ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Kuki tribe protest I অমিত শ্বাহৰ বাসগৃহৰ সন্মুখত কুকিসকলৰ প্ৰতিবাদ ! মণিপুৰত শান্তি প্ৰতিষ্ঠাত ব্যৰ্থ হোৱাৰ অভিযোগ

নিউজ ডেস্কঃ

News Desk by News Desk
June 7, 2023
Reading Time: 1 min read
A A
0
Kuki tribe protest I অমিত শ্বাহৰ বাসগৃহৰ সন্মুখত কুকিসকলৰ প্ৰতিবাদ ! মণিপুৰত শান্তি প্ৰতিষ্ঠাত ব্যৰ্থ হোৱাৰ অভিযোগ

RELATED POSTS

Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ

CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

মণিপুৰত হিংসাত্মক ঘটনা (Manipur Violence) ৰোধ কৰাত ব্যৰ্থ হোৱা নৰেন্দ্ৰ মোডী চৰকাৰক দোষাৰোপ কৰিছে অনুসূচিত জাতিৰ এটা শ্ৰেণীয়ে। বুধবাৰে দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বাসগৃহৰ সন্মুখত (In front of Amit Shah’s residence) কুকি জনজাতিৰ (Kuki tribe protest) কেইবাটাও সংগঠনৰ সদস্যই প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকৰ হাতত আছিল ‘চেভ কুকি লাইভছ’ বুলি লিখা পোষ্টাৰ।

উল্লেখযোগ্য যে ৩ মেʼত জনজাতি ছাত্ৰ সংগঠন ‘অল ট্ৰাইবেল ষ্টুডেন্টছ ইউনিয়ন অব মণিপুৰ’ৰ (আটছুম) কাৰ্যসূচীক কেন্দ্ৰ কৰি উত্তৰ-পূবৰ ৰাজ্যখনত অশান্তিৰ সৃষ্টি হয়। মণিপুৰ উচ্চ ন্যায়ালয়ে মেইটেইসকলক অনুসূচিত জাতিৰ মৰ্যাদা প্ৰদানৰ বিষয়টো বিবেচনা কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছিল। ইয়াৰ পিছত অলপ সময়ৰ ভিতৰতে তাৰ বিৰোধিতা কৰি জনসংগঠন ওলাই আহে। আৰু সেই ঘটনাৰ পৰাই তাত সংঘাত আৰম্ভ হয়।

৬ মেʼত মোডী চৰকাৰে বিজেপিশাসিত মণিপুৰত আইন-শৃংখলা বজাই ৰখাৰ দায়িত্ব কান্ধ পাতি লয় যাতে খিলঞ্জীয়া মেইটেই জনগোষ্ঠী আৰু কুকি আৰু জোসহ একাংশ অনুসূচিত জাতি-জনগোষ্ঠীৰ মাজত সংঘৰ্ষ ৰোধ কৰিব পৰা যায়। নমাই দিয়া হয় সেনা আৰু অসম ৰাইফলছ বাহিনীক। চিআৰপিএফৰ প্ৰাক্তন মুৰব্বী কুলদীপ সিঙক সামগ্ৰিক নিৰাপত্তাৰ ব্যৱস্থা তদাৰক কৰাৰ দায়িত্ব দিয়া হয়। তেওঁৰ অধীনত এডিজিপি (চোৰাংচোৱা) আশুতোষ সিঙক সমগ্ৰ নিৰাপত্তা ব্যৱস্থাৰ অপাৰেচনেল কমাণ্ডাৰৰ দায়িত্ব দিয়া হয়। কিন্তু এমাহৰ পাছতো হিংসা বন্ধ নহʼল।

কুকিসকলৰ প্ৰতিবাদ
অমিত শ্বাহৰ বাসগৃহৰ সন্মুখত কুকিসকলৰ প্ৰতিবাদ:

মণিপুৰত এতিয়ালৈকে প্ৰায় ১০০ জন লোকৰ মৃত্যু হৈছে। গুৰুতৰভাৱে আহত লোকৰ সংখ্যা প্ৰায় ৫০০। গোষ্ঠীগত হিংসাৰ বাবে ২৫ হাজাৰৰো অধিক লোক স্থানচ্যুত হয়! ম্যানমাৰৰ সীমান্ত অতিক্ৰম কৰি কুকি উগ্ৰপন্থীয়ে মেইটেইক আক্ৰমণ কৰাৰ অভিযোগো উত্থাপন হৈছে। আনহাতে, কুকিসকলে মেইটেই নিয়ন্ত্ৰিত চৰকাৰক পক্ষপাতিত্বৰ অভিযোগ উত্থাপন কৰিছে। ইয়াৰ লগতে তেওঁলোকে অভিযোগ কৰে যে যদি মেইটেইসকলে অনুসূচিত জনজাতিৰ উপাধি পায় তেন্তে পাহাৰীয়া অঞ্চলৰ মাটি তেওঁলোকৰ নিয়ন্ত্ৰণলৈ যাব।

