ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

SC on Social Media : শিশুৰ ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে নিয়ম প্ৰণয়ন কৰক কেন্দ্ৰই, উচ্চতম ন্যায়ালয়

নিউজ ডেস্কঃ

News Desk by News Desk
September 29, 2026
Reading Time: 1 min read
A A
0
SC on Social Media : শিশুৰ ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে নিয়ম প্ৰণয়ন কৰক কেন্দ্ৰই, উচ্চতম ন্যায়ালয়

RELATED POSTS

El Nino : এল নিনোৰ প্ৰভাৱত ক্ষতিগ্ৰস্ত হ’ব পাৰে দেশৰ শস্য উৎপাদন, ৰবিশস্যৰ বতৰতো অত্যধিক বৰষুণ-খৰাঙৰ আশংকা

Delhi pollution : প্ৰদূষণৰ প্ৰমাণ-পত্ৰ নহ’লে নাপাব ইন্ধন, চলিব অধিক ইলেক্ট্ৰিক বাছ; বায়ু প্ৰদূষণ ৰোধৰ পৰিকল্পনা দিল্লীৰ

Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য

New Logo Smal 2 | ASSAM TIMES POST

উচ্চতম ন্যায়ালয়ে (Supreme Court) নাবালকক ছ’চিয়েল মিডিয়া (Social media for minors) ব্যৱহাৰৰ ক্ষেত্ৰত দমন কৰিব লাগে বুলি পৰামৰ্শ দিছে। সোমবাৰে মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত এখন বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰক এই সন্দৰ্ভত নতুন নিয়ম প্ৰণয়ন কৰিবলৈ কয়। শীৰ্ষ ন্যায়ালয়ে কয় যে কেন্দ্ৰই যদি কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে তথ্য প্ৰযুক্তি আইনৰ অধীনত আদালতে নিৰ্দেশ জাৰি কৰিবলৈ বাধ্য হ’ব।

‘জাষ্ট ৰাইটছ ফৰ চিলড্ৰেন এলায়েন্স’ নামৰ এটা সংস্থাই ১৮ বছৰৰ তলৰ নাবালকসকলে ছ’চিয়েল মিডিয়া আৰু অন্যান্য ডিজিটেল মিডিয়া ব্যৱহাৰ কৰাৰ বিৰুদ্ধে ‘সুৰক্ষা’ বিচাৰি উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থৰ গোচৰ তৰিছিল। সোমবাৰে গোচৰৰ শুনানিৰ সময়ত মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰে। আদালতে জানিব বিচাৰে যে কেন্দ্ৰীয় চৰকাৰে ছ’চিয়েল মিডিয়াত শিশুৰ মুক্ত চলাচল নিয়ন্ত্ৰণৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰিছে।

শুনানিৰ সময়ত কেন্দ্ৰৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে ওপৰে ওপৰে এই বিষয়টো ডিজিটেল পাৰ্ছনেল ডাটা প্ৰটেকচন এক্টৰ অন্তৰ্গত যেন লাগে। অৱশ্যে ইয়াক পৰীক্ষা কৰাৰ প্ৰয়োজন আছে। আবেদনকাৰীৰ হৈ হাজিৰ হোৱা অধিবক্তা এইচ এছ ফুলকাই উল্লেখ কৰে যে এই আইনখন এতিয়াও বলবৎ হোৱা নাই। ২০২৭ চনত ই প্ৰযোজ্য হ’ব পাৰে। ছলিচিটৰ জেনেৰেলে সেই বক্তব্যৰ সৈতে একমত প্ৰকাশ কৰে।

social | ASSAM TIMES POST
শিশুৰ ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে নিয়ম প্ৰণয়ন কৰক কেন্দ্ৰই, উচ্চতম ন্যায়ালয়

