্নতা মানেই যৌনতা নহয়, উচ্চ ন্যায়ালয়:

আচলতে ৰেহানাই নিজেই এই যুক্তি দিছিল তেওঁৰ আবেদনত। যিহেতু তেওঁক নিম্ন আদালতে মুকলি কৰি দিয়া নাছিল, সেয়েহে তেওঁ উচ্চ ন্যায়ালয়ৰ কাষ চাপে আৰু কয় যে তেওঁ এই ভিডিঅʼটো ৰাজনৈতিক বাৰ্তা প্ৰেৰণৰ বাবে বনাইছে। বাৰ্তাটো হʼল সমাজে এটা অনাবৃত পুৰুষৰ ওপৰৰ শৰীৰক ‘স্বাভাৱিক’ বুলি গণ্য কৰে। মহিলাৰ ক্ষেত্ৰত ই সদায় যৌনতাৰ সৈতে জড়িত। ন্যায়াধীশ এদাপ্পাগাথে তেওঁৰ কথাত সন্মতি দি কয়, “মাতৃৰ শৰীৰত শিশুৰ ছবি অংকন কৰাটো কোনো কাৰণতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে যৌন কাৰ্যকলাপ বুলি গণ্য কৰিব নোৱাৰি।

কোনো যৌন প্ৰৱণতাৰ বাবে কৰা হোৱা নাছিল। উক্ত ভিডিঅʼটোত কʼতো যৌনতাৰ কোনো চিন নাই। পৰ্ণগ্ৰাফীৰ বাবে শিশুক শোষণ কৰা হৈছে বুলি কোনো প্ৰমাণ পোৱা নাই। পুৰুষ বা মহিলাই হওক শৰীৰৰ ওপৰৰ অংশত অংকন কৰাটো যৌনধৰ্মী বুলি ক’ব নোৱাৰি।”

ৰেহানাৰ প্ৰতিপক্ষৰ অধিবক্তাই প্ৰশ্ন উত্থাপন কৰে যে ভিডিঅʼটোত শৰীৰৰ ওপৰৰ অংশ দেখা গৈছে। সেইটো অশালীন। সেই যুক্তি নাকচ কৰি আদালতে কয় যে নগ্নতা সহজাতভাৱে অশ্লীল নহয়। প্ৰাচীন মন্দিৰৰ ভাস্কৰ্যক কোনেও অশুদ্ধ বুলি গণ্য নকৰে, কিন্তু পবিত্ৰ বুলি গণ্য কৰে। মানুহৰ উদং বুকুত কোনেও আপত্তি নকৰে। কেৰালাৰ কিছুমান ধৰ্মীয় অনুষ্ঠানত পুৰুষৰ শৰীৰত চিত্ৰ অংকন কৰাৰ প্ৰথাও দেখা যায়।

কিন্তু নাৰী সেই অধিকাৰৰ পৰা বঞ্চিত। সমাজৰ দুমুখীয়া চৰিত্ৰ ইয়াৰ বাবে দায়ী। তেওঁ নিজৰ শৰীৰটোক কি কৰিব, তেওঁ নিজৰ জীৱনটোক কি কৰিব, সেই ক্ষেত্ৰত প্ৰতিগৰাকী মহিলাই বৈষম্য আৰু নিৰ্যাতনৰ সন্মুখীন হʼব লাগে। বহিঃবৈবাহিক সম্পৰ্ক, সমলিংগ সম্পৰ্ক, লিভ-ইন সম্পৰ্ক— সমাজৰ বহুতৰে দৃষ্টিত অনৈতিক, কিন্তু আইনৰ দৃষ্টিত নহয়। যেনেদৰে সৌন্দৰ্য দৰ্শকৰ চকুত থাকে, অশ্লীলতাও থাকে। বিচাৰকে কয় যে যদি ৰেহানাৰ সন্তানৰ স্বাৰ্থ বিবেচনা কৰিব লাগে, তেন্তে সেই ভিত্তিতো ৰেহানাক মুকলি কৰি দিব লাগে। ইয়াৰ পূৰ্বে ৰেহানা সবৰীমালা মন্দিৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি বিতৰ্কত লিপ্ত হৈছিল।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Kerala High CourtRehana Fatimaকেৰালা উচ্চ ন্যায়ালয়ৰেহানা ফাতিমা
Share4Tweet3Send

Related Posts

Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ
National-International

Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ

by News Desk
September 26, 2026
51
Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক
National-International

Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক

by News Desk
September 26, 2026
52
CJP controversy : চিজেপিৰ কাৰ্যসূচীত মহিলাৰ ছবি বিকৃত কৰি প্ৰচাৰ, দীপকেলৈ জাননী দিল্লী উচ্চ ন্যায়ালয়ৰ
National-International

CJP controversy : চিজেপিৰ কাৰ্যসূচীত মহিলাৰ ছবি বিকৃত কৰি প্ৰচাৰ, দীপকেলৈ জাননী দিল্লী উচ্চ ন্যায়ালয়ৰ

by News Desk
September 26, 2026
57
Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ
National-International

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

by News Desk
September 25, 2026
51
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

by News Desk
September 25, 2026
52
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

Gyanesh Kumar controversy : বিতৰ্কৰ মাজতে স্থগিত জ্ঞানেশ কুমাৰৰ দুই কাৰ্যসূচী, পদত্যাগ নকৰিলে গান্ধী জয়ন্তীৰ পৰা প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

by News Desk
September 25, 2026
52
ADVERTISEMENT
Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ
National-International

Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ

September 26, 2026
51
Nimisha’s mysterious death : হোমষ্টে ছীল কৰাৰ প্ৰস্তুতি, ধৰ্ষণ কৰি হত্যাৰ অভিযোগ পিতৃৰ
Guwahati

Nimisha’s mysterious death : হোমষ্টে ছীল কৰাৰ প্ৰস্তুতি, ধৰ্ষণ কৰি হত্যাৰ অভিযোগ পিতৃৰ

September 26, 2026
56
Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে
NORTHEAST

Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে

September 26, 2026
59
Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক
National-International

Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক

September 26, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ

Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ

September 26, 2026
Nimisha’s mysterious death : হোমষ্টে ছীল কৰাৰ প্ৰস্তুতি, ধৰ্ষণ কৰি হত্যাৰ অভিযোগ পিতৃৰ

Nimisha’s mysterious death : হোমষ্টে ছীল কৰাৰ প্ৰস্তুতি, ধৰ্ষণ কৰি হত্যাৰ অভিযোগ পিতৃৰ

September 26, 2026
Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে

Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে

September 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d