মণিপুৰৰ পাহাৰীয়া ভূমিৰ প্ৰায় নব্বৈ শতাংশ কুকি, নগাকে ধৰি বিভিন্ন জনগোষ্ঠীৰ বসতি। বাকী অংশ অৰ্থাৎ ইম্ফল উপত্যকাত ৰাজ্যখনৰ সৰহসংখ্যক মেইটেই লোকে বাস কৰে।

ম্যানমাৰৰ পৰা অহা অনুপ্ৰৱেশকাৰীৰ অৰণ্যত জনজাতি কুকিসকলে নতুনকৈ বসতি স্থাপন কৰাৰ অভিযোগ উত্থাপন হৈছে। ফলত মেইটেইসকলে আশংকা কৰে যে অনাগত দিনত তেওঁলোকৰ মাটি বেদখল কৰা হʼব। কেৱল সেয়াই নহয়, এই অনুপ্ৰৱেশকাৰীসকলে ম্যানমাৰৰ ড্ৰাগছ কাৰ্টেললৈ কেঁচামাল যোগান ধৰাৰ অভিযোগো উত্থাপন হৈছে। ফলত জনগাঁথনিগত ভাৰসাম্য আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ধন-সম্পত্তিৰ বিতৰণৰ পৰিৱৰ্তনৰ বাবে মণিপুৰত জুই জ্বলি উঠিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Kuki tribe protestManipur Violenceকুকি জনজাতিৰ প্ৰতিবাদমণিপুৰ হিংসা
Share4Tweet3Send

Related Posts

Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ
National-International

Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ

by News Desk
September 29, 2026
50
CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান
National-International

CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান

by News Desk
September 29, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি

by News Desk
September 29, 2026
50
SC on Social Media : শিশুৰ ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে নিয়ম প্ৰণয়ন কৰক কেন্দ্ৰই, উচ্চতম ন্যায়ালয়
National-International

SC on Social Media : শিশুৰ ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে নিয়ম প্ৰণয়ন কৰক কেন্দ্ৰই, উচ্চতম ন্যায়ালয়

by News Desk
September 29, 2026
50
El Nino : এল নিনোৰ প্ৰভাৱত ক্ষতিগ্ৰস্ত হ’ব পাৰে দেশৰ শস্য উৎপাদন, ৰবিশস্যৰ বতৰতো অত্যধিক বৰষুণ-খৰাঙৰ আশংকা
National-International

El Nino : এল নিনোৰ প্ৰভাৱত ক্ষতিগ্ৰস্ত হ’ব পাৰে দেশৰ শস্য উৎপাদন, ৰবিশস্যৰ বতৰতো অত্যধিক বৰষুণ-খৰাঙৰ আশংকা

by News Desk
September 29, 2026
50
Delhi pollution : প্ৰদূষণৰ প্ৰমাণ-পত্ৰ নহ’লে নাপাব ইন্ধন, চলিব অধিক ইলেক্ট্ৰিক বাছ; বায়ু প্ৰদূষণ ৰোধৰ পৰিকল্পনা দিল্লীৰ
National-International

Delhi pollution : প্ৰদূষণৰ প্ৰমাণ-পত্ৰ নহ’লে নাপাব ইন্ধন, চলিব অধিক ইলেক্ট্ৰিক বাছ; বায়ু প্ৰদূষণ ৰোধৰ পৰিকল্পনা দিল্লীৰ

by News Desk
September 29, 2026
50
ADVERTISEMENT
Golaghat Police seized illegal weapons in Nagaland
ALL NEWS

Golaghat Police seized illegal weapons in Nagaland

September 29, 2026
50
Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ
National-International

Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ

September 29, 2026
50
Drugs sieze : গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনত ড্ৰাগচসহ দুই মহিলা গ্ৰেপ্তাৰ
Guwahati

Drugs sieze : গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনত ড্ৰাগচসহ দুই মহিলা গ্ৰেপ্তাৰ

September 29, 2026
50
Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান
NORTHEAST

Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান

September 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Golaghat Police seized illegal weapons in Nagaland

Golaghat Police seized illegal weapons in Nagaland

September 29, 2026
Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ

Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ

September 29, 2026
Drugs sieze : গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনত ড্ৰাগচসহ দুই মহিলা গ্ৰেপ্তাৰ

Drugs sieze : গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনত ড্ৰাগচসহ দুই মহিলা গ্ৰেপ্তাৰ

September 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d