একে সময়তে তেওঁ আদালতত কয় যে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰাৰ বাবে নাবালকক শাস্তি প্ৰদানৰ বাবে ডিজিটেল পাৰ্ছনেল ডাটা প্ৰটেকচন এক্টৰ বিধানৰ লগত আন কোনো আইন সংযোজন কৰিব পাৰি নেকি সেই বিষয়ে বিবেচনা কৰা উচিত। কেন্দ্ৰই এটা ব্যৱস্থা অন্তৰ্ভুক্ত কৰিব বিচাৰিছে যে যদি নাবালকসকলে ছ’চিয়েল মিডিয়াত একাউণ্ট খোলে তেন্তে তেওঁলোকৰ পিতৃ-মাতৃ বা অভিভাৱকৰ সন্মতিৰ প্ৰয়োজন হ’ব। চুক্তিও স্বাক্ষৰ কৰিবলগীয়া হ’ব পাৰে।

ন্যায়াধীশ জয়মাল্য বাগচিয়ে নাবালকসকলে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰাত আক্ষেপ কৰি কয়, “এতিয়া ১৫ বছৰীয়া শিশুৱেও টুইটাৰত একাউণ্ট খুলিব পাৰে। ছ’চিয়েল মিডিয়া কোম্পানীসমূহে নিজৰ প্লেটফৰ্মত একাউণ্ট খোলাৰ বাবে ন্যূনতম বয়স ১৮ কৰা উচিত। কেৱল সেয়াই নহয়, এই নিয়ম উলংঘা হৈছে নেকি তাক নিৰীক্ষণ কৰাৰ প্ৰয়োজন আছে। ইয়াৰ পিছত তেওঁ ছলিচিটৰ জেনেৰেলক কয়, “কেন্দ্ৰীয় চৰকাৰেও কিছুমান নিৰ্দেশনা জাৰি কৰিব লাগে, যিবোৰ ভাৰতীয় আইনৰ সৈতে সঙ্গতিপূৰ্ণ।” ইয়াৰ পিছত তুষাৰমেহতাই কয়, “তেওঁলোকে (ছ’চিয়েল মিডিয়া) ভাৰতীয় আইন যে মানি চলিব লাগিব তাত কোনো সন্দেহ নাই।”

আনহাতে, তথ্য প্ৰযুক্তি আইনৰ ৭৯ নং ধাৰা সন্দৰ্ভত মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, “যদি বিষয়টো সঠিকভাৱে সমাধান নহয় তেন্তে আদালতে নিৰ্দেশনা জাৰি কৰিবলৈ বাধ্য হ’ব।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: SConSocialMedia
Share4Tweet3Send

Related Posts

El Nino : এল নিনোৰ প্ৰভাৱত ক্ষতিগ্ৰস্ত হ’ব পাৰে দেশৰ শস্য উৎপাদন, ৰবিশস্যৰ বতৰতো অত্যধিক বৰষুণ-খৰাঙৰ আশংকা
National-International

El Nino : এল নিনোৰ প্ৰভাৱত ক্ষতিগ্ৰস্ত হ’ব পাৰে দেশৰ শস্য উৎপাদন, ৰবিশস্যৰ বতৰতো অত্যধিক বৰষুণ-খৰাঙৰ আশংকা

by News Desk
September 29, 2026
50
Delhi pollution : প্ৰদূষণৰ প্ৰমাণ-পত্ৰ নহ’লে নাপাব ইন্ধন, চলিব অধিক ইলেক্ট্ৰিক বাছ; বায়ু প্ৰদূষণ ৰোধৰ পৰিকল্পনা দিল্লীৰ
National-International

Delhi pollution : প্ৰদূষণৰ প্ৰমাণ-পত্ৰ নহ’লে নাপাব ইন্ধন, চলিব অধিক ইলেক্ট্ৰিক বাছ; বায়ু প্ৰদূষণ ৰোধৰ পৰিকল্পনা দিল্লীৰ

by News Desk
September 29, 2026
50
Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য
National-International

Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য

by News Desk
September 28, 2026
52
UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ
National-International

UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ

by News Desk
September 28, 2026
52
Delhi rape cases : দিল্লীত ধাৰাবাহিক ধৰ্ষণৰ ঘটনাত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ
National-International

Delhi rape cases : দিল্লীত ধাৰাবাহিক ধৰ্ষণৰ ঘটনাত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ

by News Desk
September 28, 2026
53
Punjab University row : ছাত্ৰীক গণ ধৰ্ষণৰ অভিযোগক লৈ উত্তপ্ত পঞ্জাব বিশ্ববিদ্যালয়, ১০ দিনৰ বাবে পাঠদান বন্ধ ঘোষণা
National-International

Punjab University row : ছাত্ৰীক গণ ধৰ্ষণৰ অভিযোগক লৈ উত্তপ্ত পঞ্জাব বিশ্ববিদ্যালয়, ১০ দিনৰ বাবে পাঠদান বন্ধ ঘোষণা

by News Desk
September 28, 2026
52
ADVERTISEMENT
SC on Social Media : শিশুৰ ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে নিয়ম প্ৰণয়ন কৰক কেন্দ্ৰই, উচ্চতম ন্যায়ালয়
National-International

SC on Social Media : শিশুৰ ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে নিয়ম প্ৰণয়ন কৰক কেন্দ্ৰই, উচ্চতম ন্যায়ালয়

September 29, 2026
50
El Nino : এল নিনোৰ প্ৰভাৱত ক্ষতিগ্ৰস্ত হ’ব পাৰে দেশৰ শস্য উৎপাদন, ৰবিশস্যৰ বতৰতো অত্যধিক বৰষুণ-খৰাঙৰ আশংকা
National-International

El Nino : এল নিনোৰ প্ৰভাৱত ক্ষতিগ্ৰস্ত হ’ব পাৰে দেশৰ শস্য উৎপাদন, ৰবিশস্যৰ বতৰতো অত্যধিক বৰষুণ-খৰাঙৰ আশংকা

September 29, 2026
50
Delhi pollution : প্ৰদূষণৰ প্ৰমাণ-পত্ৰ নহ’লে নাপাব ইন্ধন, চলিব অধিক ইলেক্ট্ৰিক বাছ; বায়ু প্ৰদূষণ ৰোধৰ পৰিকল্পনা দিল্লীৰ
National-International

Delhi pollution : প্ৰদূষণৰ প্ৰমাণ-পত্ৰ নহ’লে নাপাব ইন্ধন, চলিব অধিক ইলেক্ট্ৰিক বাছ; বায়ু প্ৰদূষণ ৰোধৰ পৰিকল্পনা দিল্লীৰ

September 29, 2026
50
NIA Operation : NIA-ৰ বৃহৎ অভিযান অসমত : জেহাদী সন্দেহত এতিয়ালৈকে ৬ জনক গ্ৰেপ্তাৰ
Assam

NIA Operation : NIA-ৰ বৃহৎ অভিযান অসমত : জেহাদী সন্দেহত এতিয়ালৈকে ৬ জনক গ্ৰেপ্তাৰ

September 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

SC on Social Media : শিশুৰ ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে নিয়ম প্ৰণয়ন কৰক কেন্দ্ৰই, উচ্চতম ন্যায়ালয়

SC on Social Media : শিশুৰ ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে নিয়ম প্ৰণয়ন কৰক কেন্দ্ৰই, উচ্চতম ন্যায়ালয়

September 29, 2026
El Nino : এল নিনোৰ প্ৰভাৱত ক্ষতিগ্ৰস্ত হ’ব পাৰে দেশৰ শস্য উৎপাদন, ৰবিশস্যৰ বতৰতো অত্যধিক বৰষুণ-খৰাঙৰ আশংকা

El Nino : এল নিনোৰ প্ৰভাৱত ক্ষতিগ্ৰস্ত হ’ব পাৰে দেশৰ শস্য উৎপাদন, ৰবিশস্যৰ বতৰতো অত্যধিক বৰষুণ-খৰাঙৰ আশংকা

September 29, 2026
Delhi pollution : প্ৰদূষণৰ প্ৰমাণ-পত্ৰ নহ’লে নাপাব ইন্ধন, চলিব অধিক ইলেক্ট্ৰিক বাছ; বায়ু প্ৰদূষণ ৰোধৰ পৰিকল্পনা দিল্লীৰ

Delhi pollution : প্ৰদূষণৰ প্ৰমাণ-পত্ৰ নহ’লে নাপাব ইন্ধন, চলিব অধিক ইলেক্ট্ৰিক বাছ; বায়ু প্ৰদূষণ ৰোধৰ পৰিকল্পনা দিল্লীৰ

September 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d